Category Manual Review Needed

ফটাচোলাৰ ৰং

 (পূৰ্ণাংগ নাটক) ড০ জ্যোতি প্ৰসাদ শইকীয়া ষষ্ঠ দৃশ্য (মঞ্চলৈ ভিতৰৰ পৰা পলী সোমাই আহে৷ টেবুলত দেৱীৰ ফুটফুটীয়া ফ্ৰকটো থাকে৷ ফ্ৰকটো দেখিয়েই পলীয়ে দেৱীক মাতে) পলী – দেৱী, দেৱী! (দেৱী ভিতৰৰ পৰা সোমাই আহে) দেৱী – মাহী পলী – এই ফ্ৰকটো ইয়াত…

সেউজী সেউজী সেউজী অ’

  ড০ প্ৰাণজিৎ বৰা ৩ এদিন সন্ধিয়া দেউতাকে আহি দৃশ্যটো দেখি বিচুৰ্তি খালে। গোপালে পীৰা এখনত বহি লৈ বেৰত আঁ‌উজি চকুদুটা মুদি লৈ পদ্য মাতি আছে, আৰু থুপিতৰাই একান্তমনে পদ্যবোৰ লিখি গৈছে।                      “লাই-লফা বগৰী             বৰপীৰাত বহি বহি             হাতী গ‘ল…

সেউজী সেউজী সেউজী অ’

 ড০ প্ৰাণজিৎ বৰা ২ ঘৰৰ পিছবাৰীখন ঘাঁ‌হ-বন-হাবিৰে একাঁঠু হৈ আছে কাৰণে থুপিতৰাৰ দেউতাকে সময়ে সময়ে গোপাল বেপাৰী বোলা মানুহ এজনক বাৰীখন চাফা কৰিবলৈ দিয়ে। দেউতাকৰ সময় নাই, পুৱাৰে পৰা সন্ধিয়ালৈকে তেওঁ দোকানৰ কামতে ব্যস্ত  হৈ থাকিব লাগে। দেওবাৰৰ বাহিৰে সপ্তাহৰ বাকী আটাইকেইটা…

ফটাচোলাৰ ৰং

(পূৰ্ণাংগ নাটক) ড০ জ্যোতি প্ৰসাদ শইকীয়া পঞ্চম দৃশ্য   (মঞ্চৰ down right zone -অত দেৱীয়ে মাকৰ শাৰী এখন গাত মেৰিয়াই বেজাৰ মনেৰে বহি থাকে৷ ভিতৰৰ পৰা সুৰজিৎ সোমাই আহে৷ ভায়’লিনৰ সুৰ এটা ভাঁহি উঠে) সুৰজিৎ – দেৱী! দেৱী – ওঁ…

পানী হিলৈ

 গোৱিন কুমাৰ খাউণ্ড (দহ)    ৰাতিপুৱাই চাইকেলখন লৈ ওলাই গ‘ল মিলিটেৰী। চাইকেল চলাবলৈও যেন গাত শকতি নাই। ভীষণ অকলশৰীয়া অকলশৰীয়া লাগিছে। কাকো দেখুৱাই কান্দিব পৰা নাই অথচ দেহৰ ভিতৰত যেন অসংখ্য মানুহে কান্দিছে। চিঞৰত সৰি পৰা যেন লাগিছে নষ্ট সময়।বাৰে…

ৰ’দে-বৰষুণে ইমান যে গান

   লোকনাথ গোস্বামী মন দাপোণত-১৭ (১) জীৱনৰ এক নতুন অধ্যায়  প্ৰথম বাৰৰ কাৰণে ৰাজ্যখনৰে এখন বৃহৎ ঔদ্যোগিক নগৰ নামৰূপত পদাৰ্পণ কৰি জীৱনৰ অন্য এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ পাতনি মেলিলোঁ৷ পোনপ্ৰথম দেখিবলৈ পালো ৰাজ্যখনৰ এক বৃহৎ বিদ্যুৎ উৎপাদন কেন্দ্ৰ হিচাপে পৰিচিত ‘নামৰূপ তাপবিদ্যুৎ…

মাক-কথা : Unfolded Stories of a Mother

  ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, চতুৰ্থ অধ্যায়   নতুন খোজবোৰ দিল্লীত শীতকালটোত বেছিয়েই জাৰ পৰে আৰু গ্ৰীষ্মকালটোত বেছিয়েই গৰম। বতৰ সাধাৰণতে শুকান আৰু ৰুক্ষ। কিন্তু তাৰ মাজতো এই ধূলিয়ৰি ৰাজধানী চহৰখনলৈয়ো বসন্ত আহে, আহে শৰৎ। মোৰ গৰ্ভত মোৰ কণমানিকণে থিত লোৱাৰ সময়ত…