ডান্স থেৰাপিষ্ট (Dance Therapist) কেনেকৈ হ’ব পাৰি ?
ড° বুলজিৎ বুঢ়াগোহাঁই ডান্স থেৰাপি, যাক ডান্স/মুভমেণ্ট থেৰাপি (ডিএমটি) বুলিও কোৱা হয়, এই থেৰাপি হৈছে এক প্ৰকাৰৰ মনোচিকিৎসা যি ব্যক্তিসকলৰ আৱেগিক, জ্ঞানীয়, শাৰীৰিক আৰু সামাজিক একত্ৰীকৰণত সহায় কৰিবলৈ চলাচল আৰু নৃত্য ব্যৱহাৰ কৰে। ইয়াৰ ভিত্তি হৈছে শৰীৰ আৰু মন…