Tag শিক্ষা

জয়ন্ত বিষ্ণু নাৰ্লিকাৰলৈ শ্ৰদ্ধাঞ্জলি

 ড০ পৰমানন্দ মহন্ত   ভাৰতৰ অগ্ৰণী জ্যোতিপদাৰ্থবিদ ড০ জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ ২০ মে’ (২০২৫)ত দেহাৱসান ঘটে৷ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকাৰ সময়ত ১৯৬৪ চনতেই তেওঁ খ্যাতি লাভ কৰে মহাকৰ্ষণ সম্বন্ধে এটা বিকল্প তত্ত্ব দাঙি ধৰি৷ গৱেষণা গুৰু অধ্যাপক ফ্ৰড হয়লৰ লগত…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১২

 (পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী শ্বটটো আছিল–ছোৱালীজনী দৌৰ মাৰি ককাকৰ ওচৰলৈ যাব লাগে আৰু কিবা এটা ক’ব লাগে৷ কিন্তু কেমেৰা চলাৰ লগে লগে ছোৱালীজনী চক খাইহে উঠিল৷ কেমেৰাৰ সৈতে প্ৰথম মুখামুখি হোৱাৰ ভয়-দ্বিধাৰে ভৰা সময় আছিল সেইখিনি৷ পাছলৈ…

ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জি (Industrial Psychology)

 ড০ বুলজিৎ বুঢ়াগোহাঁই   ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জি, যাক অৰ্গেনাইজেশ্বনেল ছাইক’ল’জি বুলিও কোৱা হয়, ই হৈছে মনোবিজ্ঞানৰ এটা শাখা, যি কৰ্মস্থান তথা সংগঠনত মানুহৰ ব্যৱহাৰৰ অধ্যয়নৰ সৈতে জড়িত৷ এই খণ্ডৰ মনোবিজ্ঞানীসকলে মানৱব্যৱহাৰৰ ওপৰত ভিত্তি কৰি নানা ধৰণৰ সমস্যা সমাধান কৰাৰ লগতে কৰ্মচাৰী আৰু…

শব্দ অথবা তীখাৰ জুই – ৰূপান্তৰৰ চেতনাৰে ৰৌদ্ৰোজ্জ্বল ড০ ভক্ত প্ৰসাদ গৌতমৰ কবিতা

ৰুদ্ৰ সিংহ মটক “The problem of art is to make objective that which has been subjective—to make life in terms of one man into an image  of life expressed in terms of all men….” (R. A. Scott James)   সূক্ষ্ম…

বাহুবলী ভীম

  নৱনীতা ভট্টাচাৰ্য্য (২) হিড়িম্বক বধ আৰু হিড়িম্বাৰ সৈতে বিৱাহ   মাকে বনীক দিয়া প্রতিশ্রুতি অনুসৰি সিদিনাখন হিড়িম্বাৰ সাধুটো ক’বলৈ আৰম্ভ কৰিলে – জতুগৃহৰ পৰা ওলাই পঞ্চপাণ্ডৱে মাক কুন্তীৰ লগত গৈ গৈ গংগা নদী পাৰ হ’ল৷ তাৰ পাছত আকাশৰ নক্ষত্ৰবোৰ…

মৃত্যুৰ সদাগৰবোৰ আৰু মানৱৰ ভৱিষ্যত

  ২০১৪ চনৰ পৰা ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত ৰাজনৈতিক আৰু সামৰিক সংঘাত চলি আহিছে আৰু ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে স্পষ্ট ৰূপত সামৰিক অভিযান আৰম্ভ কৰে৷ যোৱা তিনি বছৰৰো অধিক কাল এই দুইখন দেশে পৰস্পৰৰ বিৰুদ্ধে যুঁজি…

হন্যমানে শৰীৰে

 পৰী পাৰবীন   সন্মুখৰ ঘৰৰ জংঘল হৈ পৰা বাগিচাখনৰ পৰা পোক-পতংগৰ সমস্বৰৰ কোলাহল ভাহি আহিছে৷ নিগনি খোৱা সৰীসৃপ এটাই আগলি বাঁহেৰে তললৈ নামি আহি গছৰ খোৰোঙত সোমাই পৰিল৷ পৰাণে বেলকনিৰ টাবকেইটালৈ চালে৷ বগা ভেঁটফুলৰ পাহিবোৰ পানী পাই সতেজ হৈ উঠিছে৷…

কুৰ্ট গডেল : এজন অসাধাৰণ গণিতজ্ঞ

    ড॰ প্ৰিয়দেৱ গোস্বামী   প্ৰাকৃতিক পৰিঘটনাবোৰ মানুহৰ চিন্তাশক্তিৰে বিশ্লেষণ কৰি কথিত বা লিখিত ৰূপত সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰা সময়ৰ পৰাই যুক্তি-তৰ্কবিদ্যাৰো আৰম্ভ হয়৷ বিভিন্নজনে চিন্তা-চৰ্চা কৰি দাঙি ধৰা উক্তিবোৰ বিশ্লেষণ কৰি জ্ঞান-বিজ্ঞানৰ বিভিন্ন সূত্ৰ প্ৰকাশ কৰা হয়৷ গণিতৰ…

পানী হিলৈ

  গোৱিন কুমাৰ খাউণ্ড (যোৱা সংখ্যাৰ পৰা) নয়ন গুচি যোৱাৰ পাছতো ফলা পোষ্টাৰখন হাতত লৈ গছ জোপাৰ তলতে ৰৈ থাকিল মিলিটেৰী। সেই সময়তে সাংবাদিক এজন আহি পোষ্টাৰৰ সৈতে মিলিটেৰী ভাবুক হৈ ৰৈ থকা দেখিলে। পোষ্টাৰ ফলা কথাটোক লৈ যোৱা কেইবাদিনো ধৰি…

বিৰিঞ্চি কুমাৰ বৰুৱাৰ কথা-সাহিত্যত অসমীয়া গ্ৰাম্যজীৱনৰ কথকতা

কিশোৰ দাস কোঁৱৰ  অসমীয়া কথা-সাহিত্যক সমৃদ্ধ কৰি তোলা কথাশিল্পীসকলৰ ভিতৰত ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ প্ৰাক্ স্বাধীনতা কালৰেপৰা স্বাধীনতা লাভৰ পৰৱৰ্তী সময়লৈকে অৰ্থাৎ ৰামধেনু যুগলৈকে যি কেইগৰাকী কথাশিল্পীয়ে অসমীয়া সাহিত্যক এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল সেইকলৰ ভিতৰত অসমীয়া…