পানী হিলৈ
গোৱিন কুমাৰ খাউণ্ড ( পাঁচ) পুৱাৰে পৰা জৰিগুৰিত উখল-মাখল পৰিৱেশ। কাৰণটো আন একো নহয়, এখন মদৰ দোকান। কথাটো হিমানীয়ে পুৱাই কৈছিল যদিও মিলিটেৰীৰ সমুলি গাত লগা নাছিল। মনে মনে ভাবিছিল কিছুমান কথাৰ পৰা আঁতৰি থকাই ভাল। অনাহক কথাই মানুহৰ জীৱনটো…
গোৱিন কুমাৰ খাউণ্ড ( পাঁচ) পুৱাৰে পৰা জৰিগুৰিত উখল-মাখল পৰিৱেশ। কাৰণটো আন একো নহয়, এখন মদৰ দোকান। কথাটো হিমানীয়ে পুৱাই কৈছিল যদিও মিলিটেৰীৰ সমুলি গাত লগা নাছিল। মনে মনে ভাবিছিল কিছুমান কথাৰ পৰা আঁতৰি থকাই ভাল। অনাহক কথাই মানুহৰ জীৱনটো…
মাধুৰ্য্য গোস্বামী দিনটোৰ সমস্ত কোলাহল— বিভিন্ন পোক-পতংগৰ আৰাও, ফোঁ-ফোঁৱাই বলি থকা বতাহত মচ্মচ্কৈ উঠা চেগুন পাত, ভতুৱা কুকুৰৰ মাত, ছাগলীৰ বেবনি, আধা মাইল দূৰৰ ৰাস্তাৰপৰা পথাৰৰ মাজৰ বতাহখিনিক মহতিয়াই অনা অসংখ্য গাড়ী-মটৰৰ শব্দক আওকাণ কৰি অভ্ৰনীল নিজে এটা স্বয়ংসম্পূৰ্ণ শব্দ হ’ল৷…
লোকনাথ গোস্ৱামী (মন দাপোনত – ৮) (১) গাঁৱৰ কাহিনী কৈ অন্ত কৰিব নোৱাৰি৷ জন্মৰ পৰা যৌৱনৰ এছোৱালৈ অৰ্থাৎ কলেজৰ দেওনা পাৰ হৈ তেজপুৰ একাডেমীত কেইবছৰমান চাকৰি কৰালৈকে গাঁৱতে জীৱন অতিবাহিত কৰিছিলোঁ৷ গাঁৱৰ এই জীৱন পৰিক্ৰমা ইমানেই বিচিত্ৰ, বৰ্ণিল…
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ ধেমাজিৰ এছ. এফ. এছ. স্কুল’ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ অনুৰণ বৰগোহাঁয়ে অঁকা ছবি
হিল্লোলজ্যোতি সিংহ মাটিৰ গভীৰ আন্ধাৰৰ পৰা পিয়াসী শিপাই খেপিয়াই শুহি লয় খনিজ-পানী পাতে হাত মেলি আকাশলৈ চকুত সানি লয় সূৰ্য চুলিশিপাৰ পৰা কুঁহিপাতৰ আগলৈ পানীনলৰ মাজেৰে প্ৰবাহিত প্ৰাণ স্থিৰ অথচ গতিময়তাৰ দুভাগ শৰীৰ ভূমিৰ ওপৰ-তলত এক…
মূল: অমৃতা প্ৰীতম অনুবাদ: পংকজ কুমাৰ নেওগ আঙুৰী হ’ল আমাৰ প্ৰতিবেশীৰ পুৰণি আৰু আদহীয়া ভৃত্যজনৰ নতুন পত্নী। তাইক এই কাৰণে নতুন বুলি কৈছোঁ কিয়নো তাই মানুহজনৰ দ্বিতীয়া পত্নী। দ্বিতীয় বিবাহ কৰা মানুহক পাঞ্জাৱীত ‘দুহাজু’ বুলি কয়। এই শব্দৰ অৰ্থ হ’ল দ্বিতীয় জীৱনত প্ৰৱেশ…
জ্যোতিশিখা দত্ত মিমি আৰু ৰিনি দুয়ো বাই-ভনী নিতৌ দুয়ো খায় একোটাকৈ কণী৷ কণী খাই বল পাই পঢ়া-শুনা কৰে পাঠসমূহ আওঁৰাই গুৰুৱে কোৱাৰ দৰে৷ এক দুই তিনি চাৰি গণিতৰ পাঠ একে দুয়ে তিনি আৰু পাঁচে দুয়ে সাত৷ …
ভৃগুমণি নাথ ভাৰতৰ বৃটিছ বিৰোধী জাতীয় আন্দোলনত মোহনদাস কৰমচাঁদ গান্ধী, জনপ্ৰিয়ভাৱে মহাত্মা গান্ধীৰ পদাৰ্পণ এক লেখত ল’বলগীয়া ঘটনা৷ গান্ধীজীয়ে প্ৰতিবাদৰ ভাষা হিচাপে সত্য আৰু অহিংসা এই দুই শক্তিৰ ওপৰত আস্থা ৰাখিছিল৷ প্ৰথম অৱস্থাত গান্ধীয়ে ব্ৰিটিছৰ কাম-কাজত সমৰ্থন জনাইছিল; আনকি…
ড° বুলজিৎ বুঢ়াগোহাঁই ডিজিটেল যুগৰ বিকাশৰ লগে লগে কনটেণ্ট ক্ৰিয়েটৰ (Content Creator) হিচাপে কেৰিয়াৰ গঢ়াৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে৷ কনটেণ্ট ক্ৰিয়েটৰে ডিজিটেল প্লেটফৰ্মসমূহত (যেনে – য়ুটিউব, ইনষ্টাগ্ৰাম, ফে’চবুক, ব্ল’গ, প’ডকাষ্ট আদি) বাবে বিভিন্ন ধৰণৰ বিষয়বস্তু (Content) সৃষ্টি আৰু প্ৰকাশ কৰে৷…
পংকজ প্ৰতিম বৰদলৈ ভাৰতৰ অসমৰ এখন চহৰ হাজো কেৱল ধৰ্মীয় কেন্দ্ৰই নহয়, মধ্যযুগীয় বাণিজ্যিক পথৰ ই এক গুৰুত্বপূৰ্ণ স্থান আছিল৷ ঐতিহাসিক তথ্য অনুসৰি ই ভূটান-অসম বাণিজ্যিক পথৰ অংশ আছিল, প্ৰায় ১৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ, ভূটান আৰু তিব্বতক অসমৰ সৈতে সংযোগ…