বতৰৰ বতৰা
নৱনীতা ভট্টাচাৰ্য্য খণ্ড-৩ আজি কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ দি আছে৷ কোনোফালে ওলাই যাব নোৱাৰা অৱস্থা৷ অহৰহ পানী পৰি থকা বাবে ঠাইবোৰ পিছলো হৈ গৈছে৷ কিমানদিন যে হ’ল সূৰ্যৰ মুখ দেখাই নাই৷ কেতিয়াবা অকণ বৰষুণ কমিলেও কিছু সময়ৰ পাছতে পুনৰ…
নৱনীতা ভট্টাচাৰ্য্য খণ্ড-৩ আজি কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ দি আছে৷ কোনোফালে ওলাই যাব নোৱাৰা অৱস্থা৷ অহৰহ পানী পৰি থকা বাবে ঠাইবোৰ পিছলো হৈ গৈছে৷ কিমানদিন যে হ’ল সূৰ্যৰ মুখ দেখাই নাই৷ কেতিয়াবা অকণ বৰষুণ কমিলেও কিছু সময়ৰ পাছতে পুনৰ…
(১৪০ সংখ্যক জন্মবাৰ্ষিকীৰ সোঁৱৰণ) বাব্লু প্ৰসাদ বৰুৱা অৱতৰণিকা : প্রায় পাঁচ হাজাৰ বছৰীয়া আলোকমণ্ডিত সভ্যতাৰ কেন্দ্ৰস্থল ভাৰতবৰ্ষ হৈছে বৈচিত্ৰ্যৰ মাজত একতাৰ দেশ৷ বৈচিত্ৰ্য মানে ভাষা, ধৰ্ম, জাতি, আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু পৰম্পৰাগত ইত্যাদি দিশৰ বিবিধতাপূৰ্ণ সংশ্লেষণ৷ অসম ভাৰতৰ এক…
ড০ বুলজিৎ বুঢ়াগোহাঁই ক্ৰীড়া মনোবিজ্ঞানী হৈছে সেই বিশেষজ্ঞসকল, যিসকলে ক্ৰীড়াবিদৰ মানসিক মঙ্গল আৰু প্ৰদৰ্শন উন্নত কৰাত সহায় কৰে৷ তেওঁলোকৰ কৰ্ম ক্ষেত্ৰ ক্ৰীড়াবিদৰ বাহিৰেও, প্ৰশিক্ষক, অভিভাৱক, প্ৰশাসক, ফিটনেছ বিশেষজ্ঞ, শিল্পী আৰু সংগঠনলৈ বিস্তাৰিত৷ এই দৃষ্টিভংগীৰ লক্ষ্য হৈছে ক্ৰীড়াবিদৰ মানসিক আৰু…
দাদুল দেৱকৃষ্ণ বৰুৱা (২২) ভাগৰি পৰিছে ষ্টেপান। দেহৰ ভাগৰ নহয়, মনৰ ভাগৰত ভাৰাক্ৰান্ত তেওঁ। বুকুৰ ভিতৰত এক অবুজ হাহাকাৰ— কি হ‘ব এনেকৈ থাকিলে! এনেদৰে আৰু কিমান দিন! খাবলৈ একেবাৰে এৰি দিছে মলেঁয়াই। তাইৰ পচন্দৰ মাছ যোগাৰ কৰি দিয়াৰ পাছতো তাই…
উদয় কুমাৰ বৰুৱা অৱশেষত পানীপটাৰ শিলটোৰ অবিৰত প্ৰাৰ্থনাত কণামেঘৰ টোপনি ভাগিল লগেলগে বাউলি এজাক বতাহৰ পিছে পিছে মুষলধাৰ বৰষুণ কণামেঘে দেখা নাই আগচোতালৰ ন-কৈ ফুলা নেমুজোপা, কিম্বা অজ্ঞাত,নেমুজোপাই লালন কৰা গোপন সপোনটোৰ কথাও নামহীন অত্ৰানি এটাই হঠাৎ…
মূল : লিও টলষ্টয়ৰ What is Art? অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস (৬) জাৰ্মানীত এইসকল অধিক প্ৰসিদ্ধ লেখকৰ পাছত কম মৌলিক আৰু কম প্ৰভাৱশালী লেখকসকল আহিল, যেনে হাৰ্টমেন, কাৰ্কমেন, শ্বনাছে, আৰু, কিছু পৰিমাণে, হেল্মহোল্টজ (নন্দনতাত্ত্বিক হিচাপে), বাৰ্গমেন, য়ুংমেন, আৰু অন্য…
ড০ ৰক্তিম ৰঞ্জন শইকীয়া ১৬৭১ খ্ৰীষ্টাব্দৰ মার্চ মাহত ব্ৰহ্মপুত্ৰৰ বুকুত হোৱা শৰাইঘাটৰ যুদ্ধ ইয়াৰ ব্যাপকতা আৰু প্ৰচাৰৰ কাৰণে অসমীয়া জাতীয়তাবাদৰ এক গুৰুত্বপূর্ণ প্ৰতীক হৈ পৰিছে যদিও এই যুদ্ধ মোগল আৰু আহোম ৰাজ্যৰ মাজৰ নির্ণায়ক যুদ্ধ নাছিল৷ নিঃসন্দেহে শৰাইঘাটৰ যুদ্ধ এক অতি…
মৃদুল শৰ্মা ২৫ অৰ্জুন ৷ জ্ঞানাৰ্জনৰ দিন ধৰি মই ভৱিষ্যতৰ চিন্তাতে মগ্ন হৈ আহিছোঁ৷ মাজে মাজে অতীতৰ একোটা ঘটনাস্ৰোতে মোৰ ভৱিষ্যন্মুখী স্বপ্নক অধিক শক্তিশালী কৰি আহিছে৷ অতীতৰ ঘটনাস্ৰোত কেৱল এটাই– পিতৃ পাণ্ডুৱে বাৰু স্বেচ্ছায় হস্তিনাপুৰৰ সিংহাসন ত্যাগ কৰিছিলনে? যদি সেয়ে…
মূল (বাংলা) : মানিক বন্দ্যোপাধ্যায় অসমীয়া অনুবাদ : বাসুদেব দাস মনোহৰৰ ইমান খ্যাতি যে ৰোগীবোৰ যেন তেওঁৰ হাতত মৰিবলৈও ভাল পায়।মনোহৰৰ প্রকাণ্ড তিনিতলা ঘৰৰ দ্বিতীয় আৰু তৃতীয় মহলাদুটা থকাৰ বাবে, তলৰ মহলাত ডাঙৰ ডিছপেনছাৰি আৰু ঔষধৰ কাৰখানা। মনোহৰৰ আৱিষ্কৃত কেইবাটাও পেটেণ্ট…
অসীম কুমাৰ হাজৰিকা ‘গ্ৰেট বুকছ অৱ দ্য ৱেষ্টাৰ্ন ৱৰ্ল্ড’ৰ সম্পাদক মৰ্টিমাৰ জে. এডলাৰে ‘ড্ৰিমটাইগাৰ্ছ’ক বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ সাহিত্যিক কীৰ্তি হিচাপে ঘোষণা কৰিছে৷ গ্ৰন্থখনৰ স্ৰষ্টা বৰ্হেছৰ মতে ই তেওঁৰ একান্তই ব্যক্তিগত ৰচনা৷ ড্ৰিমটাইগাৰ্ছ মূলতঃ কবিতা আৰু গদ্যৰ এক অভিনৱ…