Category কেৰিয়াৰ

কিতাপে কি আনে

(২৩ এপ্ৰিল বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে) ড° জোনালী পাটোৱাৰী বৰা আমাৰ বাবে কিতাপ বুলিলেই দেউতা৷ নতুন কিতাপ এখন খুলিলেই আজিও দেউতা-দেউতা গোন্ধ এটা পাওঁ৷ মাকে ধৰি আমাৰ চাৰিওটা ল’ৰা-ছোৱালীৰে জন্মদিনত অথবা আন কিবা বিশেষ উপলক্ষত আৰু কেতিয়াবা একো বিশেষ কাৰণ…

ৰ’দে-বৰষুণে কিমান যে গান

  লোকনাথ গোস্বামী   মন দাপোণত-১৯ (১) গানে-শ্লগানে জীৱনৰ গুৰুত্বপূৰ্ণ এছোৱা :   জলসাকে ধৰি গান-বাজনাৰ চৰ্চা চলি থকাৰ মাজতে য়ুনিয়নৰ কাম-কাজো সমানে চলিবলৈ ধৰিছিল তেতিয়াৰেপৰা৷ মই নতুনকৈ যুক্ত হোৱা য়ুনিয়নখনে কোনো কাৰ্যসূচীতে মোক এৰি  দিয়া  নাছিল৷ সদস্যসকলে মৰম-শ্ৰদ্ধাও কৰিছিল৷ তাৰ মাজতে ঘুনুক-ঘানাককৈ…

ৰঙালী বিহু উদযাপনৰ জৰিয়তে উপাৰ্জনৰ সুযোগ

ড° বুলজিৎ বুঢ়াগোহাঁই   অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু ৰাজ্যখনৰ লগতে বিশ্বজুৰি প্ৰবাসী অসমীয়াসকলেও উৎসাহেৰে উদযাপন কৰে৷ এই উপলক্ষে বিভিন্ন ৰঙালী বিহু সন্মিলন সমিতিয়ে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে৷ বিহু কেৱল উৎসৱ নহয়, ই অসমৰ জীৱনধাৰাৰ অবিচ্ছেদ্য অংশ৷ আগতে ‘বিহু মাৰি…

গল্ডবাক কনজেকচাৰ (Goldbach conjecture)

 ড০ প্ৰিয় দেৱ গোস্ৱামী     মানৱ জাতিৰ উত্তৰণত বিজ্ঞানে এক অতি উল্লেখযোগ্য উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। এই বিজ্ঞানৰেই এক অন্যতম শাখা হল গণিত। আকৌ গণিত হৈছে অধ্যয়নৰ প্ৰাচীনতম বিষয়। বিষয়টো আৰম্ভণিৰ সময়ত সম্পূৰ্ণ ব্যৱহাৰিক প্ৰয়োজনৰ বাবে এই শাখাৰ বিকাশ হৈছিল।…

ভ্ৰমণ কৰি ভালপোৱাসকলৰ বাবে কেৰিয়াৰৰ সম্ভাৱনা

 ড০ বুলজিৎ বুঢ়াগোহাঁই আজিৰ পৃথিৱীখন আগতকৈ বহুত বেছি সংযুক্ত হৈছে আৰু এই পৰিস্থিতিত ভ্ৰমণ কেৱল অৱসৰৰ বাবে নহয়৷ ই এক শক্তিশালী কেৰিয়াৰ পথলৈ বিকশিত হৈছে৷ বিশেষকৈ নৱপ্ৰজন্ম আৰু বিভিন্ন ঠাই, সংস্কৃতি আৰু মানুহৰ প্ৰতি গভীৰ কৌতুহল থকা শিক্ষাৰ্থীসকলৰ বাবে ভ্ৰমণক…

ৰ’দে বৰষুণে কিমান যে গান

 লোকনাথ গোস্বামী মন দাপোণত-১৮ (১)                                     নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ সাংস্কৃতিক পৰিৱেশঃ   নামৰূপ উদ্যোগ নগৰীখনত পদাৰ্পণ কৰিলো যদিও বহু দিনলৈ ঠাইখনৰ আও-ভাও পোৱাই নাছিলো৷ ইউনিয়নৰ পাক-চক্ৰত সোমাই এখন অন্য পৃথিৱীলৈ যোৱা যেন অনুভৱ হৈছিল৷ সংগীতৰ পৃথিৱীখনৰ পৰা আঁতৰিয়েই গৈছিলো…

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এপটিটিউড (Aptitude), লজিকেল ৰিজনিং (Logical Reasoning) আদিৰ প্ৰস্তুতি কৌশল

 ড° বুলজিৎ বুঢ়াগোহাঁই   বৰ্তমান প্ৰতিযোগিতামূলক শৈক্ষিক আৰু পেছাদাৰী পৰিৱেশত সফলতা কেৱল শৈক্ষিক নম্বৰ বা প্ৰযুক্তিগত দক্ষতাৰ ওপৰত নিৰ্ভৰশীল নহয়৷ বিষয়ভিত্তিক গভীৰ জ্ঞান আৰু কাৰিকৰী বিশেষজ্ঞতা অতি গুৰুত্বপূৰ্ণ, কিন্তু কেৱল সেয়াই যথেষ্ট নহয়৷ নিয়োগকৰ্তা, শিক্ষানুষ্ঠান আৰু বিভিন্ন সংস্থাই এনে ব্যক্তি…

ৰ’দে বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী  মন দাপোণত-১৬ (১) নামৰূপলৈ বুলি গাঁৱৰ ঘৰখনৰ পৰা হোল্ডল(Holdall) এটাত কাপোৰ-কানি আৰু চামৰাৰ পুৰণি বাকচ এটাত অইন কিছু সামগ্ৰী ভৰাই চাইকেলতে তুলি লৈ অকলে অকলে টাউনৰ সেই জুপুৰীটোলৈ আহিলো৷  জুপৰীটো তেতিয়া মোৰ Transit Campৰ দৰে আছিল৷ চাইকেলখন থৈ…

কৃত্ৰিম বুদ্ধিমত্তা (AI) যুগত মানুহক সম্পূৰ্ণৰূপে বাদ দিব নোৱাৰা কিছুমান পেছা

 ড° বুলজিৎ  বুঢ়াগোহাঁই       কৃত্ৰিম বুদ্ধিমত্তা (AI) দ্ৰুতগতিত শিক্ষা, চিকিৎসা, উদ্যোগ, প্ৰশাসন আদি বহু ক্ষেত্ৰত প্ৰৱেশ কৰিছে, তথাপিও কিছুমান পেছা আছে যাক বৰ্তমানেও সম্পূৰ্ণৰূপে কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ দ্বাৰা সলনি কৰা অতি কঠিন বা প্ৰায় অসম্ভৱ৷ এই পেছাবোৰত মানুহৰ অনুভূতি, সহানুভূতি, নৈতিক বিচাৰ,…

ম’ক্‌ টেষ্ট আৰু ইয়াৰ গুৰুত্ব

 ড° বুলজিৎ বুঢ়াগোহাঁই   শিক্ষাক বিশ্বজনীনভাৱে জ্ঞান, দক্ষতা আৰু সামগ্ৰিক ব্যক্তিগত বিকাশৰ এক মুখ্য পথ হিচাপে স্বীকৃতি দিয়া হৈছে৷ শিক্ষাৰ মূল উদ্দেশ্য হৈছে ব্যক্তিসকলক জীৱন সফলতাৰে আগবঢ়াবলৈ প্ৰয়োজনীয় বৌদ্ধিক, মানসিক আৰু ব্যৱহাৰিক ক্ষমতাৰে সজ্জিত কৰা৷  বিদ্যালয়, মহাবিদ্যালয় বা পেছাদাৰী প্ৰশিক্ষণ…