শীত
যশোৱন্ত নিপুণ পদূলিৰ পৰা ঘৰটো কিছু নিলগত৷ গাড়ীখন ৰাস্তাতে পাৰ্ক কৰি অৰুণে এবাৰ চাৰিওফালে চকু ফুৰালে৷ চিনাকি পথাৰখন এতিয়াও আগৰ দৰেই আছে৷ কিন্তু ওচৰৰ টাউনলৈ পথাৰৰ মাজেৰে যোৱা পথটোৰ কাষে কাষে বহুতো মানুহৰ ঘৰ বহিছে৷ আগতে সেইফালে এঘৰো মানুহ…
যশোৱন্ত নিপুণ পদূলিৰ পৰা ঘৰটো কিছু নিলগত৷ গাড়ীখন ৰাস্তাতে পাৰ্ক কৰি অৰুণে এবাৰ চাৰিওফালে চকু ফুৰালে৷ চিনাকি পথাৰখন এতিয়াও আগৰ দৰেই আছে৷ কিন্তু ওচৰৰ টাউনলৈ পথাৰৰ মাজেৰে যোৱা পথটোৰ কাষে কাষে বহুতো মানুহৰ ঘৰ বহিছে৷ আগতে সেইফালে এঘৰো মানুহ…
নীলোৎপল বৰুৱা বহু বছৰ আগৰ কথা। দিনটো নাটকৰ অনুশীলনৰ অন্তত সন্ধ্যাবেলা জিৰাবলৈ বহিছিল নাটকৰ কিম্বদন্তীস্বৰূপ প্ৰয়াত হেইচনাম কানহাইলাল। স্থান বাদুংদুপ্পাৰ আখৰাগৃহ। গোৱালপাৰা। চনটো দুহেজাৰ আঠ বা ন। তক্তা বান্ধি বনোৱা বেঞ্চ এখনৰ এমূৰত তলমূৰকৈ বহি থকা মহীৰূহ জনক আমি…
দাদুল দেৱকৃষ্ণ বৰুৱা (১৫) চাভাৰ পাৰৰ গছ এজোপাৰ তলত বহি ষ্টেপানে বৈ থকা পানীখিনিলৈ একেথৰে চাই ৰ’ল। গৈ থকা পানীখিনিৰ দৰেই সময়ো গৈ আছে। গৈ আছে ষ্টেপানৰ জীৱনৰ এটা এটা লহমা। তেওঁ জানে— গতিশীলতাই জীৱন; স্থবিৰতাই মৰণ। গৈ আছে…
ড০ ৰক্তিম ৰঞ্জন শইকীয়া আমাৰ সাধাৰণ ধাৰণা অনুযায়ী মধ্যযুগৰ অসমত স্বাস্থ্য সম্পর্কীয় চিন্তা-চর্চা নিদান শাস্ত্ৰতে সীমাৱদ্ধ আছিল৷ কিন্তু ১৯১৪ চনত ব্ৰিটিছ লাইব্ৰেৰীত বিচাৰি পোৱা “নীতিসাৰ পুৰাণ” নামৰ গ্ৰন্থখনিয়ে আহোম ৰাজ্যত গজালি মেলা প্ৰাৰম্ভিক পর্যায়ৰ স্বাস্থ্য আৰু সুস্থতা সম্পর্কীয় চিন্তা-চর্চা…
দাদুল ভূঞা ‘বুধিয়ক শিয়ালৰ’ সাধুটো মনত আছেনে আপোনাৰ শৈশৱতে পঢ়া ৰজা-ৰাণীৰ সাধুটো বুকুত কঢ়িয়াই আমি গৈ আছোঁ একেটাই বাটেদি ভঙা-গঢ়া, সজাটোৱেই যদি মানুহৰ কাম তেন্তে, কোনে গঢ়িলে শিলৰ দুৱাৰ বন্ধ কুঠৰীত দেখোন জ্বলে— ধৰ্ম-অধৰ্ম, জাতি-অজাতি,…
স্মৃতিৰেখা দেৱী (আগকথা : সেউজপুৰ এখন ধুনীয়া অৰণ্য ৰাজ্য৷ ৰাজ্যৰ ৰজা কেশৰী এজন খুব মৰমিয়াল, প্ৰজাৰঞ্জক সিংহ৷ সেউজপুৰৰ মহামন্ত্ৰীজন এজন হাতী, তেওঁৰ নাম বৃকোদৰ৷ হিতৰাম নামৰ বাঘজন সেউজপুৰৰ প্ৰধান সেনাপতি৷ বহুকালৰ পূৰ্বে তীক্ষ্ণদন্ত নামৰ এজন নিগনিয়ে মহাৰাজ কেশৰীৰ এজন…
অমৃত গোস্বামী আমাৰ ঘৰৰ আটাইকেইজন লʼৰা-ছোৱালীয়ে দহোটীয়া হাইস্কুলত পঢ়া-শুনা কৰা। দহোটীয়া হাইস্কুললৈ আমাৰ ঘৰৰপৰা পশ্চিম দিশে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি দুই কিলোমিটাৰমান যোৱাৰ পাছত, আকৌ ডেৰ কিলোমিটাৰমান গাঁৱলীয়া ৰাস্তাৰে সোমাই যাব লাগে। মোক মোৰ মাজুদাদাই কোৱামতে, মাজুদাদা প্ৰথমদিনা…
দীপাঞ্জলি দেৱী হিন্দী সাহিত্যৰ মাধ্যমেৰে আধুনিক ভাৰতীয় সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰা লেখকসকলৰ ভিতৰত ভীষ্ম সাহনী অন্যতম আৰু অনন্য। ১৯১৫ চনৰ ৮ আগষ্টত বৰ্তমানৰ পাকিস্তানৰ ৰাৱলপিণ্ডিত জন্মগ্রহণ কৰা ভীষ্ম সাহনী আছিল একাধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, সাংবাদিক, অনুবাদক, শিশু সাহিত্যিক আৰু…
বিপ্লৱ চুতীয়া এয়া শলিতা পোৰাৰ সময় চৌদিশে আচল-নকলৰ বৰ্ণান্ধতা মোৰ ওঁঠৰ একোণত এচিকুট বেঙুনীয়া আভা ‘বৈকাল’ত থাউনি নোপোৱা অলেখ স্বপ্ন-বাস্তৱ কালক্ৰমে বুকুত হিমায়িত হয় পৰাণৰ সুহুৰিবোৰ নিশাহ গধুৰ নিশা বেহেলাতো যাক ফুটাব নোৱাৰি যাৰ ভৰত এদিন স্থিতপ্ৰজ্ঞ পাহাৰ খহিবলৈ ধৰে…
অনুবাদ : ড° ৰঞ্জিত দত্ত (১) ৰূপকথা মূল : (ইংৰাজী) ডৰিচ লেচিং, ইউনাইটেড কিংডম ( ২০০৭ চনৰ সাহিত্যৰ ন’বেল বঁটা) যেতিয়া মই পিছলৈ উভতি চাইছিলোঁ মই গীত গোৱা যেন মনত পৰিছিল। তথাপি সেই উমাল দীঘল কোঠাটোত বিৰাজ কৰিছিল সদায়েই এক…