সৰল মানুহবোৰৰ মৃত্যু হৈছিল
অৰুণ গগৈ ৰ’দ বৰষুণ ভালপোৱা মানুহবোৰে উদং আকাশৰ তলত উশাহ ল’ব পৰাকৈ জন্ম দিছিল এখন সেউজ অৰণ্য হাড় ভঙা পৰিশ্ৰমৰ বিনিময়ত ওঁঠত ফুলিছিল হাঁহি চম্পা হাতৰ তলৰ ৰেখাবোৰ অথবা কঁপালৰ পথালি আঁচবোৰ গণনা কৰিব নাজানিছিল বাবে জনা…
অৰুণ গগৈ ৰ’দ বৰষুণ ভালপোৱা মানুহবোৰে উদং আকাশৰ তলত উশাহ ল’ব পৰাকৈ জন্ম দিছিল এখন সেউজ অৰণ্য হাড় ভঙা পৰিশ্ৰমৰ বিনিময়ত ওঁঠত ফুলিছিল হাঁহি চম্পা হাতৰ তলৰ ৰেখাবোৰ অথবা কঁপালৰ পথালি আঁচবোৰ গণনা কৰিব নাজানিছিল বাবে জনা…
উৎপল বৰকটকী অনেক যুক্তিৰ থকাৰ পাছতো ইয়াত যুক্তিৰ স্থান নাছিল গাঁও নে চহৰ দেশে দেশে ধোঁৱা অব্যৱস্থা ধুঁৱলি-কুঁৱলী মানুহৰ চকুবোৰত হেৰাইছে গাঁও চহৰ দেশ সম্ভৱতঃ মানুহবোৰে নতুন কিবা যুক্তি উলিয়াইছে য’ত যুক্তিৰ স্থান নাই য’ত নিয়ম নাই য’ত দেখা পোৱা নাযায় অনুশাসনৰ সমান্তৰাল ৰেখা সম্ভৱতঃ শক্তিয়েই যুক্তি হৈছে শক্তিয়েই নিয়ম শক্তিতে ব্যৱস্থা, অনুশাসন ইয়াত কোনো তৰ্কৰ স্থান নাছিল শাক-পাচলি কটাৰ দৰে কটা গৈছে মানুহ আৰু অস্থিৰতাই গিলি আছে মানুহবোৰৰ বিবেক ক্ৰমশঃ অযুক্তিবোৰ প্ৰাত্যহিক হৈ পৰিছে আৰু মানুহবোৰে মানি লৈ ইয়াক স্বাভাৱিক বুলি সূৰ্যোদয়ে পোহৰ কৰা পৃথিৱীৰ মুখত এতিয়া দৈন্য যুক্তিৰ নিয়ম আৰু অনুশাসনৰ কি কওঁ ইয়াক — গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ নে নৈৰাজ্যবাদ *** ( মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অযুক্তিকৰ, অনৈতিক দমন আৰু আধিপত্যবাদৰ ৰক্ষণশীল চিন্তৰ মানৱীয় যুক্তিৰ পৰিপন্থী অসমানতাৰ বিৰুদ্ধে ) …
দাদুল ভূঞা চকুত ঘুমটি নে জুমুঠি বুকুত কিহৰ ছটফটনি টিপচাকিৰ পোহৰ নে ঘোপমৰা এন্ধাৰ মাটিমুখী নৰিয়াত হেৰুৱালোঁ চোতালৰ জোন চক্ৰবেহুত অভিমন্যু বিপ্লৱৰ ৰঙা নিচান উৰুৱাই কথা ক’বলৈকে ভয় হিটলাৰী শাসকৰ বেহুত বন্দী জনতাৰ আঙুলি সমতাৰ…
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, সপ্তম অধ্যায় মই পুনৰ এবাৰ উপজিবৰ আয়োজন “Every May, something extra-ordinary happens …” টেম্চুলা (টেম্চিলা) আওৰ গল্প এটা এনেদৰে এইটো বাক্যৰেই আৰম্ভ হয়৷ গল্পটোত কোৱা মে’ মাহত ঘটা ‘extra-ordinary’ পৰিঘটনাটো হ’ল, মে’ মাহতে ডাল…
ড॰ চন্দনজ্যোতি চুতীয়া ‘সুবাসিত যি যন্ত্ৰণা’, ‘মাটিৰ পৰা মেঘলৈ’, ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’, ‘পৰীৰ বাঁহী’, ‘বা তুলবুল জোনাকত তুমি ক’ৰ ৰাতিৰ পখী’ আদি কাব্যগ্ৰন্থৰে অসমীয়া কাব্য সাহিত্যক সমৃদ্ধ কৰা কবিগৰাকীয়েই হৈছে কৰবী ডেকা হাজৰিকা৷ তেওঁৰ বহু কবিতাৰ বিষয়বস্তু ৰোমাণ্টিকধৰ্মী;…
গায়ত্ৰী দেৱী বৰঠাকুৰ সেই তাহানিতেই নাৰীৰ অৱদমিত ইচ্ছাক উদঙাই দেখুৱাইছিলে সুন্দৰীয়ে চাকিৰ পোহৰত ক’লা আখৰৰ উজ্জ্বলতাৰে যুগজয়ী আত্মজীৱনীৰ সোণালী পাতত আঁকিব খুজিছিল আমাৰ জীৱন চকুলোক চিয়াঁহী কৰি লিখিব খুজিছিল সফলতাৰ অমোঘ মন্ত্ৰ সুন্দৰীক কৈ দিবা এতিয়াও …
কিশোৰ মনজিৎ বৰা চেৰেক চেৰেক চৰাইৰ তীৰ্যক মাতটো নুশুনিও শুনো তাঁতশালৰ ৰঙাফুল নেদেখাকৈয়ো দেখো বেলিজনীৰ সৰুগাঁঠিত বিষটো কেৰেচীয়াকৈ নামি আহে ভৰিৰ কেঞা আঙুলিলৈ আকাশত জেঠৰ বাৰখৰ গছৰ তলত হৰ্তন ৰুহিতনৰ ছাঁ-পোহৰ
ৰুদ্ৰ সিংহ মটক গছে-ফুলে আশাৰ কুঁহিপাত কুলি-কেতকীৰ মৌ-মাত, বনগীত জাত জাত বিহুগীত জাত জাত সোণাৰুৰ কলিজাৰ থুপি থুপি হালধীয়া জুই এজাৰ নিজাৰ পৰা তেজত নুবুজা দুখৰ ক’লীয়া ডাৱৰ দুচপৰা নৈ গৰাত থেকা খাই উভতি আহে উগুল-থুগুল সখী…
নৱ ৰাজন যেন অন্য এক ৰামায়ণ। পদ্মাৱতী। ইতিহাসৰ কোনো এপৃষ্ঠা সেমেকাই চকুলোৰ জুইত আজিও দাও দাওকৈ জ্বলি থকা পতিব্ৰতা নাৰী। সৌন্দৰ্যৰ পৰী। চিত্ত’ৰৰ ৰাণী । ৰজা ৰাৱণ ৰতন সিঙৰ দ্বিতীয় পত্নী। পদ্মাৱতীৰ দেহত ৰূপৰ জুই; যি জুয়েই সামৰি ল’লে তাইক।…
বন্দনা কৌশিক বৰদলৈ তিনিপতীয়া চাহপাতৰ কোমল পাতখিলাক যদি আৰম্ভণি হিচাপে ধৰোঁ তেন্তে মই নিজেই মোক ড্ৰায়াৰত শুকুৱাই পেকেজিং কৰি আপোনালোকৰ মাজলৈ এৰিছোঁ ইমান সাৱধানতাৰে স্তৰসমূহ পাৰ হৈছোঁ যে, মই নিজেই পাহৰি পেলালোঁ ৰূপান্তৰৰ কোনটো পৰ্যায়ত মই আচলতে মই আছিলোঁ মেটাম’ৰফছিছ…