Tag পৰিৱেশ

বতৰৰ বতৰা -৬

 নৱনীতা ভট্টাচাৰ্য্য   মাকৰ মুখত বতৰৰ বিষয়ে ইমানবোৰ কথা শুনাৰ পিছতো ৰিণিৰ মনৰ কৌতুহল মাৰ নগ’ল, বৰঞ্চ তাইৰ মনত আকৌ নতুন নতুন প্ৰশ্নৰ উদয় হ’ল৷ সিদিনাখনো তাই মাকক আহি সুধিলে, “মা! বতৰ কিয় সলনি হৈ থাকে?” ৰিণিৰ প্ৰশ্ন শুনি মাকে…

কবিতা যেতিয়া জীৱন আৰু সমাজ জিজ্ঞাসাৰ পোহৰ-অনুবাদ

 ৰুদ্ৰ সিংহ মটক    “To read a poem is to hear it with our eyes; to  hear it is to see it         with our ears.”(Octavio Paz)  যৌৱন হেনো চিৰসেউজ সৃষ্টিৰ মৌ–বন৷ হয়, আগবয়সত সকলোয়ে সুন্দৰ সপোন দেখে৷ এই সপোনেই…

সুধাকণ্ঠৰ এটি গীত আৰু কিছু পুৰণি স্মৃতি

অমৃত গোস্বামী   “বৰহাটৰ সোৱাদ তামোল  এখন খালে,   দুখন খাবলৈ মন যাব…” সন্দীপা শৰ্মা আৰু হিতেশ দেৱ শৰ্মা নামৰ স্বামী-স্ত্ৰীয়ে সুধাকণ্ঠ ড°ভূপেন হাজৰিকাদেৱ আৰু ৰুণুমী ঠাকুৰৰ দ্বৈতকণ্ঠৰ ‘কহিমাৰে আধুনিকা ডালিমী’ শীৰ্ষক সেই বিখ্যাত গানটোৰ নতুনকৈ ভিডিঅ’ এটা প্ৰস্তুত কৰিছে৷ এই…

মণিপুৰ ডায়েৰী

 বেদান্ত নাথ   ১ দীঘলীয়া এছোৱা সময়ৰ পাছত মণিপুৰলৈ উৰা মাৰিলোঁ৷ মণিপুৰৰ দুটামান কথাই মোক বৰকৈ আকর্ষণ কৰিছিল৷ শুধ বগা ধূতি-পাঞ্জাৱী পিন্ধা চন্দনৰ দীঘলকৈ ফোঁট লোৱা শান্ত-সৌম্য স্বভাৱৰ মণিপুৰী বৈষ্ণৱ  আৰু পৰিপাটিকৈ ৰিহা- মেখেলা পিন্ধা  ধুনীয়া মেইটেই মহিলাসকল৷  আনটো কথা আছিল বিধে বিধে সোৱাদ লগা মণিপুৰী…

আশা

 আকাশ দীপ্ত ঠাকুৰ          মাইনীয়ে প্লেটফৰ্মৰ ওপৰৰ ফালে ৰঙা হৈ জিলিকি থকা ফলকখনলৈ চাই আছিল৷ সময় কিমান হৈছে তাতে নিৰ্দেশ কৰা থাকে৷ পুৱা ঠিক ছয় বাজি একচল্লিছ মিনিট হোৱাৰ লগে লগে ক’ৰবাৰপৰা কিবা এটা ঘোষণা কৰাৰ দৰে শব্দ শুনিবলৈ…

গাঁওবোৰ গাঁও হৈ থাকক

অংকুৰণ আৰ্ফ গাঁওবোৰ গাঁও হৈ থাকক চিৰদিন চিৰকাল গাঁওবোৰ গাঁও হৈ থাকিলেই ভাল গাঁৱতহে মাতৰ নাই আকাল গাঁৱতহে ভৰুণ হৈ থাকে ধানৰ ভঁৰাল                                       …

গেমিং উদ্যোগৰ লগত জড়িত কেৰিয়াৰ

ড° বুলজিৎ বুঢ়াগোহাঁই           গেমিং হৈছে লেপটপ, ব্যক্তিগত কম্পিউটাৰ, ম’বাইল ফোন, টেবলেট, প্লেষ্টেচন, এক্সবক্স আদিৰ দৰে ইলেকট্ৰনিক ডিভাইচ ব্যৱহাৰ কৰি খেলা  ভিডিঅ’ গেম৷ বিগত বছৰবোৰত কম্পিউটাৰ গেমবোৰ মনোৰঞ্জন উদ্যোগৰ অন্যতম বৃহৎ শাখা লৈ  পৰিণত হৈছে৷ বহুতে গেমিঙক কেৱল  মনোৰঞ্জনৰ…

মোৰ দেশৰ মাটিৰ কথা

হিল্লোলজ্যোতি সিংহ   আলতীয়া মাটিৰ পোৰা গোন্ধে কঠিন কৰে মাটিৰ চাকি শলিতাৰ জুইৰ তাপ সহিব পৰাকৈ   পালপাৰাৰ কুমাৰৰ আজি চাকত নুঘূৰে কেঁচা মাটিৰ বিভিন্ন অবয়ব কুমলীয়া কলচী আশাৰীকান্দিৰ পুতলাই নকয় বত্ৰিছ পুতলাৰ সাধু   মাটিৰ মানুহ খগেন মালীৰ হাতত…

অচিন জগতত বাটলু

 স্মৃতিৰেখা দেৱী চাওঁতে চাওঁতে গ্ৰীনা নামৰ জগতখনৰপৰা অহা লোকসকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু প্ৰতিপালনত সেউজপুৰ ৰাজ্যৰ বহুখিনি খালী হৈ থকা ঠাই গছ-লতাৰে ভৰি উঠিল৷ দেখাত প্ৰায় পৃথিৱীৰ মানুহৰ দৰেই, কিন্তু সম্ভৱতঃ মানুহতকৈ বেছি মৰমিয়াল এই লোকসকলৰ উপস্থিতিয়ে সেউজপুৰখনক যেন কিছু সলনি…

হাৰ্মান হেছে, নীল্‌ছ বঃৰ আৰু নৱকান্ত বৰুৱাৰ কথাৰে

  ড০ পৰমানন্দ মহন্ত   সৈন্যবাহিনীৰ চকীৰ পুথিভঁৰালৰ সুদৃশ্য বেটুপাত আৰু ধুনীয়াকৈ বন্ধোৱা এখন কিতাপ মোৰ ভাইটিয়ে হস্পিটেলৰ বিছনাত পঢ়ি আছিল৷ শেষৰ কেইটামান পৃষ্ঠা বাকী অছিল৷ সি মোক ক’লে, ‘মোৰ পঢ়ি হ’লে তই পঢ়িবি, বৰ ভাল লাগিছে কিতাপখন– হাৰ্মান হেছেৰ ‘সিদ্ধাৰ্থ’৷’ কিতাপখন অতদিনে…