নীল সাগৰৰ শংখধ্বনি – এক অমৃতকথা
পৰিস্মিতা বৰদলৈ ‘ভালপোৱা’ এনে এক অমৃত যি জীৱনৰ সমস্ত গৰল শুহি ল’ব পাৰে,যি জীৱনৰ সমস্ত যাতনাক তু্চ্ছ কৰি পেলাব পাৰে, যি খোজবিহীন দুভৰিক আকাশত উৰুৱাৰ দুঃসাহস কৰিব পাৰে,ভালপোৱাই জীয়াতুক জীৱনলৈ ৰূপান্তৰিত কৰিব পাৰে৷ শক্তিশালী কথক শৰ্মিষ্ঠা প্ৰীতমৰ সদ্যপ্ৰকাশিত উপন্যাস…