অস্তিত্ব
অংগনা চৌধুৰী সি কামবোৰ মনপুতি কৰে৷ কৰে মানে একদম কামটোৰ ভিতৰত সোমাই যায়৷ কাষত যদি কোনোবাই নাচি-বাগিও থাকে, সি সেইফালে নাচায়৷ তাকে দেখি ঘৰৰ বাকীবোৰে হাঁহে, ওচৰ-চুবুৰীয়ায়ো হাঁহে৷ কিয় হাঁহে সি বুজি নাপায়৷ এই বুজি নোপোৱা কথাটোক লৈ সিহঁতে আৰু…
অংগনা চৌধুৰী সি কামবোৰ মনপুতি কৰে৷ কৰে মানে একদম কামটোৰ ভিতৰত সোমাই যায়৷ কাষত যদি কোনোবাই নাচি-বাগিও থাকে, সি সেইফালে নাচায়৷ তাকে দেখি ঘৰৰ বাকীবোৰে হাঁহে, ওচৰ-চুবুৰীয়ায়ো হাঁহে৷ কিয় হাঁহে সি বুজি নাপায়৷ এই বুজি নোপোৱা কথাটোক লৈ সিহঁতে আৰু…
ৰশ্মিৰেখা ভূঞা গা ধুই আহি কপালত বেলি এটা আঁকিবলৈ লৈ তাই বহু সময় খিৰিকীখনেৰে বাহিৰলৈ চাই থাকিল। বাহিৰত কুঁৱলীৰ পাতল আচ্ছাদন। শৰতৰ এনে সময়বোৰতে তাইৰ তালৈ মনত পৰে। মনত পৰে সেই শেৱালি পাহলৈ যিপাহ তাই তাক এনে এটা কুঁৱলী…
হিল্লোলজ্যোতি সিংহ “মৃত্যু এক ফুলস্টপ”– খুশৱন্ত সিং সেউজীয়া ধাননিত বিলীন হৈ যোৱা বেলিটোৰ দৰে ময়ো এদিন গুচি যামগৈ সূৰ্যৰ দৰে সত্য ই এক অৱশ্যাম্ভাৱী প্ৰক্ৰিয়া জীৱনটো বিলাই বিলাই কঙাল ৰিক্ত দুহাত ক্ৰমে শুকাই গৈছে বুকুৰ অভ্যন্তৰ শেষ হৈ…
পৃথিৱীৰ জীৱকুলক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি তথা আন আন অপকাৰী মহাজাগতিক ৰশ্মিৰপৰা ৰক্ষা কৰি অহা বায়ুমণ্ডলৰ অ’য’ন স্তৰটো ক্ষতিগ্ৰস্ত হোৱা বুলি বিগত শতিকাৰ অষ্টম দশকতে বিজ্ঞানীসকলে ধৰা পেলাইছিল আৰু তাৰ ক্ষতি ৰোধ তথা মেৰামতি কৰাৰ উদ্দেশ্যে বিশেষ কেতবোৰ পদক্ষেপ…
ৰুদ্ৰ সিংহ মটক “Poetry is the revelation of a feeling that the poet believes to be interior and personal which the reader recognizes as his own.” (Salvatore Quasimodo). কবিতা মূলতঃ জীৱনবীক্ষা—হৃদয়স্তনিত প্ৰজ্ঞা অথবা স্বজ্ঞা। মানুহ হ’ব খোজা অন্তৰতম…
বিশ্বজিৎ শইকীয়া যুদ্ধোত্তৰ যুগত যিসকল লেখকৰ সৃষ্টিয়ে অসমীয়া গল্প সাহিত্যৰ ভঁৰাল চহকী কৰিছিল, সেইসকলৰ ভিতৰত মামণি ৰয়ছম গোস্বামী আছিল অন্যতম৷ ঔপন্যাসিক হিচাপে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এক উচ্চ স্থান আৰু বিৰল কৃতিত্ব লাভ কৰা গোস্বামীৰ বহুচৰ্চিত গল্পসমূহৰ ভিতৰত এটা অন্যতম…
লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদ অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস (৭) সৌন্দৰ্যৰ এই আটাইবোৰ সংজ্ঞাৰ অন্তিম ফল কি? যিবোৰ সংজ্ঞাই কলাৰ ধাৰণাক…
বাব্লু প্ৰসাদ বৰুৱা (প্ৰথম খণ্ড) ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভৈয়ামৰ ইতিহাস যুগ যুগ ধৰি ইয়াৰ মূল আৰ্য-সনাতনী ধাৰাৰ বৃহত্তৰ আৰু মহত্তৰ কলিতা জাতিৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰৱৰ্তী পৰ্যায়ত শাসনতন্ত্ৰৰ প্ৰেক্ষাপটত আবিৰ্ভাৱ হোৱা ব্ৰাহ্মণ্য-মংগোলীয় শক্তিৰ ৰাজনৈতিক আৰু সামৰিক আধিপত্যৰ মাজত চলি…
ক্ষিপ্ৰকল্প গগৈ গাঁওখন বহুত সলনি হ’ল! আগৰ খলা–বমা, কেঁচা, নাঙঠ আলি–পদূলিবোৰক এতিয়া বিটুমিন আৰু পেভমেণ্ট ব্লকৰ নিমজ আৱৰণে ঢাকি পেলালে; এবেলাৰ বাট এঘণ্টাৰ হ’ল। চহৰৰ আব্-হাৱাই গাঁওখনকো পৰশিলে। গৰুবিহুৰ দিনা ঘৰৰ টেলিভিশ্যনতে গৰুক গা–ধুওৱাৰ দৃশ্য চাই মানুহবোৰে বন্ধ উপভোগ কৰিলে।…
স্মৃতিৰখা দেৱী ‘আচৰিত! তিনিশ বছৰ ধৰি আমাৰ পৃথিৱীত কিন্তু কোনো প্ৰাণী জীয়াই থাকিব পাৰে বুলি শুনা নাই৷ অৱশ্যে ‘গেলাপাগাছ’ নামৰ এটা বিশেষ দ্বীপত দুশ-আঢ়ৈশ বছৰমানলৈকে এবিধ কাছ জীয়াই থকাৰ বিষয়ে শুনিছোঁ৷’ অকণি অকণি চকুহাল ডাঙৰকৈ মেলি বাটলুৱে ক’লে৷ ‘হয় ডাঙৰীয়া৷ আমাৰ পৃথিৱীখনৰ…