অৱগাহন
পাপৰি গোস্বামী গংগাধৰৰ দুয়োপাৰৰ ঘাটত থকা ডাঙৰ নৌকা দুয়োখনেই ‘বৰ বাড়ি’-ৰ নৌকা। তলীখন পুৰঠ জাম কাঠৰ আৰু কাষ দুটা শাল কাঠৰ। টিং দুটা ৰঙা আৰু হালধীয়া ৰঙেৰে বোলোৱা। দুয়ো কাষে পিতলৰ ঝুনঝুনি লগোৱা। যথেষ্ট মজবুতিৰে নৌকা দুখন সাজিছিল…
পাপৰি গোস্বামী গংগাধৰৰ দুয়োপাৰৰ ঘাটত থকা ডাঙৰ নৌকা দুয়োখনেই ‘বৰ বাড়ি’-ৰ নৌকা। তলীখন পুৰঠ জাম কাঠৰ আৰু কাষ দুটা শাল কাঠৰ। টিং দুটা ৰঙা আৰু হালধীয়া ৰঙেৰে বোলোৱা। দুয়ো কাষে পিতলৰ ঝুনঝুনি লগোৱা। যথেষ্ট মজবুতিৰে নৌকা দুখন সাজিছিল…
ঋত্বিক পৰাশৰ “অভাৱেই আৱিস্কাৰৰ মূল”। বৰ্তমানৰ যুগটো হৈছে প্ৰযুক্তিবিজ্ঞানৰ যুগ। এই প্ৰযুক্তিবিজ্ঞানৰ যুগটোত ইণ্টাৰনেটৰ গুৰুত্ব অধিক। ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক…
ৰমানন্দন বৰা একৈছ বান শুকালত মানুহবোৰ বছা গাঁৱলৈ ঘূৰিল যদিও গৰু-গাইবোৰ বকুলতে ৰ’ল৷ নতুন ঘাঁহ নোলোৱালৈকে চাপৰিৰ মাজত থকাই মঙ্গল৷ সমস্যা বুলিবলৈ বিশেষ নাই৷ বেণু আৰু সোণ জেঠাইৰ নিচিনা দুঘৰ পোতন থকা মানুহ থাকিলে বহুত কথাই সহজ হৈ পৰে৷…
ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান যুগত মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) এটা আকৰ্ষণীয় চাকৰি। এই চাকৰিত কেৰিয়াৰ বৃদ্ধিৰ সুযোগ আছে। মেডিকেল ৰিপ্ৰিজেণ্টেটিভৰ ভূমিকা হ’ল বৰ্তমানৰ সামগ্ৰীৰ চাহিদা সৃষ্টি কৰা বা নতুন সামগ্ৰীৰ প্ৰৱৰ্তন কৰা আৰু লগতে বিতৰক আৰু খুচুৰা বিক্ৰেতাসকলৰ ওচৰত…
দাদুল দেৱকৃষ্ণ বৰুৱা (৪) মলেঁয়া জাতত হোৱাইট ষ্টৰ্ক বা বগা ষ্টৰ্ক। ষ্টৰ্ক পৰিয়ালৰ চৰাইবোৰ বেছ ডাঙৰ হয়। মলেঁয়াও ডাঙৰ হ’ব। বিজ্ঞানীসকলে মলেঁয়াহঁতৰ পৰিয়ালটোৰ বৈজ্ঞানিক নাম দিছে Ciconia ciconia। এইটো পৰিয়ালৰ চৰাইবোৰৰ পাখি ঘাইকৈ বগা যদিও ডেউকাৰ পাখিৰ বৰণ…
বছৰটোৰ প্ৰথমটো মাহৰ শেষৰ ফালৰ কেইদিনমান অসমত চিনেমা সম্পৰ্কে যথেষ্ট বাদানুবাদ হোৱা দেখা গৈছে৷ মুম্বাইৰ হিন্দী চলচ্চিত্ৰ উদ্যোগৰ বিশেষ এখন চলচ্চিত্ৰক লৈ কিছু উদ্দেশ্যপ্ৰণোদিত বিতৰ্ক সৃষ্টি কৰি প্ৰচাৰ চলোৱাৰ পাছত তাৰ প্ৰদৰ্শনৰ বাবে আমাৰ ৰাজ্য চৰকাৰে সুব্যৱস্থা কৰাৰ…
আকাশ দীপ্ত ঠাকুৰ প্ৰস্তাৱনা : অসমীয়া সাহিত্যৰ জগতখনত স্বকীয় বৰঙণিৰে এক সুবিশাল মহাসমুদ্ৰৰ ৰূপত নিজৰ পৰিসৰ বিস্তৃত কৰি ৰখা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নিৰ্বাচিত কিছু গদ্যৰ কেইটিমান উল্লেখযোগ্য নাৰী চৰিত্ৰৰ মানসিক ভিন্নসুৰিতাৰ সম্পৰ্কত নিজা ধাৰণাৰে এটি বিশ্লেষণ আগ বঢ়াবলৈ…
অনুভৱ তুলসী সৰাপাতবোৰে বিচাৰিছে সেউজীয়া বাট এটা – কথাটো বাৰু সঁচানে – আমাৰ কবিক সোধকচোন আপুনি নিজকো সুধি চাব পাৰে সেই একেটা কথা পাতক পাত পাতে বোলা নাই বুলিছে আপুনি নামহীনভাৱেই পাত বৰ্তি আছে সানন্দে বিশেষ নে নিৰ্বিশেষ স্থায়ী নে…
নিজৰা ৰাজকুমাৰী পৰিচালকৰ কল্পনাক চেৰাই নিজে ৰূপায়ণ কৰা চৰিত্ৰটোকো নিজৰ মতে উপস্থাপনৰ স্বাধীনতা প্ৰায়েই নাথাকে অভিনেতা-অভিনেত্ৰীৰ। মাজে মাজে ভাব হয় চলচ্চিত্ৰ এখনৰ সমগ্ৰ সৃষ্টিশীল প্ৰক্ৰিয়াটোক নিজৰ আয়ত্তত ৰাখিবলৈকে অভিনয় শিল্পী এজন পৰিচালনাৰ প্ৰতি আগ্ৰহী হয়, যাক কোৱা হয় ক্ৰিয়েটিভ…
অসমীয়া জাতীয় জীৱনৰ পিতৃপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে যি সময়ত একশৰণ নামধৰ্মক অৱলম্বন কৰি অসমীয়া জাতিসত্ত্বাৰ বৰভেঁটি বান্ধিব খুজিছিল সেই সময়ৰ অসমীয়া সমাজখন কেনে আছিল অনুমান কৰিব পাৰি৷ সেই সময়ৰ অসমীয়া সমাজখনত শিক্ষিত লোকৰ সংখ্যা আছিল আঙুলিৰ মূৰত লেখিব পৰা৷…