স্বৰাজোত্তৰকালৰ অসমীয়া চিনেমা-১
(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী জোনাক জোনাক শীতল জোনাক চাই মোৰ চকুলো সৰে অন্তৰ মোৰ উগুল-থুগুল উদাস আকুল কৰে। মনত পৰেহি কোনোবা পুৰণি …
(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী জোনাক জোনাক শীতল জোনাক চাই মোৰ চকুলো সৰে অন্তৰ মোৰ উগুল-থুগুল উদাস আকুল কৰে। মনত পৰেহি কোনোবা পুৰণি …
মৃদুল শৰ্মা ২৩ দুৰ্যোধন৷ প্ৰথমে আৰম্ভ হোৱা ক্ৰীড়া প্ৰতিযোগিতা আনন্দদায়কভাৱে দ্যুতক্ৰীড়াই হৈছিল৷ মোৰ লক্ষ্য আছিল পাণ্ডৱৰ হাতৰপৰা ইন্দ্ৰপ্ৰস্থ হস্তগত কৰা৷ সকলো সা-সম্পত্তিসহ ইন্দ্ৰপ্ৰস্থ নগৰো হেৰুওৱাৰ পাছত মামা শকুনিয়ে বাৰে বাৰে যুধিষ্ঠিৰক ক্ৰীড়া ত্যাগ কৰিবলৈ কৈছিল৷ অৱশ্যেই মামাৰ কথাৰ সুৰত কিছু…
অজিত ছিংনাৰ (ন) ৰহা থানাখনৰ কাষতে দোকান খুলি বহিছে ঢাকিয়াল নৰেশ চৌহানে৷ দোকানৰ কাষতে এটা ঘৰ নিৰ্মাণ কৰি সি তাতে থাকে৷ চৰকাৰে নতুন কৰনীতি আৰু কিছুমান ব্যৱস্থা নতুনকৈ লাগু কৰা বাবে কিছুমান ব্যৱসায়ত ধৰিবলৈ ভাল হৈছে৷ সি চৰকাৰী কানি…
ধৰি লওক, আপুনি সান্ধ্যভ্ৰমণ কৰে৷ আমাৰ দেশততো সান্ধ্যভ্ৰমণৰ বাবে তেনে আচুতীয়া ৰাস্তাৰ ব্যৱস্থা প্ৰায় নায়েই, গতিকে আপুনি সাধাৰণ গাড়ী-মটৰ চলা ৰাস্তাৰেই খোজ কাঢ়িবলগীয়া হয়৷ এতিয়া প্ৰশ্ন হৈছে, আপোনাৰ সান্ধ্যভ্ৰমণ সুখকৰ নে? নে আপুনি প্ৰায়েই জীউটো চুলিৰ আগত বান্ধি লৈ খোজ…
দেৱজিৎ ভৰালী বিগত সময়ছোৱাত হোৱা জলবায়ু পৰীক্ষণ সাপেক্ষে আন্তঃচৰকাৰী সংস্থা আই পি চি চিয়ে ( IPCC – Intergovernmental Panel On Climate Change ) জলবায়ুৰ যি অভাৱনীয় পৰিৱৰ্তন ঘটিছে সেয়া পূৰ্বে কাহানিও হোৱা নাই বুলি কৈছে আৰু চিন্তনীয়ভাৱে এই কথাও…
যশোৱন্ত নিপুণ ধৰ্মক মই প্ৰথম লগ পাইছিলোঁ পাঁচ বছৰমান আগতে৷ মই হাতত গাখীৰৰ পেকেট এটা লৈ ভাৰাৰ ফ্লেটলৈ খটখটী বগাম আৰু৷ সি সুধিছিল, “ছাৰ আপোনাক গাখীৰ লাগে নেকি? ময়ে দি যাব পাৰোঁ।” বিল্ডিংটোলৈ অহা মোৰ এসপ্তাহমানহে হৈছিল৷ মই তালৈ…
নিজৰা ৰাজকুমাৰী …One less… One less mouth to feed-এনিয়ে পৰিয়ালৰ দুৰ্দশাৰ দিনত গাঁৱৰ স্কুলখনৰ শিক্ষকজনৰ লগত পলাই যোৱাৰ আগে আগে চিঠিত লিখি থৈ গৈছিল। এখন মুখ কমি যোৱা মানেই পৰিয়ালৰ আন এজনে সামান্য…
উৰ্মি জুলী শইকীয়া আজিকালি মই দুখৰ কথাবোৰ পানীকেই কওঁ কোনোবা ওচৰত থাকিও নাথাকে শুনিবলৈ কোনো নাথাকিলেও মোৰ ক’বলগীয়া থাকে সেইবোৰ মই পানীকেই কওঁ কোনোৱে পাহাৰৰ দৰে বিষাদ লুকুৱাই থয় পানীত কোনোৱে চৰাইৰ দৰে কৰুণ সুৰ শৈশৱো লুকাই…
মূল : এণ্টন চেখভৰ ‘A CHAMELEON’ অনুবাদ : পংকজ কুমাৰ নেওগ বজাৰখনৰ মাজেৰে ইন্সপেক্টৰ ওচুমেলভে পাক এটা মাৰিছিল। গাত তেওঁৰ এটা নতুন অভাৰকোট আৰু কাষলতিৰ তলত এটা সৰু টোপোলা। পিছে পিছে ৰঙাচুলীয়া চিপাহী এজনো গৈছিল; তেওঁৰ হাতত আছিল বজাৰৰ পৰা বাজেয়াপ্ত কৰা ফল-মূলৰ…
মূল : হাৰুকি মুৰাকামি ইংৰাজী অনুবাদ : JAY RUBIN(ON SEEING THE 100% PERFECT GIRL ONE BEAUTIFUL APRIL MORNING) অনুবাদ : বিদ্যুৎ বিকাশ শর্মা এপ্ৰিল মাহৰ এটা উজ্জ্বল ৰাতিপুৱা৷ টকিঅ’ চহৰৰ হাৰাজুকু নামৰ এক অভিজাত অঞ্চলৰ সুৰুকীয়া ৰাস্তা এটাত…