মধ্যযুগৰ সমুদ্ৰ বিজয়ী ভাৰতীয়
ড০ ৰক্তিম ৰঞ্জন শইকীয়া যোৱা ৫০০০ বছৰ ধৰি ভাৰতবৰ্ষ হৈ আহিছে মানৱ প্ৰব্ৰজনৰ থলী। এই প্ৰব্ৰজনকাৰীসকলে ভাৰতবৰ্ষকে নিজৰ ঘৰ বুলি লৈ মিলি গৈছিল। শক কুষাণৰ দৰে এসময়ৰ আক্ৰমণকাৰী পাছৰ যুগত হৈ পৰিছিল ভাৰতৰ স্বাধীনতাৰ ৰক্ষক।৷ কিন্ত ১৫ শতিকাৰ প্ৰব্ৰজনৰ…