উৰুকা নিশাৰ সম্প্ৰীতি
নিৰু দত্ত শীতকালীন উৎসৱ মাঘবিহু অসমৰ কৃষি ভিত্তিক উৎসৱ৷ শাওণত গোজ মৰা কঠীয়াই আঘোণত সোণগুটিৰ ৰূপত কৃষকৰ ভঁৰালত সোমায়৷ প্ৰাপ্তিৰ প্ৰাচুৰ্যৰে ভৰি উঠে একোখন ঘৰ৷ অসমৰ পলসুৱা মাটিত এই সময়তে উভৈনদী হৈ থোৰ মেলে নানাবিধ শাক-পাচলি, মাটিৰ তলত বাঢ়ে কাঠ-আলু, মোৱা-আলু,…