মলেঁয়া
দাদুল দেৱকৃষ্ণ বৰুৱা (১৭) মলেঁয়াৰ জীৱনলৈ যে সংগীৰ আগমন ঘটিছে, সেই কথা খুব কম দিনতে চৌপাশে বিয়পি পৰিল। খবৰ পোৱাৰ লগে লগে ইজন সিজনকৈ দৈনিক ভালে সংখ্যক লোক আহিবলৈ ধৰিলে ষ্টেপানৰ ঘৰলৈ। ষ্টেপানৰ চোতালত ৰৈ ঘৰৰ মূধচত বাহটোৰ কাষত…
দাদুল দেৱকৃষ্ণ বৰুৱা (১৭) মলেঁয়াৰ জীৱনলৈ যে সংগীৰ আগমন ঘটিছে, সেই কথা খুব কম দিনতে চৌপাশে বিয়পি পৰিল। খবৰ পোৱাৰ লগে লগে ইজন সিজনকৈ দৈনিক ভালে সংখ্যক লোক আহিবলৈ ধৰিলে ষ্টেপানৰ ঘৰলৈ। ষ্টেপানৰ চোতালত ৰৈ ঘৰৰ মূধচত বাহটোৰ কাষত…
দীপাঞ্জলি দেৱী শিশুক উদ্দেশ্য কৰি লিখা সাহিত্যই শিশু সাহিত্য। শিশুৰ উপযোগী বিষয়বস্তু আৰু ভাৱবস্তক কেন্দ্র কৰিয়েই শিশু সাহিত্য ৰচনা কৰা হয়। শিশু সাহিত্যই শিশুৰ কল্পনাপ্ৰৱণ মনত জীৱন আৰু জগত সম্পর্কে অনুসন্ধিৎসা জগাই তোলাৰ লগতে আনন্দৰ খোৰাকো যোগান ধৰিব লাগিব। শিশুৰ…
নিজৰা ৰাজকুমাৰী এনাটমী অৱ এ ফল, দ্য হ’ল্ডঅভাৰছ্, পুঅ’ৰ থিংছ, পাষ্ট লাইভছ্, আমেৰিকান ফিকশ্যন, দ্য জ’ন অৱ ইণ্টাৰেষ্ট, বাৰ্বী, অপেনহাইমাৰ, মাইষ্ট্ৰো, কিলাৰছ্ অৱ দ্য ফ্লাৱাৰমুন— ভাৰতীয় সময় অনুসৰি চলিত মাহত অৰ্থাৎ…
মূল (ফৰাচী) : ঝাক প্ৰেভে’ৰ (Jackoes Prevert) অনুবাদ : প্ৰশান্ত মিশ্ৰ (এলাষ্টেইৰ কেম্পবেলে কৰা ইংৰাজী অনুবাদৰপৰা) পিয়লাটোত তেওঁ অকণমান ক‘ফি ল‘লে ক‘ফিৰ পিয়লাটোত তেওঁ গাখীৰ বাকিলে গাখীৰমিহলি ক‘ফি পিয়লাত তেওঁ চেনি মিহলালে ক‘ফিৰ পিয়লাটোৰ মিশ্ৰণখিনি তেওঁ সৰু চামোচ এখনেৰে লৰাই…
অংকিতা বৰুৱা ষড়যন্ত্ৰ! এক গভীৰ ষড়যন্ত্ৰৰ বলি হৈছোঁ মই৷ ভীষণ এক টনা-আঁজোৰা৷ কাৰ কি ইমান গৰজ পৰিছে মোৰ নামত ইমান সময় খৰচ কৰিবলৈ! এই ব্যস্ত পৃথিৱীখনত কাৰ বাবে মোৰ জীৱনৰ ইমান মূল্য? ক’ৰবালৈ ওলাই যাবলৈকে ভয় হৈছে৷ কাৰোবাৰ…
জয়ন্ত দত্ত দাস এণ্ড কোম্পানিৰ চকটোৰ পৰা সৌৰভপ্ৰাণ বৰাৰ ঘৰটো ধুনীয়াকৈ জিলিকি থাকে৷ তেওঁৰ ঘৰৰ দ্বিতীয় মহলাত উঠিলেই চকুত চাট মাৰি ধৰে চহৰখনৰ ৰূপ-লাৱণ্যই৷ চহৰৰ এই জাক-জমকতাৰ মাজত থাকি সৌৰভপ্ৰাণে প্ৰাণ-পণে চেষ্টা কৰে এদিন যে তেওঁ গাঁৱৰ পৰা আহিছিল…
অংগনা চৌধুৰী বহুদিনৰ পৰাই ত্ৰিপুৰালৈ যাম যাম বুলি মনতে পাঙি আছিলোঁ৷ এইবাৰ শীতকালীন বন্ধত সুযোগ-সুবিধা মিলাত গুৱাহাটীৰ পৰা পোনপটীয়া বিমানেৰে আগৰতলালৈ উৰা মাৰিলোঁ৷ বিমানেৰে গুৱাহাটীৰ পৰা আগৰতলালৈ মাত্ৰ পঞ্চল্লিছ মিনিটৰ যাত্ৰা৷ সেয়ে গৈ পাই আমাৰ ভাগৰ-জুগৰ অকণো লগা নাছিল৷…
স্মৃতিৰেখা দেৱী ভাগৰুৱা বাটলু মুহূৰ্ততে চোপনিৰ কোলাত ঢলি পৰিল৷ টোপনিতে সি এটা ধুনীয়া সপোন দেখিলে৷ … সি সৰগ হেন ধুনীয়া ঠাই এখনত আছেহি৷ তাৰ কাষৰপৰাই চাৰিওফালে দূৰ-দূৰণিলৈকে নানা ৰঙৰ ফুলনি, সেউজীয়া গছ-বন, দূৰণিত ওখ পাহাৰ, তাতকৈও দূৰৈত আকাশ চুব খোজা…
মৃদুল শৰ্মা ৯ ব্যাস৷ প্ৰথমে দেৱব্ৰত ভীষ্মই মোলৈ বাৰ্তা প্ৰেৰণ কৰিছিল মাতৃদেৱীয়ে স্মৰণ কৰা বুলি৷ অৱশ্যে তেওঁ তেওঁৰ মাতৃদেৱী বুলিহে উল্লেখ কৰিছিল৷ কিন্তু মই নিশ্চিত আছিলোঁ যে মোৰ গোপন জন্মবৃত্তান্ত পাৰদৰ্শী ৰাজনীতিজ্ঞ তথা শাস্ত্ৰজ্ঞ পণ্ডিত ভীষ্মৰ অজ্ঞাত হৈ ৰোৱা নাই৷…
লোকনাথ গোস্বামী প্ৰথম অধ্যায় (১) মোক সকলোৱে গানৰ মানুহ বুলিয়েই ভাবে৷ গান ইমানেই জনপ্ৰিয় মাধ্যম যে গানৰ জগতখনত কেনেবাকৈ অলপমান খোপনি ল’লেই সেই পৰিচয়টোৱে তৎক্ষণাত আগস্থান পাই যায়৷ বাকী অন্য কিবা বিষয়ত ব্যুৎপত্তি থাকিলেও বা উল্লেখনীয় অৱদান…