Tag শিক্ষা

বেংডোবাৰ ঘাট

 জয়ন্ত মাধৱ বৰা ৷৷ ছয়৷৷   জীৱনৰ সকলো পথ বন্ধ হৈ পৰা বুলি ভাবি মানসিকভাৱে ভাগি পৰাৰ সময়তে জীৱনে নিজেই নতুন এটা পথ উলিয়াই লয়৷ চিৰন্তন সত্যৰ আঁৰত লুকাই থকা জীৱনৰ এইটো এটা গোপন ৰহস্য৷ নতুন পথেৰে বাট বোলোঁতে এৰি…

ঐকিক

 অংগনা ভট্টাচাৰ্য্য (ঔ)  ইতিমধ্যে মাজ নিশা পাৰ হৈ গৈছে৷ তথাপি স্বায়ন্তিনীৰ দুচকুত টোপনিৰ চিন-চাব নাই৷ তাই জানে, এনেকৈয়ে আৰু দুঘণ্টামান পাৰ হৈ যাব৷ তাৰ পাছত লাহেকৈ তাইৰ মূৰটো ঘুৰোৱা যেন লাগিব৷ চকু দুটা পুৰিবলৈ আৰম্ভ কৰিব৷ তেতিয়া তায়ো সংসাৰৰ সমস্ত…

পানী হিলৈ

  গোৱিন কুমাৰ খাউণ্ড ঘৰৰ টিনৰ ওপৰত সন্ধিয়াৰে পৰা  বান্দৰে  ধম-ধমাই আছে। মাজে-মাজে ঘৰৰ মুধেৰে মলুৱা এটা সোমাই খক-খককৈ নীলক চʼতিৰ পৰাই খেদা মাৰি আহিব খোজে। হনুমন্ত ভাইলৈ  নীলৰ ভয় লাগে কামুৰি বখলা-বখল কৰে বুলি। তথাপি সি  মৰসাহ দেখুৱাই বিছনাৰ পৰাই…

অসমপ্ৰেমী এগৰাকী আমেৰিকান মহিলাৰ কথাৰে

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   যোৱাটো শতিকাৰ ষাঠীৰ দশকত উজনি অসমৰ যোৰহাট নগৰত এগৰাকী আমেৰিকান মহিলা আৰু তেওঁৰ তিনিগৰাকী কন্যাক “টেনডেম”(tandem) বুলি পৰিচিত বাইচাইকেলবিধত একেলগে উঠি ঘূৰি ফুৰা প্ৰায়েই দেখা গৈছিল৷ তেতিয়া ভাৰত স্বাধীন হোৱা কিছুদিনহে পাৰ হৈছিল৷ আধুনিকতাৰ পৰশ…

এপাট শৰ আৰু এটা গান

মূল : Henry Wadsworth Longfellow  কবিতা: The Arrow and the Song ভাবানুবাদ : দীপাঞ্জলি দেৱী      শূণ্যতে মই এপাট শৰ এৰিলোঁ তীব্র বেগত সি উৰি গ’ল মই তলকিবই নোৱাৰিলোঁ শৰপাটে ভেদিলে  ক’ত …    প্ৰাণ ঢালি  এটি গীত জুৰিলোঁ বতাহতে ভাহি…

অকণিয়ে অঁকা ছবি

  ‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ  আগবঢ়াইছোঁ  ধেমাজিৰ এছ. এফ. এছ. স্কুল’ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ অনুৰণ বৰগোহাঁ‌য়ে অঁকা ছবি

কেৰিয়াৰ হিচাপে ৰাজনৈতিক ফটোগ্ৰাফি

 ড° বুলজিৎ বুঢ়াগোহাঁই   ফটোগ্ৰাফিয়ে সঁচাকৈয়ে ৰাজনীতিত গুৰুত্বপূৰ্ণ সহায়ক ভূমিকা ল’ব পাৰে, কিন্তু ইয়াক সাধাৰণতে ৰাজনীতিৰ ভিতৰত প্ৰত্যক্ষ কেৰিয়াৰ পথ বুলি গণ্য কৰা নহয়৷ বৰঞ্চ বিশেষকৈ সংবাদ মাধ্যম, নথিপত্ৰ বা জনসংযোগৰ প্ৰতি আগ্ৰহীসকলৰ বাবে ই ৰাজনীতিৰ সৈতে জড়িত অন্যতম শ্ৰেষ্ঠ কেৰিয়াৰ…

ইতলা

 বিশ্বজিৎ শইকীয়া   মূৰৰ ওপৰত এটা সূৰ্য লৈ বহি আছোঁ সূৰ্য পূবৰ বা পশ্চিমৰ নাথাকে সূৰ্যৰ থাকে তাপ   সূৰ্যাস্তৰ কপালখন কঁপিছে থৰ্ থৰ্   নৈ এখনৰ পাৰত কিছু পৰ থিয় দিলোঁ নৈখনত কঁপি থকা এজনী মানুহ বৈ থকা তিৰোতা…

প্ৰাচীন ভাৰতত বিজ্ঞানমনস্কতাৰ চর্চা : বস্তুবাদী দর্শনৰ আলোকত

ড০ ৰক্তিম ৰঞ্জন শইকীয়া   বিজ্ঞানমনস্কতাৰ ধাৰণাবোৰো একেবাৰে চলমান ধাৰণা৷ আজিলৈকে আহৰণ কৰা জ্ঞানৰ ভিত্তিত আমি দাবী কৰা বিজ্ঞানমনস্কতাৰ ধাৰণাবোৰ দুদিনৰ পাছত অন্ধবিশ্বাস হৈ পৰাৰ সম্ভাৱনা থাকে৷ আজি অন্ধবিশ্বাস বুলি দাবী কৰা পৰিঘটনা এটা পৰৱর্তী সময়ত বৈজ্ঞানিক সত্যও হৈ পৰিব পাৰে৷ আচলতে…

ৰেডিঅ’ তৰংগৰ আঁৰে আঁৰে

 ড০  স্মৃতিমালা শৰ্মা   গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত, ব্যস্ত ৰাজপথ আৰু আকাশলংঘী অট্টালিকাবোৰৰ মাজত এটা সৰু ৰেডিঅ’ ষ্টেচন। ৰেডিঅ’ ষ্টেচনটোৰ চাৰিওফালে কংক্ৰিটৰ সুউচ্চ দেৱালৰ পৰিসীমাৰ ভিতৰত আছে এখন সৰু কিন্তু সজীৱ পৃথিৱী। ইয়াতেই প্ৰতিদিনে সৃষ্টি হয় শব্দৰ  মায়াজাল আৰু ৰেডিঅ’ তৰংগৰ মাজেৰে গতি কৰি সেই শব্দই সন্মোহিত…