চাটজিপিটি
জিণ্টু দত্ত অলকৰ এক্সিডেণ্ট হ’ল৷ যোৱা পৰহি৷ ক’ৰপৰা কেনেকৈ কি হ’ল সি একো ততেই ধৰিব নোৱাৰিলে৷ আনদিনাৰ দৰেই অফিচলৈ বুলি ওলাই আহি তিনি আলিটোত সোঁ ফালে টাৰ্ণ লব খোজোতেই সি দেখিলে সন্মুখৰ পৰা তড়িৎ গতিত আহিছে এখন ভিট্টাৰা ব্ৰেজা-সোঁফালৰ ফল…
জিণ্টু দত্ত অলকৰ এক্সিডেণ্ট হ’ল৷ যোৱা পৰহি৷ ক’ৰপৰা কেনেকৈ কি হ’ল সি একো ততেই ধৰিব নোৱাৰিলে৷ আনদিনাৰ দৰেই অফিচলৈ বুলি ওলাই আহি তিনি আলিটোত সোঁ ফালে টাৰ্ণ লব খোজোতেই সি দেখিলে সন্মুখৰ পৰা তড়িৎ গতিত আহিছে এখন ভিট্টাৰা ব্ৰেজা-সোঁফালৰ ফল…
নীলোৎপল বৰুৱা ফাৰ্চী-টাপু সেই বছৰ তিনিটা আৱেশত আছিল৷ তিনিটা মুড৷ তাৰে পানীত গেলা মৰাপাটৰ উৎকট গোন্ধৰ সময়টো আছিল এটা অচিন পুলকৰ৷ ফুৰফুৰীয়া আৰ্দ্ৰ বতাহ এটা বৈছিল৷ কোনোবা অবালচন্দে জাগ্ৰত আৰু নিদ্ৰাৱস্থাৰ মাজৰ স্বপ্নময় দশাত কাণ উনালে ৰুণা লায়লাৰ মাত…
জীৱন কিশোৰ গল্পকাৰজনে ভবাৰ দৰে এতিয়া গুৱাহাটীত বৰফ পৰা নাই৷ চেঁচা বতাহো বলা নাই৷ এতিয়া ইয়াত খৰাং পৰিছে৷ কাহিনীত সিক্ততা নাই৷ ধূলিয়ে আকাশ-বতাহ মন-মগজু ছানি ধৰিছে এফালৰ পৰা৷ ক্ষমতাবান যিসকল লোকে চূড়ান্ত সিন্ধান্ত গ্ৰহণ কৰি পৃথিৱীৰ ঘূৰ্ণন প্ৰভাৱিত কৰিব…
বেদান্ত নাথ চাৰি বছৰমানৰ বিৰতিত সমীৰণদাক হঠাতে লগ পাই গ’লোঁ পানবজাৰত৷ অকস্মাৎ এইদৰে সমীৰণদাক ক’ৰবাত লগ পাই যাব পাৰোঁ বুলি মই সপোনতো ভবা নাছিলোঁ৷ অবিন্যস্ত চুলি৷ আধা পকা আধা কেঁচা এমুখ নুখুৰুৱা দাড়ি৷ বিবৰ্ণ জিন্চ৷ এই কেইটা বছৰত মানুহটোৰ যথেষ্ট…
ড॰ অসীম চুতীয়া প্ৰণয় ফুকন আৰু ৰাজীৱ বৰা অসমৰ কাব্যাকাশৰ দুজন গুৰুত্বপূৰ্ণ কবি৷ এই দুজন কবিয়ে শেহতীয়াকৈ গল্পকাৰ হিচাপেও আত্মপ্ৰকাশ কৰিছে৷ প্ৰণয় ফুকনৰ ‘‘পূবৰ খিৰিকী পশ্চিমৰ বাৰাণ্ডা’’ আৰু ৰাজীৱ বৰাৰ ‘‘যখিনী খোৰৰ থুই’’ শীৰ্ষক গল্প সংকলন দুয়োখন পৃথক…
নীলোৎপল বৰুৱা অসতৰ্ক মুহূৰ্তত.. পিচ্চ্ দিয়া আলিবাটটোৰ মাজৰ পৰা যদি গোটেই চকটো চাই দিয়া যায়, ষ্টেজ এখনৰ দৰেই দেখা যাব৷ বিশালাকাৰ ষ্টেজ৷ এই ধৰক ব্ৰডৱে’ থিয়েটাৰৰ মঞ্চখন৷ কিচকিচিয়া ক’লা মজিয়াখন বাদ দি৷ চাণ্টুৰ গেৰেজটো বাওঁ উৰ্দ্ধমঞ্চ৷ ওপৰত জ’ন লাইট এটা…
যশোৱন্ত নিপুণ কঠিন বিষয়ৰ কঠিনতম সূত্ৰবোৰৰ বিষয়ে খুব সহজ সুৰত বিক্ৰমাদিত্য দাসে ব্যাখ্যা আগ বঢ়াইছিল। ব্লেকহ’লৰ অভ্যন্তৰত পদাৰ্থ বিজ্ঞানৰ নিয়মবোৰ কেনেদৰে ভাগি পৰে? সময় চূৰ্ণ-বিচূৰ্ণ হৈ পৰেনে স্থবিৰ হৈ পৰে তাৰ কেন্দ্ৰত? অসীম ঘনত্ব আৰু অসীম বক্ৰতা সম্ভৱনে? সময়…
অংগনা ভট্টাচাৰ্য্য কোনোবাই এদিন কাৰোবাক কৈছিল— “সৌপিনে পোহৰৰ মেলা, ইমান পোহৰ মোৰ সহ্য নহয়, ব’লা এন্ধাৰ ছটিয়াই দিওঁ৷” লহপহকৈ গজি উঠা ঢেঁকীয়াবোৰক নিজৰ খেতিৰ শাক বুলি কোৱা জোনাকী পৰুৱাটোৱে জানে, তাৰ শৰীৰত জিলিকি ৰোৱা পোহৰ সি নিজে আৰ্জি…
পৰী পাৰবীন o New Year’s Day to celebrate No chocolate covered candy hearts to give away No first of Spring, no song to sing কাংৰা উপত্যকালৈ শৰৎ আহিছে৷ উপত্যকাটোৰ ওপৰেৰে পাতল ধোঁৱাবৰণীয়া নিহালি এখন মেলি দিয়া হৈছে৷ শৰতৰ বতৰ৷ য’ত…
ড॰ অসীম চুতীয়া অসমীয়া সাহিত্যত ৰহস্য, ভৌতিকতা আৰু মানৱ-মনস্তত্ত্বৰ গভীৰ অনুসন্ধান কৰি যিসকল লেখকে সাহিত্য ৰচনা কৰিছে সেইসকলৰ ভিতৰত ৰঞ্জু হাজৰিকাৰ নামটো বিশেষভাৱে উল্লেখযোগ্য৷ তেখেতৰ গল্পসমূহ পঢ়িলে অনুভৱ কৰা যায় যে এই গল্পসমূহ কেৱল ভয় জগোৱা কাহিনী নহয়; বৰং মানুহৰ…