চাটজিপিটি
জিণ্টু দত্ত অলকৰ এক্সিডেণ্ট হ’ল৷ যোৱা পৰহি৷ ক’ৰপৰা কেনেকৈ কি হ’ল সি একো ততেই ধৰিব নোৱাৰিলে৷ আনদিনাৰ দৰেই অফিচলৈ বুলি ওলাই আহি তিনি আলিটোত সোঁ ফালে টাৰ্ণ লব খোজোতেই সি দেখিলে সন্মুখৰ পৰা তড়িৎ গতিত আহিছে এখন ভিট্টাৰা ব্ৰেজা-সোঁফালৰ ফল…
জিণ্টু দত্ত অলকৰ এক্সিডেণ্ট হ’ল৷ যোৱা পৰহি৷ ক’ৰপৰা কেনেকৈ কি হ’ল সি একো ততেই ধৰিব নোৱাৰিলে৷ আনদিনাৰ দৰেই অফিচলৈ বুলি ওলাই আহি তিনি আলিটোত সোঁ ফালে টাৰ্ণ লব খোজোতেই সি দেখিলে সন্মুখৰ পৰা তড়িৎ গতিত আহিছে এখন ভিট্টাৰা ব্ৰেজা-সোঁফালৰ ফল…
নীলোৎপল বৰুৱা ফাৰ্চী-টাপু সেই বছৰ তিনিটা আৱেশত আছিল৷ তিনিটা মুড৷ তাৰে পানীত গেলা মৰাপাটৰ উৎকট গোন্ধৰ সময়টো আছিল এটা অচিন পুলকৰ৷ ফুৰফুৰীয়া আৰ্দ্ৰ বতাহ এটা বৈছিল৷ কোনোবা অবালচন্দে জাগ্ৰত আৰু নিদ্ৰাৱস্থাৰ মাজৰ স্বপ্নময় দশাত কাণ উনালে ৰুণা লায়লাৰ মাত…
অৰুণ গগৈ ৰ’দ বৰষুণ ভালপোৱা মানুহবোৰে উদং আকাশৰ তলত উশাহ ল’ব পৰাকৈ জন্ম দিছিল এখন সেউজ অৰণ্য হাড় ভঙা পৰিশ্ৰমৰ বিনিময়ত ওঁঠত ফুলিছিল হাঁহি চম্পা হাতৰ তলৰ ৰেখাবোৰ অথবা কঁপালৰ পথালি আঁচবোৰ গণনা কৰিব নাজানিছিল বাবে জনা…
পঙ্কজ প্ৰতিম বৰদলৈ আধুনিক বিশ্বসাহিত্যৰ জটিল, বহুমাত্ৰিক আৰু গভীৰ চিন্তাশীল পৰিসৰত অমিতাভ ঘোষ এক অসামান্য সাহিত্যিক শক্তি, যাৰ ৰচনাসমূহে ভাৰতীয় ইংৰাজী সাহিত্যক বিশ্বমানচিত্রত এক নতুন বৌদ্ধিক উচ্চতালৈ উত্তোলন কৰিছে৷ তেওঁ কেৱল এজন সফল ঔপন্যাসিক নহয়; তেওঁ ইতিহাসৰ পুনৰপাঠক উপনিৱেশবাদৰ…
অমৃত গোস্বামী শ্ৰীমদ্ভাগৱত পুৰাণৰ একাদশ স্কন্ধত বৰ্ণনা কৰা ‘নিমি–নৱসিদ্ধ সংবাদ’ ধৰ্মগ্ৰন্থখনৰ এক এক বিশেষ ব্যাখ্যাযোগ্য অংশ৷ ইয়াত সংবাদ শব্দটো প্ৰশ্নোত্তৰৰ বা সংলাপৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হৈছে৷ এই ‘সংবাদ’ মিথিলাৰ ৰজা, ৰাজর্ষি নিমি আৰু ন-গৰাকী যোগসিদ্ধ পুৰুষৰ মাজত হোৱা…
উৎপল বৰকটকী অনেক যুক্তিৰ থকাৰ পাছতো ইয়াত যুক্তিৰ স্থান নাছিল গাঁও নে চহৰ দেশে দেশে ধোঁৱা অব্যৱস্থা ধুঁৱলি-কুঁৱলী মানুহৰ চকুবোৰত হেৰাইছে গাঁও চহৰ দেশ সম্ভৱতঃ মানুহবোৰে নতুন কিবা যুক্তি উলিয়াইছে য’ত যুক্তিৰ স্থান নাই য’ত নিয়ম নাই য’ত দেখা পোৱা নাযায় অনুশাসনৰ সমান্তৰাল ৰেখা সম্ভৱতঃ শক্তিয়েই যুক্তি হৈছে শক্তিয়েই নিয়ম শক্তিতে ব্যৱস্থা, অনুশাসন ইয়াত কোনো তৰ্কৰ স্থান নাছিল শাক-পাচলি কটাৰ দৰে কটা গৈছে মানুহ আৰু অস্থিৰতাই গিলি আছে মানুহবোৰৰ বিবেক ক্ৰমশঃ অযুক্তিবোৰ প্ৰাত্যহিক হৈ পৰিছে আৰু মানুহবোৰে মানি লৈ ইয়াক স্বাভাৱিক বুলি সূৰ্যোদয়ে পোহৰ কৰা পৃথিৱীৰ মুখত এতিয়া দৈন্য যুক্তিৰ নিয়ম আৰু অনুশাসনৰ কি কওঁ ইয়াক — গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ নে নৈৰাজ্যবাদ *** ( মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অযুক্তিকৰ, অনৈতিক দমন আৰু আধিপত্যবাদৰ ৰক্ষণশীল চিন্তৰ মানৱীয় যুক্তিৰ পৰিপন্থী অসমানতাৰ বিৰুদ্ধে ) …
দাদুল ভূঞা চকুত ঘুমটি নে জুমুঠি বুকুত কিহৰ ছটফটনি টিপচাকিৰ পোহৰ নে ঘোপমৰা এন্ধাৰ মাটিমুখী নৰিয়াত হেৰুৱালোঁ চোতালৰ জোন চক্ৰবেহুত অভিমন্যু বিপ্লৱৰ ৰঙা নিচান উৰুৱাই কথা ক’বলৈকে ভয় হিটলাৰী শাসকৰ বেহুত বন্দী জনতাৰ আঙুলি সমতাৰ…
মূল (ইংৰাজী) : প্ৰশান্ত দাস অনুবাদ : অজিতাভ হাজৰিকা (প্ৰশান্ত দাস সম্প্ৰতি শ্বিলঙৰ বাসিন্দা৷ তেখেত দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰেট৷ ২০২৩ চনত তেখেতে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ উল্লেখ্য যে দুবাৰকৈ সন্মানীয়…
মূল : ৰামকুমাৰ মুখোপাধ্যায় অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰী (তৃতীয় খণ্ড) বাস্তু – ‘বাস’ৰ পৰা ‘বাস্তু’৷ প্ৰত্যেকৰ ঘৰ-সংসাৰৰ এটা বাস আছে৷ মৌ-মাখিৰ সংসাৰৰ কথাকে ধৰক৷ চাক সাজিছে ঘৰৰ মূধচত বা তেতেলি গছত, বাস্তু এটা…
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, সপ্তম অধ্যায় মই পুনৰ এবাৰ উপজিবৰ আয়োজন “Every May, something extra-ordinary happens …” টেম্চুলা (টেম্চিলা) আওৰ গল্প এটা এনেদৰে এইটো বাক্যৰেই আৰম্ভ হয়৷ গল্পটোত কোৱা মে’ মাহত ঘটা ‘extra-ordinary’ পৰিঘটনাটো হ’ল, মে’ মাহতে ডাল…