Tag ভাষা

সমৃদ্ধি সনাতনী

 পৰিস্মিতা বৰদলৈ   ৰান্ধনী বেলিটোৱে দুপৰৰ আকাশখনত মুঠি মুঠি ৰং সিঁচি দিছে আৰু এয়া তাই সকলো কাম সামৰি থৈ তাইৰ প্ৰিয় খিৰিকীখনৰ ওচৰত ৰৈছেহি৷ এই সময়খিনিত তাই নিজক বিচাৰি পায়,  আচলতে নিজক বিচাৰি লয়। কেতিয়াবা তাই খিৰিকীখনৰ আনটো পাৰে এটা…

লোকেল ব’হাগ

(কল্পবিজ্ঞানভিত্তিক গল্প)  ৰঞ্জু শৰ্মা    সময় : 2030 চন স্থান : গুৱাহাটী, এসময়ত মানুহৰ ভিৰত বিৰ দি বাট নোপোৱা অথচ এতিয়া মৰাসুঁতিৰ দৰে এলাগী হৈ পৰি থকা ফাঁচী বজাৰৰ এখন অত্যাধুনিক শ্ব’ৰূমৰ পদূলি।   বতৰ: প্রাক্‌ বহাগৰ এটি উৰুঙা দুপৰীয়া।…

এমা ছুঞ্ছ

মূল : হৰ্হে লুই বৰ্হেছৰ Emma Zunz ইংৰাজী অনুবাদ : এণ্ড্ৰু হাৰ্লীৰ Emma Zunz অসমীয়া অনুবাদ: নয়নজ্যোতি শৰ্মা ১৯২২ চনৰ ১৪ জানুৱাৰি তাৰিখে এমা ছুঞ্ছে টাৰবুখ আৰু লোইৱেণ্টালৰ কাপোৰৰ মিলটোৰ পৰা উভতি আহি পদূলিৰ এমূৰত এখন চিঠি পৰি থকা দেখা…

২০২৩-ৰ অস্কাৰ আৰু ক্ল’জ

নিজৰা ৰাজকুমাৰী            ২০২৩-ৰ যোৱা ১২ মাৰ্চত অনুষ্ঠিত হৈ গ’ল চিনেমাবিশ্বৰ অতি আকৰ্ষণীয় অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান। সকলো উত্তেজনাৰ অৱসান ঘটাই শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে ডেনিয়েল চাইনাৰ্ট আৰু ডেনিয়েল কোৱানৰ (দুয়োজনক একেলগে দ্য ডেনিয়েলছ্ বুলি…

নিলিখা কবিতাৰ কথা

কুমুদ ঘোষ সকলো কবিৰে একোটা নিলিখা কবিতা থাকেলিখোঁ লিখোঁ বুলি ভাবিওকোনো কবিয়েই লিখিব নোৱাৰে সেই নিলিখা কবিতাটো। নিলিখা কবিতাটোক সাক্ষী কৰিকবিতাৰ সমদল আগ বাঢ়ে,নিলিখা কবিতাটোক বুকুত সাবটি প্ৰতিজন কবিয়ে প্ৰতি ৰাতি চকু দুটা মুদে। একেটা কবিতাকে লিখি থাকেঅথচ নিলিখা কবিতাটো লিখিব নোৱাৰে।…

বিভ্রমৰ জগতত এটা সেউজীয়া গল্প

  পল্লৱী কৌশিক শৰ্মা : ডেনড্ৰ’ফাইল! যদি মই ভুল নহয়, শব্দটো এইটোৱেই আছিল ন? মানে তোমাৰ দৰে ট্ৰি-লাভাৰবোৰক এই বুলিয়েই নকয় জানো ! গছৰ পুলিটো আলফুলে বিশাখাৰ হাতত তুলি দি, তাইৰ তিৰবিৰাই উঠা চকুযুৰিলৈ দৰক লাগি চাই ৰ’ল গীতাৰ্থই। আজি তাইৰ…

ব্যাপ্তি আনন্দৰ–ব্যাপ্তি অনুভৱৰ

 সঞ্জীৱ সভাপণ্ডিত   ট্ৰেভৰ নোৱা (Trevor Noah) নামৰ এজন মঞ্চ কৌতুক শিল্পী (stand up comedian)  আছে৷ তেওঁৰ দেউতাক ছুইজাৰলেণ্ডৰ, মাক আফ্ৰিকাৰ, পঢ়িলে ইংলণ্ডত, থাকে আমেৰিকাত আৰু প্ৰগ্ৰেমটো কৰিছে জাৰ্মানীত৷ কথাৰ লাচতে তেওঁ কৈ দিলে যে আমেৰিকাৰ বৰ্তমান সময়ৰ কোনো এজন ৰাষ্ট্ৰপতিয়ে এটাও…

শৰীৰী সজ্ঞানতা আৰু দঞি পঃল’ নাট সমাৰোহ

নীলোৎপল বৰুৱা মানুহৰ শৰীৰ-সজ্জা আৰু তাৰ বিৱৰ্তনক লৈ সময়ানুগ চৰ্চা চলি আহিছে। তাৰ ভিন্ন বিভাগৰ ভিতৰত ‘উত্তৰ উপনিৱেশিক শৰীৰ–সজ্জা’ৰ চৰ্চা অন্যতম। পাৰিৱেশ্য কলাৰ প্ৰেক্ষাপট আৰু তাৰ দৃষ্টিকোণেৰে কৰা এই চৰ্চা একমাত্ৰ বৈজ্ঞানিকেই নহয়, শৈল্পিকো। বহু দ্ৰষ্টাই ইয়াক লৈ নিৰন্তৰ সম্পৰীক্ষা…

এল ডৰাড’

 অব্যক্ত নিৰ্বাণ ৰাজখোৱা (প্ৰাক্‌কথন : পুৰাকথা অনুসৰি দক্ষিণ আমেৰিকাস্থিত এল ডৰাড’ নামৰ এখন সোণৰ চহৰ আছে৷ অজস্ৰ মানুহ এল দৰাদ’ৰ সন্ধানত অভিযানত নামিছে৷ ময়ো তাৰ মাজৰে এজন৷ নাম মোৰ ছাৰ থমাছ ব্ৰাউন৷ সমগ্ৰ ইংলেণ্ডজুৰি এজন সফল অভিযানকাৰী হিচাপে মোৰ সুনাম৷ মই  ৰাণী…

মিনহঁতৰ দেশ ইন্দোচীনত

 তপন কুমাৰ শৰ্মা (৪)   এসময়ত এখন দেশত… ২১ বছৰীয়া যুৱক ভান-বা নামৰ যুৱক আছিল। তেওঁ ছাইগন বন্দৰত থকা ফৰাচী জাহাজ এখনৰ ৰান্ধনিশালৰ লগুৱা হিচাপে খাটিবলৈ আৱেদন কৰিলে। জাহাজখনৰ নাম এডমিৰেল-ডে-লাটউচ-ট্ৰেভিলে। জাহাজখনে ১৯১১ চনৰ ৫ জুনত যাত্ৰা আৰম্ভ কৰিলে, এমাহৰ…