Tag পৰিৱেশ

ধেৱাই ধোৱা ধৰণী

  পাঁচ বহাগ মাহ সোমাল৷ তেমেকাহঁতে বহাগ বিহুৰ সোৱাদ তেতেলীয়াৰ মানুহবোৰৰ লগতে ল’লে৷ তেতেলীয়াৰ ডেকাবোৰৰ লগতে ঘৰে ঘৰে হুঁচৰি মাৰিও আনন্দ কৰিলে৷ বিহুৰ লগে লগেই আৰম্ভ হৈছিল গোসাঁই উলিওৱা মেলা৷ মেলাত তেতেলীয়া ৰাজ্যৰ বিভিন্ন গাঁৱৰ মানুহে যোগদান কৰি এক আনন্দমুখৰ…

বতৰৰ বতৰা

 নৱনীতা ভট্টাচাৰ্য্য   খণ্ড-৫  শীতকালৰ দিনবোৰ যে ইমান চুটি, ৰিণিৰ একেবাৰে ভাল নালাগে৷ স্কুলৰ পৰা আহি ভাত-পানী খাই জিৰাই-শতাই লোৱা মানে সূৰ্য বুৰ যাবৰে হয় আৰু তাৰ লগে লগে শীত নামি আহে৷ খেলিবলৈ সময়েই নাপায়৷ ইফালে সাজ লাগে কি নালাগে,…

কৃষ্ণ আৰু গোৱৰ্ধন পৰ্বত আৰু মোগলকালীন চিত্ৰকলা

  পঙ্কজ প্ৰতিম বৰদলৈ   মোগলকালীন সময়ৰ কলাকৃতিসমূহৰ ভিতৰত কৃষ্ণৰ দ্বাৰা গোৱৰ্ধন পৰ্বত আঙুলিত তুলি লোৱা চিত্ৰখন অন্যতম কলাকৃতি হিচাপে প্ৰসিদ্ধ ৷ সম্ৰাট আকবৰৰ সময়ত প্ৰসাৰ লাভ কৰা এই কলাশৈলীয়ে কেৱল দৃশ্যগত আৱেদনক অতিক্ৰম কৰাই নহয়, পৌৰাণিক কাহিনী, সাংস্কৃতিক বৈচিত্ৰ্য, আৰু…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (২৪)  ৰাতিপুৱাই লুকা ওলালহি৷ ষ্টেপানে তেতিয়া মলেঁয়া আৰু ক্লেপেটাঁক আহাৰ খুৱাই আজৰি হৈছিলহে৷ মলেঁয়া যিহেতু দ্বিতীয়বাৰৰ বাবে উমনিত বহিছে, গতিকে তাইক ক্লেপেটাঁই খুৱাবলৈ লৈছে৷ চোতালত মাছৰ পাত্ৰটো থ’লে ক্লেপেটাঁই নিজৰ জোখাৰে খাই উঠি এটা এটাকৈ ঠোঁটত লৈ…

দুৰ্যোগ ব্যৱস্থাপনা (Disaster Management)

 ড° বুলজিৎ বুঢ়াগোহাঁই   দুৰ্যোগ ব্যৱস্থাপনা বা ডিজেষ্টাৰ মেনেজমেণ্ট(Disaster Management)ত প্ৰাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগৰ সময়ত জীৱন, সম্পত্তি আৰু ভয়াৱহ ক্ষতিৰ পৰা গুৰুত্বপূৰ্ণ সম্পদ সুৰক্ষিত কৰাৰ লক্ষ্যৰে সংগঠিত পৰিকল্পনা আৰু প্ৰক্ৰিয়া অন্তৰ্ভুক্ত থাকে৷ এই ক্ষেত্ৰৰ পেছাদাৰীসকলে দুৰ্যোগ ব্যৱস্থাপনাৰ সকলো পৰ্যায়তে এক…

প্ৰাক-ঔপনিৱেশিক আৰু ঔপনিৱেশিক-কালিন যোৰহাটৰ বুৰঞ্জী সাহিত্য চর্চা : এক অসম্পূর্ণ সমীক্ষা

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া আহোম ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটৰ পট্টনৰ ইতিহাস তুলনামূলকভাৱে নতুন৷ এই তুলনামূলকভাৱে নতুন নগৰখন আৰু ইয়াৰ দাঁতিকাষৰীয়া ঠাইবোৰত কম সময়ৰ ভিতৰতে ইতিহাস চর্চাৰ এক পৰিৱেশ গঢ় লৈ উঠিছিল ৷ অথচ সাহিত্য সৃষ্টিৰ বাবে এক বিকশিত অধিক উৎপাদনশীল…

তথ্যবাদ (Dataism)

 ড০ প্ৰিয়দেৱ গোস্বামী   বৰ্তমান সময়ত আমি প্ৰতি নিয়ত অনেক খবৰ লাভ কৰি থাকোঁ৷ এনে খবৰবোৰ আমাক যোগান ধৰে বিভিন্ন ছপা আৰু বৈদ্যুতিন মাধ্যমে৷ ইয়াৰ উপৰি প্ৰকৃতিয়েও আমাক বহু খবৰ দিয়ে৷ এই খবৰবোৰৰ আধাৰ হ’ল তথ্য৷ বিভিন্ন বিষয়ৰ বিষয়ে আমি…

লংবুই পৰ্বত, লাং-ইক্‌ পি আৰু কাজেক আইৰ উৰণীয়া সাধু

 ৰত্না ভৰালী তালুকদাৰ (তৰুণ গল্পকাৰ জুৰি বৰুৱাৰ হাতত)   লানি নিছিগা সপোন আৰু সাধুকথাৰ আলি-মুলিতে কাজেক ৰংফাৰপিৰ বাস৷ সেয়েহে যেতিয়া  সপোনতে ধুনীয়াকৈ পিনি-পে’কক পিন্ধি লংবুই পৰ্বতৰ ওপৰেদি তেওঁৰ দেহলাওটো সৰগলৈ লৈ যাবলৈ বুঢ়ীমাই আহিল, তেতিয়া দুৱাৰ-বাগৰি লংৰি নামৰ কাৰ্বি গোষ্ঠীয়ে বাস…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৬

(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)                                        নিজৰা ৰাজকুমাৰী চিটিবাছ চালক ৰামু আৰু জোচেফ, ৰিক্সাৱালা ৰহিমৰ পৰা সোণটি, শেৱালি, মিনতি, জয়ন্ত আদিলৈকে যিবোৰ চৰিত্ৰৰ মানৱীয়তা অথবা অমানৱীয়তাই, পৰিৱেশ-পৰিস্থিতিয়ে নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ বেনাৰত নিৰ্মাণ হোৱা, ১৯৭১ চনৰ ২৬ ফেব্ৰুৱাৰিত মুক্তি পোৱা…

বঙ্কিমচন্দ্র আৰু ঐতিহাসিক উপন্যাসৰ স্রষ্টা ৰজনীকান্ত বৰদলৈ

   বাসুদেব দাস     ইংৰাজী সাহিত্যত ছাৰ ৱাল্টাৰ স্কট আৰু বঙলা সাহিত্যত বঙ্কিমচন্দ্র চট্টোপাধ্যায় ঐতিহাসিক উপন্যাসৰ বাবে বিখ্যাত।অসমীয়াত তেওঁলোকৰ আর্হিৰে ইতিহাসৰ পটভূমিত উপন্যাস ৰচনাৰ প্রথম পথ দেখুৱাইছিল পদ্মনাথ গোহাঞিবৰুৱাই। গোহাঞিবৰুৱাৰ দুয়োখন উপন্যাসেই অসম বুৰঞ্জীৰ দুটা প্রসিদ্ধ ঘটনাৰ পটভূমিত ৰচিত।‘ভানুমতী’ৰ পটভূমি…