Category অনুবাদ

ইলেকশ্বন ডিউটি

 মূল (ইংৰাজী) : প্ৰশান্ত দাস অনুবাদ : অজিতাভ হাজৰিকা (প্ৰশান্ত দাস সম্প্ৰতি শ্বিলঙৰ বাসিন্দা৷ তেখেত দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰেট৷ ২০২৩ চনত তেখেতে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ উল্লেখ্য যে দুবাৰকৈ সন্মানীয়…

দুখে কেওড়া

  মূল : ৰামকুমাৰ মুখোপাধ্যায় অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰী     (তৃতীয় খণ্ড) বাস্তু    – ‘বাস’ৰ পৰা ‘বাস্তু’৷ প্ৰত্যেকৰ ঘৰ-সংসাৰৰ এটা বাস আছে৷ মৌ-মাখিৰ সংসাৰৰ কথাকে ধৰক৷ চাক সাজিছে ঘৰৰ মূধচত বা তেতেলি গছত, বাস্তু এটা…

মোৰ ঠিকনা

মূলঃ অমৃতা প্ৰীতম (হিন্দী) ভাবানুবাদঃ অংগনা ভট্টাচাৰ্য্য   আজি মই মোৰ ঘৰৰ নম্বৰটো আঁতৰাই পেলালোঁ আৰু ইমানদিনে গোলাপৰ শিৰত  উন্মুক্তকৈ আঁকি থোৱা গোলাপৰ পাহিৰ নামো গুচাই দিলোঁ প্ৰতিটো পথৰ উপপথবোৰৰ নাম মচি পেলালোঁ৷ যদি মোক বিচাৰিবলৈ ইচ্ছা কৰাঁ তেন্তে প্ৰতিখন…

জীৱনে মোক ভীতিগ্ৰস্ত নকৰে

মূল (ইংৰাজী) : মায়া এনজেলিও (Maya Angelou ), আমেৰিকা অনুবাদ : ড° ৰঞ্জিত দত্ত দেৱালৰ ছাঁবোৰ, হলঘৰটোৰ হাই-উৰুমিবোৰ, জীৱনে মোক একেবাৰেই ভীতিগ্ৰস্ত নকৰে। দুষ্ট কুকুৰটোৱে জোৰকৈ ভুকিছে, বিৰাটকায়  অশৰীৰিটো আছে এচপৰা মেঘৰ ভিতৰত , জীৱনে মোক একেবাৰেই ভতিগ্ৰস্ত  নকৰে। বুঢ়ী ৰাজহংসৰ…

শগুণটো

 মূল: ফ্ৰাঞ্জ কাফ্‌কা অনুবাদ : ৰঞ্জুমণি মহন্ত   এটা শগুণে অকৰ্তৃত্বশীলভাৱে মোৰ ভৰিদুটাত খুঁটিয়াই আছিল৷ সি ইতিমধ্যেই  মোৰ বুটযোৰ আৰু মোজাযোৰ ছিৰি পেলাইছিল আৰু এতিয়া মোৰ ভৰি দুটা খুঁটিয়াবলৈ ধৰিছে৷ বাৰে বাৰে সি ভৰিদুটাত জোৰেৰে আঘাত কৰিছিল, তাৰ পাছত সি…

ৰেইনাৰ মাৰিয়া ৰিল্কেৰ কালজয়ী গ্ৰন্থ Letters to a Young Poet-অৰ মুকলি অসমীয়া অনুবাদ

 মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে অনুবাদ: নিকু দুৱৰা  তৃতীয়খন চিঠি   ভিয়াৰেজ্জ’, পিছাৰ সমীপত, ইটালী, ২৩ এপ্ৰিল, ১৯০৩ আপুনি ইষ্টাৰৰ শুভেচ্ছা জনাই লিখা চিঠিখন পাই নথৈ আনন্দিত হ’লোঁ। চিঠিখনত আপুনি জেকবচনৰ মহানতম সৃষ্টিসমূহৰ সম্পৰ্কে যিধৰণেৰে মন্তব্য আগবঢ়াইছে সেইসমূহ মন্তব্য আৰু আপোনাৰ…

মনটো আমাৰ বিবাহিত কিন্তু আমি বহুত সৰু

মূল (ইংৰাজী) : জৰ্জ অৰৱেল, ইংলেণ্ড অনুবাদ : ড° ৰঞ্জিত দত্ত মনটো আমাৰ বিবাহিত কিন্তু আমি বহুত সৰু মনটো আমাৰ বিবাহিত  কিন্তু আমি বহুত সৰু যুগৰ সামাজিক প্ৰথা মতে অভিভাৱকসকলে আমাক  বিয়াৰ বান্ধোনেৰে বান্ধি এটি সৰু  পৃথক কোঠাত আৱদ্ধ কৰি…

দুখে কেওড়া (অনুবাদ উপন্যাস)

  মূল : ৰামকুমাৰ মুখোপাধ্যায় অসমীয়া অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰী   (ৰামকুমাৰ মুখোপাধ্যায় এজন বাঙালী সাহিত্যিক৷ ভাৰতৰ সাহিত্য অকাডেমিৰ সহকাৰী সম্পাদক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পাছলৈ চৈধ্য বছৰ পূৱ ভাৰতৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ পৰৱৰ্তী সময়ত তেওঁ সাহিত্য অকাডেমিৰ বাংলা পৰামৰ্শদাতা…

যি বহু আঁতৰৰ পৰা আহিছে

কবি : এন্দ্ৰি এডি, হাঙ্গেৰী অনুবাদ : ড° ৰঞ্জিত দত্ত আমি মানুহ যি সদায়েই পলমকৈ চলোঁ, আমি মানুহ আমি আহিছোঁ দূৰ -সুদূৰৰ পৰা। আমাৰ খোজবোৰ  সদায়েই  ক্লান্তিকৰ আৰু চিৰদিনেই বেদনাক্লিষ্ট। আমি এনে মানুহ যি সদায় পলমকৈয়ে চলোঁ শান্তিৰে কেনেকৈ মৰিব…