Tag পৰিৱেশ

বতৰৰ বতৰা

 নৱনীতা ভট্টাচাৰ্য্য (১) জহ কালৰ দুপৰীয়াবোৰ বৰ আমনিদায়ক৷ সঁচাকথা ক’বলৈ গ’লে জহকালিৰ দিনবোৰ ৰিণিৰ একেবাৰে ভাল নালাগে৷ ৰাতিপুৱাৰ পৰা খাওঁ খাওঁ মূৰ্তি ধৰি ওলাই অহা বেলিটো দেখিলেই তাইৰ বৰ খং উঠে৷ অৱশ্যে প্ৰখৰ ৰ’দ বা প্রচণ্ড গৰম তাইৰ সমস্যা নহয়৷…

প্ৰকৃতিৰ বিষয়ে আৰু কিছু অৰণ্যৰোদন

মে’ মাহৰ মাজভাগৰ কেইটামান দিনত ভাৰতৰ বিভিন্ন স্থানত যেন জুইহে  জ্বলিছিল– তাপমাত্ৰা প্ৰায় ঊনপঞ্চাছ  ডিগ্ৰীলৈ উঠিছিল৷ পাকিস্তানৰ মহেঞ্জোদাৰোত তাপমাত্ৰাই পঞ্চাছ ডিগ্ৰী অতিক্ৰম কৰি গৈছিল৷ মানুহৰ কথা বাদেই, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজীৱবোৰেও আনকি পানী খাবলৈ নোপোৱা অৱস্থাৰ সম্মুখীন হৈছিল৷ এনে হৈছিল…

ভোজনৰ পতংগীকৰণ, ইতিহাস, আৰু ভৱিষ্যতৰ গ্ৰীন প্ৰ’টিন

 ড০  ভাৰত বৰুৱা  এই ধৰাত মানৱ জাতিৰ জীয়াই থকাৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনটো হ’ল খাদ্য৷ খাদ্য অবিহনে এই মানৱী দেহা অসাৰ, নিচল৷ লগতে মানৱ জীৱনৰ বিভিন্ন সময়ত, কাৰণত প্ৰয়োজনী শাৰীৰিক আৰু মানসিক কৰ্মৰাজিৰ বাবেও খাদ্যই মূল৷ শৰীৰ আৰু মগজুৰ পুষ্টিৰ…

মহাকবি কালিদাসৰ ঋতুসংহাৰম্

অনুবাদ – কৌস্তুভমণি শইকীয়া দত্ত   তৃতীয় অধ্যায় ।। শৰৎ বৰ্ণনা ।।   শুকুলা কঁহুৱাৰ বস্ত্ৰ পৰিধান কৰি, বিকশিত কমলৰ দৰে যাৰ মনোহৰ মুখশ্ৰী, উন্মাদ হংসৰ ৰৱ যাৰ নূপুৰৰ ৰম্য ধ্বনি, লাৱনী দেহৰ বৰণ যেন পৰিপক্ক ধানৰ নৰা, আহিল ৰমণীয়া…

সমকামিতাক তুলি ধৰা এখন উপন্যাস

 কিশোৰ দাস কোঁৱৰ   প্ৰস্তুতিকালৰে পৰা বৰ্তমান সময়লৈকে অসমীয়া উপন্যাসে বিভিন্ন সাহিত্যৰূপ (Genre)-ৰ মাজেৰে বিষয়-বৈচিত্ৰ্যৰ ক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা চলাই আহিছে৷ ফলস্বৰূপে সমাজত সংঘটিত বিভিন্ন ঘটনা-সংঘটনাই ইয়াত স্থান লাভ কৰিছে৷ প্ৰাৰম্ভিক কালৰে পৰা চিন্তা-চৰ্চা কৰি অহা বিভিন্ন বিষয়সমূহে একবিংশ শতিকাত নানান মাধ্যমেৰে…

কলা কি?

  মূল : লিও টলষ্টয়ৰ What is Art?  অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস   (৫)   একে ধৰণেৰেই সৌন্দৰ্যক সংজ্ঞাৱদ্ধ কৰিছে কাণ্টৰ অনুগামীসকলেও, যাৰ ভিতৰত এগৰাকী আছিল শ্বিলাৰ (১৭৫৯-১৮০৫)। নন্দনতত্ত্ব সম্পৰ্কে বহু লিখামেলা কৰা শ্বিলাৰৰ মতে, কাণ্টে কোৱাৰ দৰেই কলাৰ লক্ষ্য…

ধেবাই ধোৱা ধৰণী

অজিত ছিংনাৰ (সাত)        ডাঙৰ জলাহখনৰ পাৰে পাৰে আহি কপিলী পাৰৰ ভেলৌগুৰি গাঁৱত তেমেকা আৰু কেৰ্পাই উপস্থিত হ’ল৷ বাট বুলিবলৈ প্ৰায় নায়েই৷ বসতি পাতল বাবে মানুহৰ আহযাহো কম৷ ভেলৌগুৰি গাঁওখন কৈৱৰ্ত মানুহৰে ভৰা৷ সৰু গাঁও৷ মানুহ ছঘৰমানহে আছে৷ এনেবোৰ…

বিন্দু বাইদেউলৈ মই সমীৰণ

 বেদান্ত নাথ   (১)   “পৃথিৱীৰ প্ৰেমে মোক দেউলীয়া কৰিলে” ওপৰলৈ মূৰ কৰি চকু দুটা বন্ধ‌ কৰি থোৱা ল’ৰাজনৰ চকুৰ পৰা বৈ অহা নীলা চকুৰ পানীত তলৰ ওঁঠৰ পৰা ডিঙিলৈকে ডুব গৈ আছে৷ চকুৰ পানীৰ পৰা দুখন ক’লা শীৰ্ণ হাত…

পৰশুৰাম

 নীলোৎপল বৰুৱা   নতুন চাম নাট্যকৰ্মীৰ ভিতৰত ৰূপান্তৰ বৰপাত্ৰগোহাঁই এটা চিনাকী নাম৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত পাৰিৱেশ্য কলা বিষয়ত স্নাতকোত্তৰ সমাপ্ত কৰা বৰপাত্ৰগোঁহায়ে ধেমাজিৰ ভদ্ৰাপাৰাত ‘থিয়েটাৰী ৰং থিয়েটাৰী ঢং’ নামৰ এটা নাট্যগোষ্ঠী গঠন কৰাৰ উপৰিও এখন‌ নাট‌্য বিদ্যালয় নিয়মীয়াকৈ চলাই আহিছে৷…

সুচল সংগ্ৰহালয়

 পঙ্কজ প্ৰতীম বৰদলৈ   প্ৰতি বছৰে মে’ মাহৰ ১৮ তাৰিখটো বিশ্ব সংগ্ৰহালয় দিৱস হিচাপে আন্তৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে পালন কৰে৷ এই মাহৰ মুক্তবীক্ষণত সংগ্ৰহালয়ৰ লগত সংগতি ৰাখিয়ে একলম লিখাৰ প্ৰয়াস কৰিছোঁ৷ বৰ্তমান সময়ত সামাজিক সংস্থাসমূহ সমাজৰ সকলো বৰ্গৰ লোকৰ দ্বাৰা সুগম্য…