Tag ভাষা

একুৱেৰিয়ামৰ মাছ

 ড° স্মৃতিমালা শৰ্মা     “হেপ্পি ফ্ৰেণ্ডশ্বিপ ডে ৷”  “মইতো তোমাৰ ফ্ৰেণ্ড নহয়। আমি কালিহে চিনাকি হৈছোঁ। মোক কিয় উইছ কৰিছা?”  আৰণ্যকৰ উত্তৰত থতমত খালে সুগন্ধিয়ে। ভদ্ৰতা বুলি কোনো কথাই নাই। এনেকুৱা অদ্ভুত মানুহো থাকেনে? বন্ধু হ’বলৈ কোনে কৈছে? শুভেচ্ছা…

এই যে বতৰ

বিপুল কুমাৰ দিহিঙীয়া গছ বাঢ়ে আকাশ ওখ হয়। ক্ৰমাৎ তথাপি সীমা এটা নথকা নহয়। (গছে যে আকাশ কাহানিও ঢুকি নাপায়গৈ) ক্ৰমশঃ শব্দ কমে সাগৰৰ ইটি পাৰ নোচোৱে মাজপথাৰত ওলমি ৰয় চং। শব্দ কিম্বা জোৱাৰত থৰকাচুটি হেৰুৱা মৰা শামুকত আমাৰ জীৱন…

আঙঠি

কিশোৰ বড়ো   খটখটী বগাই গৈ আঠুটো গুজি থালখন থওঁতে আঙুলিত সোমাই আহিল এটা আঙঠি   কি আচৰিত আঙঠিৰ আকাশ আকাশখন আহি কপালত মেলিলে তাৰ মায়া ফুলি উঠিল জেঠীৰ মাত-ফুল (আঙঠিৰ আকাশ থাকেনে – এইবুলি বেলিয়ে সুধিলে যদি থাকেও –…

এটি অনন্য ভ্ৰমণ কাহিনী

নৱনীতা ভট্টাচাৰ্য্য  প্ৰথম খণ্ড   অনুসন্ধিৎসু মনৰ প্ৰয়োজন পূৰণ কৰাৰ এটা প্ৰধান উপায় হৈছে ভ্ৰমণ। য’তেই ফুৰিবলৈ নোযোৱাঁ কিয়, কিবা নহয় কিবা নতুন জ্ঞান আহৰণ কৰাৰ সুযোগ পাবাই। সেইবাবে ময়ো ফুৰি ভাল পাওঁ।  প্ৰতিবাৰৰ নিচিনাকৈ এইবাৰো আমি ফুৰিবলৈ গৈছিলোঁ। পিছে…

বদনামী কবি

নৃপেন গোস্বামী কবিতাৰ মানুহবোৰ বৰ বদনামী লিখে কবিতা সাঁচে সপোন পূৰঠ নোহোৱা সপোন দেখি দেখি বদনামী কবিতাৰ মানুহবোৰ ইয়াত কবিতাৰ মানুহবোৰ কবি নহবও পাৰে কাৰণ কবিৰ সদনাম তেনেই  ন্যূনতম যুগজয়ী কবি বদনামী কালজয়ী একা    কবিৰ চেতনাত মাতৃ কবিৰ অন্তৰ…

ব্লণ্ড আৰু বহেমিয়ান ৰেপছ’ডি–অনিয়মত মৰা দুটি নক্ষত্ৰ

 নিজৰা ৰাজকুমাৰী    ব্যৱসায়িকভাৱে অতি সফল ইংৰাজী ভাষাৰ জীৱনীমূলক চিনেমা বহেমিয়ান ৰেপছ’ডিৰ সঘন আৰু সগৌৰৱ উল্লেখ শুনিছিলোঁ ৯১সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত। শ্ৰেষ্ঠ ছবিৰ মনোনয়ন লাভ কৰা বহেমিয়ান ৰেপছ’ডিলৈ আহিছিল শ্ৰেষ্ঠ চিনেমা সম্পাদনা, ছাউণ্ড এডিটিং, ছাউণ্ড মিক্সিং আৰু শ্ৰেষ্ঠ অভিনেতাৰ…

বচা বকুল

 ৰমানন্দন বৰা (যোৱা সংখ্যাৰ পিছৰ পৰা) বাইছ   এদিন দুদিনকৈ এসপ্তাহ বাগৰিল৷ নতুন চাপৰিৰ পৰা মানুহবোৰে আঁতৰি যোৱাৰ কোনো লক্ষণ নেদেখুৱালে৷ প্ৰথম দুদিন সিহঁতে কাম কৰা নাছিল৷ তাৰ পাছৰ পৰা কাম কৰিবলৈও আৰম্ভ কৰিলে৷ বকুল চাপৰিত দিনে দিনে উত্তেজনা বাঢ়িবলৈ…

ধেই

ধন দাস কবিতা এটা লিখাৰ অন্তত্ মই ভীষণ অসুখী  লাজত ৰঙা-ছিঙা পৰি কবিতাটোক কাটি-কুটি কাৰণ বিচাৰি ফুৰোঁ । হস্তমৈথুনৰ পাছত বিজলুৱা অলপ যেনেকৈ  ছিটিকি পৰে সুখৰ সপোনত  সমস্ত কৰ-কাটল দি উদৰ পুৰোৱাৰ শেষত  মলত্যাগৰ যি সুখ । ঠিক তেনে এটা…

ব্লা ব্লা ব্লা

মূল : গ্ৰেটা থুনবাৰ্গ অসমীয়া অনুবাদ : ড° কুমুদ ঘোষ (গ্ৰেটা টিনটিন ইলেওনোৰা এৰ্নমেন থুনবাৰ্গ৷ চমুকৈ আমাৰ মাজত গ্ৰেটা থুনবাৰ্গ হিচাপে পৰিচিত৷ ২০০৩ চনৰ ৩ জানুৱাৰিত জন্মগ্ৰহণ কৰা এইগৰাকী কিশোৰীয়ে ১৫ বছৰ বয়সত জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকামিলা কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা…

মিনহঁতৰ দেশ ইন্দোচীনত- ৩

নৃতাত্ত্বি‍ক দিশৰ পৰা ভিয়েটনামীসকল আৰু নাম-ভিয়েট তপন কুমাৰ শৰ্মা মিনক ভালকৈ চাই আচৰিত হ’লোঁ। চৰবতৰ গিলাচটো হাতত লৈ মিনৰ লগত কথা আৰম্ভ কৰিলোঁ। সমুখৰ পুখুৰীটোত আমেৰিকাৰ বোমাৰো বিমানৰ ধ্বংশাৱশেষ। মিনে চচমাযোৰ চকুৰ পৰা কপালেদি নি মূৰত ‘হেয়াৰ বেণ্ড’ৰ দৰে  নি থৈছে।…