Tag শিক্ষা

জীৱন জ্যামিতি

হিল্লোলজ্যোতি সিংহ   কথা আছিল দুয়ো একেলগে যোৱাৰ   খৰ খোজেৰে মোতকৈ আগবাঢ়ি গ’লাগৈ তুমি   তুমি যোৱা বাটেৰে তোমাৰ পিছে পিছে তোমাক অনুসৰণ নকৰোঁ মই ৰম্বাচৰ কৰ্ণৰে তোমাৰ আগত গৈ ওলাম আৰু ৰৈ থাকিম আলি-কেঁকুৰিত   জীবলৈ শিকিছোঁ জ্যামিতি…

এপাত শৰ আৰু এটা গান translation-poem-march-2025

 মূল : Henry Wadsworth Longfellow কবিতা: The Arrow and the Song অসমীয়া ভাবানুবাদ : দীপাঞ্জলি দেৱী      শূণ্যতে মই এপাত শৰ এৰিলোঁ তীব্র বেগত সি উৰি গ’ল মই তলকিবই নোৱাৰিলো শৰপাতে ভেদিলে  ক’ত …    প্ৰাণ ঢালি  এটি গীত…

বনৰীয়া ফুল translation-story-march-2025

 মূল: অমৃতা প্ৰীতম অনুবাদ: পংকজ কুমাৰ নেওগ   আঙুৰী হ’ল আমাৰ প্ৰতিবেশীৰ পুৰণি আৰু আদহীয়া ভৃত্যজনৰ নতুন পত্নী। তাইক এই কাৰণে নতুন বুলি কৈছোঁ কিয়নো তাই মানুহজনৰ দ্বিতীয়া পত্নী। দ্বিতীয় বিবাহ কৰা মানুহক পাঞ্জাৱীত ‘দুহাজু’ বুলি কয়। এই শব্দৰ অৰ্থ…

প্ৰতিফলন

 অসীম তালুকদাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে লাগি থকা বিষ্ণু-জ্যোতি একাডেমি নামৰ সংগীত স্কুলখন পাৰ হৈয়েই সোঁফালে যোৱা ৰাস্তাটোৰে সোমাই যাব লাগিব৷ সেই ৰাস্তাটোৰে চাৰি কিলোমিটাৰমান গৈ থাকিলে চৰাইগুৰি নামৰ ঠাইখন পাব৷ চৰাইগুৰিত দুটা পকী ৰাস্তাই কটাকটি কৰিছে৷ সেই ঠাইখন ধানকল, সৰিয়হ…

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী (১৩) (মন দাপোণত-৭) (১) কলেজত সেইবাৰ এবছৰীয়া প্ৰাক-বিশ্ববিদ্যালয়ৰ দেওনা যেনিবা কোনোমতে পাৰ হ’লো৷ ভবামতে ফলাফল নহ’ল৷ এবছৰত হয়তো ছমাহমানহে ক্লাছ হ’ল৷ ক’বলৈ গ’লে পাত্তাই নাপালোঁ কেনি কেনেকৈ বছৰটো পাৰ হৈ গ’ল৷ বৰ খং উঠিল আমাৰ হাইস্কুলীয়া শিক্ষা পদ্ধতিটোৰ…

ডাটা ছায়েণ্টিষ্ট (Data Scientist) কেনেকৈ হ’ব পাৰি ?

 ড° বুলজিৎ বুঢ়াগোহাঁই   ডাটা ছায়েন্স হৈছে এক আন্তঃশাখা ক্ষেত্ৰ যি ডাটাৰ পৰা অন্তৰ্দৃষ্টি আহৰণ কৰিবলৈ গণিত, পৰিসংখ্যা, আৰু কম্পিউটাৰ বিজ্ঞান একত্ৰিত কৰে৷ ডাটা ছায়েন্স ডাটা অনুমান, এলগৰিথম বিকাশ, আৰু প্ৰযুক্তিৰ এক মিশ্ৰণ, যাক বিভিন্ন উদ্যোগত জটিল বিশ্লেষণাত্মক প্ৰত্যাহ্বান সমাধান…

অসমত বিজ্ঞাপনৰ ইতিহাস, প্ৰচাৰ আৰু প্ৰসাৰ

 পঙ্কজ প্ৰতিম বৰদলৈ   অসমৰ সমৃদ্ধ সাংস্কৃতিক আৰু অৰ্থনৈতিক ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে বিজ্ঞাপনৰ বিকাশ৷ সময়ৰ সৈতে বিজ্ঞাপনৰ মাধ্যম, প্ৰযুক্তি, আৰু সামাজিক পৰিৱৰ্তনৰ প্ৰভাৱত অসমত বিজ্ঞাপনৰ ধাৰাই বিভিন্ন ৰূপ লৈছে৷ ইয়াত প্ৰাক-ঔপনিৱেশিক যুগৰ পৰা আধুনিক ডিজিটেল যুগলৈকে বিজ্ঞাপনৰ প্ৰচাৰ…

পঁইতাচোৰা

     জিণ্টু দত্ত         “There is only one really serious philosophical problem, and that is suicide.”                                        …

নবৱৰ্ষ

 জ্যোতিশিখা  দত্ত     নতুন আশা নতুন সংকল্পৰে নৱবৰ্ষত উজ্বলিম আমি নতুন উদ্যমেৰে৷   সময়ানুবৰ্তিতা, নিয়মানুৱৰ্তিতা হ’ব আমাৰ কাম্য প্ৰতিদিনৰ কাম প্ৰতিদিনে সমাপন কৰাটোৱেই হ’ব আমাৰ লক্ষ্য৷   নতুন এটা ভাষা শিকিম নতুন কলা শিকিম নতুন নতুন শিক্ষাৰে জ্ঞানৰ ভড়াল…

এৰাল

 আকাশ দীপ্ত ঠাকুৰ   কথাবোৰত লেকাম লগাব পাৰিলে ভাল টানি দিলেই কথাবোৰ হৈ পৰিব পাৰে মুখ বাগৰা একো একোটা গান   কথাবোৰত এৰাল দিবলৈ টান জাৰণিত চৰি ফুৰে মুকলিমূৰীয়াকৈ গা-ভাৰী হয় কথাবোৰ   বুজিবই নোৱাৰোঁ–জাৰণি নে জৰণি   সময়ে এৰাল…