Category ইতিহাস

অমিতাভ ঘোষৰ সাহিত্য : বিশ্ব ইতিহাস, উপনিৱেশ, পৰিৱৰশ আৰু মানৱসভ্যতাৰ বাস্তৱপাঠ

 পঙ্কজ প্ৰতিম বৰদলৈ   আধুনিক বিশ্বসাহিত্যৰ জটিল, বহুমাত্ৰিক আৰু গভীৰ চিন্তাশীল পৰিসৰত অমিতাভ ঘোষ এক অসামান্য সাহিত্যিক শক্তি, যাৰ ৰচনাসমূহে ভাৰতীয় ইংৰাজী সাহিত্যক বিশ্বমানচিত্রত এক নতুন বৌদ্ধিক উচ্চতালৈ উত্তোলন কৰিছে৷ তেওঁ কেৱল এজন সফল ঔপন্যাসিক নহয়; তেওঁ ইতিহাসৰ পুনৰপাঠক উপনিৱেশবাদৰ…

অসমৰ আপুৰুগীয়া বনজ সম্পদ ‘বনচোম’: ইতিহাস আৰু বৰ্তমানৰ অৱস্থিতি

 ড০ সঞ্জীৱ বৰুৱা      বনচোম অসমৰ পৰিৱেশৰ লগত অভিযোজিত হোৱা স্থানীয় আৰু অৰ্থনৈতিকভাৱে লাভজনক উদ্ভিদৰ এটা প্ৰজাতি যাক ‘অসম চেগুন’ বুলিও কোৱা হয়৷ অৰ্থনৈতিক দিশৰ পৰা চাবলৈ হ’লে বনছুম উত্তৰ-পূব ভাৰতৰ আচবাব বজাৰত উচ্চ চাহিদাযুক্ত কাঠৰ এক প্ৰজাতি৷ ইয়াৰ…

অসমত লাচিত চর্চাৰ ইতিহাস আৰু এটি ষড়যন্ত্ৰ তত্ত্ব

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   লাচিত বৰফুকন অসমৰ ইতিহাসৰ এক অতি গুৰুত্বপূর্ণ চৰিত্ৰ৷ ঐতিহাসিক চৰিত্ৰ হিচাপে লাচিত বৰফুকন যিমান গুৰুত্বপূর্ণ, তাতকৈও অসমৰ জাতীয় জীৱনৰ এক উদ্দীপক হিচাপে তেখেতৰ গুৰুত্ব অধিক৷ কিন্তু আচৰিতভাৱে লাচিত বৰফুকনৰ দৰে এটা গুৰুত্বপূর্ণ ঐতিহাসিক চৰিত্ৰ, অন্ততঃ…

অসমত বসবাস কৰা লিম্বুসকলৰ সংক্ষিপ্ত পৰিচয়ঃ এক সামাজিক তথা ঐতিহাসিক বিশ্লেষণ

 অজয় লিম্বু   অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি৷ অসমত বসবাস কৰা অন্যান্য জাতি-জনগোষ্ঠীসমূহৰ ভিতৰত লিম্বুসকল হৈছে অন্যতম এক জাতি৷ লিম্বুসকলৰ নিজস্ব ভাষা, লিপি, সংস্কৃতি, ধর্মীয় পদ্ধতি, ৰীতি-নীতি, সামাজিক প্রথা বিৰাজমান৷ সেয়েহে লিম্বুসকলক জাতি বুলি কোৱাটো সমীচীন হব৷ উল্লেখনীয় যে লিম্বুসকল অসমত বসবাস…

ডাঙৰি ৰণাঙ্গনত মধ্যযুগৰ অসমৰ কৃষক প্ৰজাৰ শেষ প্ৰতিৰোধ

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   মধ্যযুগৰ অসমৰ সকলোতকৈ গুৰুত্বপূর্ণ সংঘটন হ’ল মোৱামৰীয়া বিদ্ৰোহ৷ অসমৰ ৰাজনৈতিক আৰু সমাজৰ জীৱনৰ অতি জটিল এই সন্ধিক্ষণটোত সমগ্ৰ আহোম ৰাজ্য হৈ পৰিছিল এখন যুদ্ধক্ষেত্ৰ৷ ৰজাঘৰীয়া আৰু প্ৰজাঘৰীয়াসকলৰ মাজৰ এই ৰক্তক্ষয়ী যুদ্ধবোৰৰ ভিতৰত এখন অতি নির্ণায়ক…

ভূতাত্ত্বিক দৃষ্টিৰে বৈদিক সৰস্বতী নদীৰ উৎপত্তি আৰু পতনৰ কাহিনী

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   নদীয়ে সভ্যতাৰ গতি নিৰ্ধাৰণ কৰে৷ একোটা সভ্যতা বৰ্তাই ৰাখিবলৈ সুস্থিৰ আৰু সুস্থ নদীতন্ত্ৰৰ প্ৰয়োজন যুগে যুগে স্বীকৃত হৈছে৷ এখন নদীৰ মৃত্যুৱে পৃথিৱীৰ এক সুপ্ৰাচীন সভ্যতাৰ কেনেকৈ পতন ঘটালে তাৰ কাহিনীয়েই হ’ল বৈদিক সৰস্বতী নদীৰ কাহিনী৷…

অসমপ্ৰেমী এগৰাকী আমেৰিকান মহিলাৰ কথাৰে

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   যোৱাটো শতিকাৰ ষাঠীৰ দশকত উজনি অসমৰ যোৰহাট নগৰত এগৰাকী আমেৰিকান মহিলা আৰু তেওঁৰ তিনিগৰাকী কন্যাক “টেনডেম”(tandem) বুলি পৰিচিত বাইচাইকেলবিধত একেলগে উঠি ঘূৰি ফুৰা প্ৰায়েই দেখা গৈছিল৷ তেতিয়া ভাৰত স্বাধীন হোৱা কিছুদিনহে পাৰ হৈছিল৷ আধুনিকতাৰ পৰশ…

প্ৰাচীন ভাৰতত বিজ্ঞানমনস্কতাৰ চর্চা : বস্তুবাদী দর্শনৰ আলোকত

ড০ ৰক্তিম ৰঞ্জন শইকীয়া   বিজ্ঞানমনস্কতাৰ ধাৰণাবোৰো একেবাৰে চলমান ধাৰণা৷ আজিলৈকে আহৰণ কৰা জ্ঞানৰ ভিত্তিত আমি দাবী কৰা বিজ্ঞানমনস্কতাৰ ধাৰণাবোৰ দুদিনৰ পাছত অন্ধবিশ্বাস হৈ পৰাৰ সম্ভাৱনা থাকে৷ আজি অন্ধবিশ্বাস বুলি দাবী কৰা পৰিঘটনা এটা পৰৱর্তী সময়ত বৈজ্ঞানিক সত্যও হৈ পৰিব পাৰে৷ আচলতে…