মুকলি মঞ্চ
অসমৰ বসন্ত কালীন উৎসৱ লোকসংস্কৃতি, লোক-উৎসৱৰ অপূৰ্ব মিলনভূমি এই অসম। অতীজৰে পৰা অসমত অনেক জাতি-উপজাতি আৰু জনজাতিৰ লোকে বসবাস কৰি আহিছে। তেওঁলোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ চহকী কলা-সংস্কৃতি আছে। উৎসৱ-অনুষ্ঠান সংস্কৃতিৰ অপৰিহাৰ্য অংগ। অসমত প্ৰচলিত পৰম্পৰাগত প্ৰতিটো উৎসৱৰ অন্তৰালতেই গভীৰ…