সাংস্কৃতিক সাৱলীলতা
নীৰাজনা মহন্ত বেজবৰা পর্য্যটকৰ ভিৰৰ মাজতে ১০-১১ বছৰ মানৰ ছোৱালীজনীয়ে মোৰ ফালে আগবাঢ়ি মোক কিবা ক’ব খোজা বা কিবা ইংগিত দিব খোজা যেন লাগিল। সেই ঠাইত, সেইখিনি মানুহৰ মাজৰ পৰা তাইৰ নিচিনা কাৰোবাৰ মোক কিবা ক’ব লগীয়া বা জনাব লগীয়া…
নীৰাজনা মহন্ত বেজবৰা পর্য্যটকৰ ভিৰৰ মাজতে ১০-১১ বছৰ মানৰ ছোৱালীজনীয়ে মোৰ ফালে আগবাঢ়ি মোক কিবা ক’ব খোজা বা কিবা ইংগিত দিব খোজা যেন লাগিল। সেই ঠাইত, সেইখিনি মানুহৰ মাজৰ পৰা তাইৰ নিচিনা কাৰোবাৰ মোক কিবা ক’ব লগীয়া বা জনাব লগীয়া…
সঞ্জীৱ সভাপণ্ডিত এয়া৷ মোৰ নামটো ঘোষকে ক’লে আৰু মই আহি এইখিনি ঠাইত উপস্থিত হ’লোঁহি৷ উদ্দেশ্য নিৰ্দিষ্ট হৈ আছে৷ সময় নিৰূপিত হৈ আছে৷ মানুহ নিৰ্ধাৰিত হৈ আছে৷ সকলো ঠিক ঠাক৷ এতিয়া ঘটনাটো ঘটি গ’লেই হ’ল৷ মই সৌৰভ কুমাৰ চলিহাৰ লিখনিত ইংগিতময়তাৰ…
কুশল ডেকা (এক) সাহিত্য পাঠকৰ বাবে লেখকে যেতিয়াই এক কাল্পনিক টাৰ্গেট গ্ৰুপৰ কথা ভাবে তেতিয়াই সকলো খেলিমেলি হয়৷ চৰিত্ৰ এক টিপিকেল বস্তু বুলি বদ্ধমূল ধাৰণা এটা গঢ় লয়৷ বিষয়বস্তু, তাৰ প্ৰতিপাদন আৰু বক্তব্য পূৰ্বনিৰ্ধাৰিত হৈ থাকে৷ সেয়া লেখকে…
মিণ্টুল হাজৰিকা স্বপ্নৰ সেওঁতা ফালি গৈ ওলালোঁ পাৰ চৰায়ে ৰুণ দিয়া পুৱা য’ত আয়ে লেপি-মচি থৈছিল পানীৰ পবিত্ৰতা এটা জেঠীয়ে পানীচোলা গাত লৈ বগাই বংশাৱলীৰ জখলা উৰুলি এটাই আকাশত চাপৰ দি ভাঙিব পৰা নাছিল বতৰীয়া উচাহৰ কঁকাল নোপোৱাৰ হেজাৰটা খতিয়ানে…
ৰুদ্ৰ সিংহ মটক শান্তি শান্তি বিচাৰোঁ আমি যুদ্ধ নিবিচাৰোঁ কাহানিও অথচ এতিয়া তল-ওপৰ বতাহ যুদ্ধৰ দামামা বাজিছে ৱাৰ ড্ৰীল নিউক্লিয়াৰ ড্ৰীল চলিছে পৃথিৱীৰ সৰ্বত্ৰ – ৰঙা চীনত ৰাছিয়াত বাইডেনৰ আমেৰিকাত, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ নাটো দেশবোৰত কোনে…
মুনমী দত্ত হাজৰিকা এইটো এটা ৰূপকথা৷ তাহানিতে কানায়ে মহাৰাজক দি পঠোৱা ডালিম পুলিটো ৰাজচৌহদত টিকটিকিয়া ডালিমফুলেৰে উপচি থকাৰো বহু আগৰ৷ কানাইৰ তেজাবাই তেতিয়া গাভৰু হোৱাই নাছিল৷ এলাগী আয়ে কানাই আৰু তেজাক গৰু গাই টানি ফুৰিবলৈ নপঠাইছিল৷ চোতালত মেলি থোৱা কোমল…
পদ্মজা বৰুৱা মহন উমি উমি জ্বলি থকা জুইকুৰাৰ কাষতে ছমহীয়া কণমানি ছোৱালীজনী বুকুত সাবটি বহি থাকিল যমুনা৷ পুৱাৰ পৰা ছোৱালীজনীৰ গাটো ভাল নাই৷ জ্বৰেই উঠিছে নে পেটেই কামুৰিছে বাৰে বাৰে কান্দি আমনি কৰি আছে৷ ডাঙৰ ছোৱালী দুজনী শুলে কেতিয়াবাই৷…
ড০ অমৃত গোস্বামী ভাৰত বুৰঞ্জীত শিৱাজী, ৰাণা প্ৰতাপ, টিপু চুলতান, ঝান্সিৰ ৰাণী লক্ষ্মীবাঈ আদিৰ বীৰগাথাৰ বিষয়ে ইতিহাসবিদসকলে যেনেকৈ প্ৰক্ষেপিত কৰিছে আৰু ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত যিদৰে সিসকল বিদিত, লাচিত বৰফুকনৰ দৰে দেশৰ উত্তৰ-পূবৰ মধ্যযুগৰ ইমান এজন বীৰৰ বিষয়ে বিশেষভাৱে উল্লেখ নথকাটো সঁচাকৈয়ে পৰিতাপৰ কথা। আমি…
ৱাহিদ আহমেদ ৰাজনীতি হৈছে বিভিন্ন ৰাজনৈতিক দিশসমূহৰ পুংখানুপুংখ আলোচনাৰ এটা বৃহৎ প্ৰক্ৰিয়া৷ য’ত নিহিত হৈ থাকে বহু বিষয় আৰু তাৰ ধাৰণা৷ এই বিষয়টোৰ লগত জড়িত হৈ থকা কিছু আনুষংগিক বিষয় উল্লেখ কৰা ভাল হ’ব যে ৰাজনীতিৰ লগত সততে যুক্ত হৈ…
ড০ পৰমানন্দ মহন্ত কোনো ঘটনা বা ব্যক্তিৰ জন্মৰ এশ বছৰীয়া জয়ন্তীবোৰ পাতি তেনে ঘটনা বা ব্যক্তিক স্মৰণ কৰে – এইটো এটা গুৰুত্বপূৰ্ণ সামাজিক অভিজ্ঞতা৷ আমি সেইসকল ব্যক্তি বা সেইবোৰ ঘটনাহে মনত পেলাওঁ, যিসকলৰ কামবোৰ বা যিবোৰ ঘটনা সমাজ বা…