Tag ভাষা

ৰাষ্ট্রীয় শিক্ষানীতি আৰু গৱেষণা

 ড° প্রাঞ্জল বেজবৰা   ২০২০ চনৰ ৰাষ্ট্রীয় শিক্ষানীতিয়ে দেশৰ শিক্ষাব্যৱস্থালৈ গাঁথনিগত তথা গুণগত পৰিৱর্তন সাধন কৰাৰ প্রয়াস কৰিছে। স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসত প্রথমবাৰৰ বাবে কেন্দ্রীয় চৰকাৰে নাগৰিকৰ জীৱনলৈমৌলিক পৰিৱর্তন অনাৰ উদ্দেশ্যে এনে এক বিস্তৃত ৰাষ্ট্রীয় শিক্ষানীতি ৰূপায়ণ কৰিছে। উচ্চ শিক্ষা নিশ্চিতভাৱে এক…

মন মুকলি হ’ল

  স্মৃতিৰেখা দেৱী ‘পম্পী, এই বাচনকেইটা বায়েৰে নোচোৱে। তই নি বাহিৰতে ধুই-পখালিহে ভিতৰত থ’বিগৈ।’ ঘৰৰ সহায়িকা ছোৱালীজনীক আইতাকে কোৱা কথাষাৰ শুনি ৰিকুৰ বৰ খং উঠিল। সি ডাঙৰ হৈছে।আইতাকৰ এনে কথাবোৰে অষ্টম শ্ৰেণীত পঢ়া ৰিকুক খুব দুখ দিয়ে। মানুহৰ আগত, বিশেষকৈ…

বৃন্দাবন

 দীপামণি শইকীয়া   “ ছয় তলাৰ পৰা তললৈ জাঁপ দিলে যি হয় সেয়াই হ’ল৷” “কি হয়?” ম’বাইলৰ ডিজিটেল পে’ডত ক্ষিপ্ৰ গতিত চলিল গৌতমৰ আঙুলি! “নাইনটি নাইন পইণ্ট নাইন পাৰ্চেণ্ট চাঞ্চ! সহজ মৃত্যু নহয় কিন্তু, বৰঞ্চ মূৰৰ খোলা ভাগি খুনখুনীয়া হোৱাৰ…

মিনহঁতৰ দেশ ইন্দোচীনত- ৫

(ভ্ৰমণ কাহিনী) তপন কুমাৰ শৰ্মা   “মই দুখীয়া।”- মিনে ইংৰাজীতে কৈছিল।  “আই এম পুৱৰ।” মিনে কোৱা সেই বাক্যটো মোৰ কাণত আজিও বাজি আছে। দোষী দোষী ভাব এটাও মনলৈ আহি থাকে। ভাবি আছোঁ– ভিয়েটনামৰ অৰ্থনীতি কেনেকুৱা! কোৱা প্ৰয়োজন যে কালি পুৱা…

বেগমজান, সৌৱা পদপথত কাঞ্চন ফুলিছে

 নিংকু নিশা নেওগ   : পুছ আপ ব্ৰা এটা দিয়ক।  সেমেনা-সেমেনি কৰি দিলৱাৰে পদপথৰ সস্তীয়া দোকানীটোক ক’লে। সি ভালকৈ শুনিও  দিলৱাৰক জোকাবলৈকে তাক কি লাগিব আকৌ সুধিলে। এইবাৰ দিলৱাৰে হাত দুটাৰে তালি এটা বজাই বুকুত কায়দা কৰি লগাই অশ্লীল শব্দ…

গামোচা, গামচা আৰু সমন্বয়

         সমন্বয় (Harmony) শব্দটোৱে জাতিগঠনৰ বেলিকা সংশ্লেষণো (Synthesis)  বুজায়, কিন্তু ই সংমিশ্ৰণ (Mixture) নুবুজায়৷ সংশ্লেষণ কোনোবাই জোৰ-জবৰদস্তি কৰা কাম নহয়; জাতিগঠনৰ ক্ষেত্ৰত ই পাৰস্পৰিক বুজা-পৰা, আদান-প্ৰদানৰ স্বতস্ফূৰ্ততাৰে সংঘটিত এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া যাক ইংৰাজীত Assimilation বোলা হয়৷ মাৰ্চ (২০২৩)…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (৬) For the land where it’s a great travesty To harm a stork’s nest in a pear tree, For storks serve us all… I am homesick, Lord!…         পোলেণ্ডৰ কবি চাইপ্ৰিয়ান কামিল নৰ্ৱিডৰ Moja piosnka (II)…

ৰঘুবংশ

মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত ৰঘুবংশ  ৯ম অধ্যায় || কালিদাসকৃতং ৰঘুবংশম্ সর্গ ৯ || জিতেন্দ্ৰিয় আৰু ৰাজন্যৰ অগ্ৰগামী মহাৰথী দশৰথ অধিপতি হৈ উত্তৰ কোসলৰ শাসন কৰিলে পিতাৰ মৃত্যুৰ পাছত । পিতুৰনন্তৰমুত্তৰকোসলান্সমধিগম্য সমাধিজিতেন্দ্রিয়ঃ | দশৰথঃ প্রশশাস মহাৰথো…

আহাঁ একেলগে সূৰুজমুখী হওঁ

বিজয় শঙ্কৰ শৰ্মা সকলো সপোনেই সপোন হৈ নাথাকে তাৰে কিছু দিঠকো হয়৷ কোনোবাই কয়, হাঁহিতকৈ হুমুনিয়াহৰ তৃপ্তিহে অলপ বেছি শব্দৰ পৃথিৱীত কবিতা কেতিয়াবা একোখন সাগৰ হয় কেতিয়াবা বৈ থকা নৈ পুৰাতনীয়া সময়ৰ বৰষুণত সঘনাই জহি যায় সপোনৰঙী কঠিন শিলালিপি… পানীৰ বেজি আৰু…

হৃদয় বাঙ্ময়

 ববিতা কলিতা  বৰ্ণৰ জ্যামিতিক ভাঁজবোৰৰ পৰা সৰীসৃপ এটাৰ দৰেই গা পিছলাই ওলাই আহে এলিজাবেথ৷  শব্দৰ শতৰঙী ব্যঞ্জনাক উটুৱাই দিয়ে তাই নৈঃশব্দৰ নদীত৷  বিশ্বব্যাপ্ত সাত সহস্ৰাধিক ভাষা আৰু সেইসমূহৰ ঠাল-ঠেঙুলিয়ে সৃষ্টি কৰা বিভাজনৰ জালিকাখনৰ পৰা আজি-কালি সুৰুঙা পালেই ওলাই আহিব বিচাৰে…