অভিলেখাগাৰ(Archives)ৰ সৈতে জড়িত কেৰিয়াৰ
ড° বুলজিৎ বুঢ়াগোহাঁই অভিলেখাগাৰ হ’ল কোনো স্থান, প্ৰতিষ্ঠান বা লোকৰ গোটৰ বিষয়ে তথ্য প্ৰদান কৰা ঐতিহাসিক নথিপত্ৰ বা ৰেক’ৰ্ডৰ এক সংগ্ৰহ৷ অভিলেখাগাৰসমূহ নিয়মীয়া সময়ৰ ব্যৱধানত সংৰক্ষণ আৰু পৰীক্ষা কৰিব লাগে৷ অভিলেখাগাৰ জৰিয়তে ইতিহাসক আধুনিক বিশ্বৰ প্ৰেক্ষাপটত ভালদৰে বুজিব পাৰি৷ অভিলেখাগাৰ…