ভিক্টোৰিয়া : অনুভূতি, আঘাত আৰু প্ৰতিৰোধৰ ৰূপকথা
প্ৰীতিৰেখা নেওগ কামত ব্যস্ত হৈ থকা সত্তেও তাইৰ মনৰ ভয় আৰু আশংকাই নীৰৱে এক অস্বস্তিৰ ঢৌ সৃষ্টি কৰি তাইক বাৰে বাৰে অশান্ত কৰি তুলিছে৷ তাইক দেখি দীপাই চিন্তিত কণ্ঠৰে ক’লে – “আজি তোক দেখিবলৈ বৰ বেয়া লাগিছে৷ ডিঙিৰ হাড়বোৰো…