Tag পৰিৱেশ

গ্ৰন্থ পৰিচিতি: সাধাৰণ ভাষাবিজ্ঞানৰ পাঠ

ড˚ বসন্তকুমাৰ গোস্বামী মূল: ফাৰ্ডিনাণ্ড দ্য চচ্যুৰ অনু: ড˚ পোনা মহন্ত প্ৰকাশক: বান্ধৱ, গুৱাহাটী মূল্য: ২০০.০০     চুইছ ভাষা বিজ্ঞানী Ferdinand De Saussure (১৮৫৭-১৯১৩)–এ নব্য বৈয়াকৰণ (Neo-grammarians) গোষ্ঠীৰ পৰা ভাষাবিজ্ঞানৰ অধ্যয়ন কৰিছিল। নব্য বৈয়াকৰণ গোষ্ঠী বৈজ্ঞানিক দৃষ্টি ভংগীৰ অধিকাৰী হ’লেও সেয়া তুলনামূলক আৰু…

গোলকীয় উষ্ণতা: তুষাৰযুগত

ড˚ কুমুদ চন্দ্ৰ ভট্টাচাৰ্য্য    আজি-কালি গোলকীয় উষ্ণতা আৰু তাৰ পৰা উৎপন্ন হোৱা জলবায়ু পৰিৱৰ্তনৰ বিষয়টো নানা দিশৰ পৰা আলোচিত হৈ আছে। পিছে আমি এই পৃথিৱীৰ বাসিন্দাসকলে এতিয়াও এই বিষয়ত যথোচিত গুৰুত্ব দিব বিচৰা নাই। আনফালে বিজ্ঞানীসকলে অকাট্য আৰু প্ৰামাণিক…

মুকলি মঞ্চ

অসমৰ বসন্ত কালীন উৎসৱ    লোকসংস্কৃতি, লোক-উৎসৱৰ অপূৰ্ব মিলনভূমি এই অসম। অতীজৰে পৰা অসমত অনেক জাতি-উপজাতি আৰু জনজাতিৰ লোকে বসবাস কৰি আহিছে। তেওঁলোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ চহকী কলা-সংস্কৃতি আছে। উৎসৱ-অনুষ্ঠান সংস্কৃতিৰ অপৰিহাৰ্য অংগ। অসমত প্ৰচলিত পৰম্পৰাগত প্ৰতিটো উৎসৱৰ অন্তৰালতেই গভীৰ…

বিহু: অৰণ্যৰ পৰা কৰ্মশালালৈ

ড˚ অনিল শইকীয়া    আজিৰ প্ৰজন্মই, ধৰা হওক একবিংশ শতিকাৰ প্ৰথম দশকত জন্ম গ্ৰহণ কৰা প্ৰজন্মই বিহুনাম, বিহুনাচ, বিহু-ঢোলৰ চাপৰ, পেঁপাৰ লহৰ, গগনাৰ সুৰীয়া গুঞ্জন ক’ত শিকিব বুলি যদি প্ৰশ্ন কৰা হয়, তাৰ উত্তৰ দুটাই, প্ৰথম বিহুৰ কৰ্মশালা বা আখৰাৰ…

চাংমাইশাল

সুৰভি দত্ত কোমল চাউলৰ টাৰ্ট    অসমীয়া সমাজৰ অতি জনপ্ৰিয় জলপান কোমল চাউল আৰু চিৰাৰে এটি সুস্বাদু মিঠা ব্যঞ্জন প্ৰস্তুত কৰিব পাৰে। ইটালিৰ জনপ্ৰিয় মিঠা ব্যঞ্জন টাৰ্ট (tart)-ৰ ৰূপ দিয়া হৈছে। আমাৰ অসমীয়া থলুৱা খাদ্যকো সংমিশ্ৰণ দি অতি সুন্দৰকৈ পৰিৱেশন…

কমলা সহ’নী: ভাৰতীয় জৈৱ ৰসায়নবিদ

অদিতি বেজবৰুৱা ভাৰতবৰ্ষৰ বাটকটীয়া মহিলা বিজ্ঞানীসকলে কৰিবলগীয়া হোৱা সংগ্ৰামৰ প্ৰতিনিধিত্ব কৰিছে কমলা ছহ’নীৰ জীৱন-কাহিনীয়ে৷ তেওঁৰ কৰ্মৰাজি, সাহস আৰু সফলতাই তেওঁৰ পাছৰ প্ৰজন্মৰ মহিলাসকলৰ কাৰণে বিজ্ঞানৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনৰ দুৱাৰ মুকলি কৰি দিলে৷      ১৯৩৩ চনৰ কথা৷ সেই বছৰ বম্বে বিশ্ববিদ্যালয়ৰ…

পৰিৱৰ্তিত সমাজ আৰু ৰঙালী বিহুৰ ৰং-ৰহইচ

ড˚ মুনীন বৰগোহাঁই    বিহুৰ সৃষ্টিৰ মূলতেই আছিল লোকসমাজৰ মাজত প্ৰচলিত লোকবিশ্বাস। কাৰণ, লোকসমাজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাই কিছুমান লোকবিশ্বাসৰ জন্ম দিছিল আৰু সেই লোকবিশ্বাসৰ পৰাই সৃষ্টি হৈছিল লোকপৰম্পৰা। বিহুও এনেদৰে সৃষ্টি হোৱা এটা লোক-অনুষ্ঠান। লোকসমাজৰ আদৰ আৰু সন্মানৰ কাৰণে বিহু…