ৰ’দে বৰষুণে কিমান যে গান – ১৭
লোকনাথ গোস্বামী (মন দাপোণত – ১০) (১) স্কুলীয়া জীৱনৰ পৰা কলেজীয়া জীৱনলৈ : হাইস্কুলীয়া জীৱনৰ পৰাই আৰম্ভ কৰি কলেজীয়া জীৱনলৈকে সেই দীঘলীয়া সময়ছোৱাৰো বহু ঘাত-প্ৰতিঘাত, হাঁহি-কান্দোনৰ কাহিনী আছে৷ সেই সময়ছোৱা কবলৈ গ’লে আমাৰ গাঁৱৰ ঘৰখনৰ আৰ্থিক অৱস্থা খুবেই বেয়া…