Tag ভাষা

মণিপুৰ ডায়েৰী

বেদান্ত  নাথ  দীঘলীয়া এছোৱা সময়ৰ পাছত মণিপুৰলৈ উৰা মাৰিলোঁ । ২০১৭ চনৰ পৰা নিয়মীয়াকৈ মণিপুৰলৈ গৈছিলোঁ। মণিপুৰৰ দুটামান কথাই মোক বৰকৈ আকর্ষণ কৰিছিল । শুধ বগা ধূতি পাঞ্জাবী পিন্ধা চন্দনৰ দীঘলকৈ ফোঁট লোৱা মণিপুৰী বৈষ্ণৱসকলৰ শান্ত-সৌম্য স্বভাৱ আৰু পৰিপাটিকৈ ৰিহা…

কৃত্ৰিমৰ নতুন পৰ্ব

 চন্দন গোস্বামী  বমি কৰিবলৈ খাল বিচাৰি ঘূৰি ফুৰোঁতে তিনিটা শিয়াল চহৰৰ পৰিত্যক্ত গলি এটাত লগ পাওঁ সিহঁতে ৰাস্তাৰ সোঁমাজত ত্ৰিভূজ এটা হৈ বহি আছে  মাজেদি যাবলৈ যত্ন কৰোঁতে তিনিওটাই হোৱা দিবলৈ ধৰে  উদ্দেশ্য কওঁতে থৰ হয়  সকলো দায়িত্ব  সিহঁতকে দিওঁ …

পাৰুললতা

নিজৰা ৰাজকুমাৰী                                                 ৰহদৈ অ’ , এয়া নিৰ্মলা নদীৰ ঘাট                 …

কবি হোৱাৰে পৰা

ধন দাস  সেইদিনা নৱকান্তই তোমাৰ খোপাতে আবেলি এটা বান্ধি দিছিল  আৰু আজি মই কছৰৎ কৰি আছোঁ  লাহ দিয়া বেলিটোক লৈ কোনখিনিত গুজিম গোন্ধ এটা হ’বলৈ  ( বাসনা ) কবি হোৱাৰে পৰা  ফু মাৰি ভাত খাব পৰা চোতালখন অকলশৰীয়া হ’ল দূৱৰিয়ে…

অসীম ঈশানৰ জীৱন চৰিত

জীৱন কিশোৰ   অসীম এজন অকণৰ দৰেই সৰল ল‘ৰা। তাৰ মাক-দেউতাকৰে সৈতে এটা সৰু ঘৰ, অলপ খেতি-মাটি আৰু এহাল গৰু আছে… ভাৰতৱৰ্ষৰ উত্তৰ-পূবত অৱস্থিত অসম নামৰ ঠাই এখনত ১৯৯৯ চনৰ ৩১ ডিচেম্বৰ তাৰিখে এটা সাধাৰণ পৰিয়ালত অসীমৰ জন্ম হৈছিল। সাধাৰণতে…

আধুনিক প্ৰযুক্তি আৰু আমি

প্ৰশান্ত মিশ্ৰ                 আধুনিক প্ৰযুক্তিৰ দৌৰাত্ম্যই পুৰাতন মানৱীয় প্ৰমূল্যক প্ৰভাৱান্বিত কৰিছে নেকি? আমি অচিনাকি মূল্যবোধৰ পৃথিৱীলৈ ধাৱমান হৈছোঁ নেকি?প্ৰশ্নদুটা মনলৈ আহিছিল টেলিভিচনক যথাৰ্থতেই “মুৰ্খৰ বাকছ” আখ্যা দিয়া অভিধাটোৰ পৰা। এতিয়া জনপ্ৰিয় টক চ’ সমূহৰ…

মিছা

ৰাজীৱ বৰা মিছা মিঠা, তৃপ্তিদায়ক৷ কুঁহিয়াৰৰ ডাবৰিৰ মাজৰ বগা অংশটোৰ আঁহবোৰ এৰুৱাই সৰুকৈ মুঠাই বান্ধিলে মিছা মাছটোৰ আকৃতি লয়৷ তঙালেৰে মেৰিয়াই বন্ধা, খামুচীয়া সেই মুঠাটোৰ গাত মিছা মাছৰ ঠেঙৰ দৰে এগাল শুং লৈ সিও সেইটো নামেই পালে৷ ফেলাহিত পগাই থকা…

মহাকাব্যৰ পৃষ্ঠাৰ এক অজানা কাহিনী : বসুনন্দন

কংকণ শৰ্মা                       অতিসাম্প্ৰতিক সাহিত্য জগতত এটি বহুল সমাদৃত বিষয় হিচাপে পৰিগণিত হৈছে পৌৰাণিক চৰিত্ৰসমূহৰ (mythological characters) ওপৰত  বিস্তৃত অধ্যয়ন তথা গৱেষণাৰ জৰিয়তে প্ৰামাণিক তথ্য সহকাৰে লিখা উপন্যাস সাহিত্য৷ অৱশ্যে পণ্ডিত ৰাহুল সাংকৃত্যায়নৰ “ফ্ৰম ভল্গা টু গংগা” শীৰ্ষক গ্ৰন্থতো…

ধেৱাই ধোৱা ধৰণী

 অজিত ছিংনাৰ   প্ৰস্তাৱনা   মানুহ ইমান নিষ্ঠুৰ হ’ব পাৰে নে? গোটেই বৃহৎ অঞ্চলটোত আজি অত্যাচাৰীৰ দপদপনি৷ সিহঁতৰ খোজৰ ভৰত ধৰণী আজি আন্দোলিত, কম্পমান৷ নিৰীহ মানুহবোৰৰ ৰাউচি জুৰি কন্দা কান্দোনেও অত্যাচাৰীহঁতৰ মন গলাব পৰা নাই৷ সিহঁতক দুখীয়া-নিছলাৰ তেজ লাগে, লাগে…

জৰ্জ বুল : এক আৰু শূন্যৰ তাত্ত্বিকজন

  ড॰ প্ৰিয়দেৱ গোস্বামী   বৰ্তমান যুগটো হ’ল তথ্য-প্ৰযুক্তিৰ৷ ই হ’ল মানৱ সভ্যতাৰ চতুৰ্থ বিপ্লৱ৷ এই বিপ্লৱৰ আৰঁত বহু ব্যক্তিৰ অৰিহণা আছে৷ তাৰে ভিতৰত এজন অন্যতম ব্যক্তি হ’ল জৰ্জ বুল৷ সময়-ৰেখাৰ হিচাপত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল ১৪ বিলিয়ন বছৰৰ পূৰ্বে৷…