Tag সমাজ

ইতিহাস এষণা : আহোম ৰাজ্যত পাইক প্ৰথাৰ ক্ৰমবিকাশ

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   উজনি অসমৰ আহোম ৰাজ্য গঠন আৰু সংবৰ্ধন প্ৰকৃতাৰ্থতেই এক ঐতিহাসিক বিস্ময় বুলিব পাৰি৷ কাৰণ আহোম ৰাজ্যৰ বীজ ৰোপণ হৈছিল এক পলসুৱা উপত্যকাত৷ কঠিন শিলৰ অভাৱ, অস্থিৰ নদীৰ পাৰ আৰু প্ৰৱল বানপানীৰ বাবে ৰজাই বাৰে বাৰে…

হাত

ছালমা জামান                               চকুলোৰে গাৰু তিতি যোৱা ৰাতিবোৰত তোমালোকৰ কথা বৰকৈ মনত পৰে। চকুলোৰ সতে সান্নিধ্য মোৰ নতুন নহয়। ইমানদিনে ৰাতি-ৰাতি উজাগৰে থকাটো মোৰ অভ্যাসতে পৰিণত…

এজন ক্ষণজন্মা অসমীয়াৰ জন্ম শতবৰ্ষ : সশ্ৰদ্ধ স্মৰণ

প্ৰথম অসমীয়া হিচাপে ১৯৭৯ চনৰ জ্ঞানপীঠ পুৰস্কাৰেৰে সম্মানিত হোৱা ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ জন্ম শতবৰ্ষ আৰম্ভ হৈছে যোৱা ১৪ অক্তোবৰ তাৰিখে৷ শিৱসাগৰ জিলাৰ চাফ্ৰাই চাহ বাগিচাত জন্মগ্ৰহণ কৰি ক্ৰমে ক্ৰমে আগ বাঢ়ি গৈ সৰ্বভাৰতীয় সাহিত্যৰ জগতত কেৱল স্বীকৃতি অৰ্জন কৰা বা…

বচা বকুল

 ৰমানন্দন বৰা (আঠ)   আহিন মাহৰ চিকুণ ৰাতিপুৱাটো পৰশুৱে নিজৰ বুকুৰ মাজত সুমুৱাই ল’লে৷ চোতালৰ মুখৰ শেৱালি জোপাৰ তলখন ফুলেৰে বগা হৈ উপচি পৰিছে৷ ক’তো এচপৰা মেঘ নথকা পৰিষ্কাৰ আকাশ৷ মাকে তালৈ ভাত বাঢ়ি দিয়া কাঁহৰ কাঁহীখন যেনেকৈ ক’তো মলি…

গগনযান অভিযান

 অভিজিত শর্মা বৰুৱা          যোৱা কিছুদিন ধৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (Indian Space Research Organization, চমুকৈ ISRO বা ‘ইছৰো’) মহাকাশ ক্ষেত্রত তেওঁলোকৰ কিছুমান সফল উৎক্ষেপন আৰু অভিযানৰ যোগেদি বিশ্ববাসীক চমকিত কৰি আহিছে আৰু আমাৰ দেশকো এই ক্ষেত্রত পৃথিবীৰ ভিতৰতে…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা  * ১৩ * সম্পূৰ্ণ তিনিমাহ বৰফৰ চাদৰে ঢাকি ৰখাৰ পাছত ক্র’ৱেছিয়াত প্রাণৰ স্পন্দন দেখা গৈছে। বৰফ ক্ৰমশঃ গলিবলৈ আৰম্ভ কৰিছে। গছৰ ডালে ডালে চৰাইৰ ব্যস্ততা। মেঘৰ আঁৰত সূর্যৰ উজ্জ্বল হাঁহি। এই সকলো মিলি জনাই দিছে— শীতকাল এতিয়া…

অন্ন, বস্ত্ৰ, আৰু বাসস্থান

(২) বস্ত্ৰ   ড° ভাৰত বৰুৱা বস্ত্ৰ মানুহৰ লজ্জা আৰু শীত নিবাৰণৰ এক মুখ্য আহিলা৷ আদিম যুগত মানুহে জন্তুৰ ছাল বা গছৰ বাকলিৰেই এই প্ৰয়োজন পূৰণ কৰিছিল৷ পিছে নিজে বস্ত্ৰ তৈয়াৰ কৰিবলৈ শিকাৰ পৰাই প্ৰকৃতিৰ পৰা পোৱা বিভিন্ন উপাদানেৰে মানুহে বস্ত্ৰ…

ইলেকট্র’নিক মাধ্যমৰ লগত জড়িত কেৰিয়াৰ

 ড° বুলজিৎ  বুঢ়াগোহাঁই        ইলেকট্র’নিক মাধ্যম হৈছে সংবাদ মাধ্যমৰ এটা শ্ৰেণী যিয়ে বিষয়বস্তু ইলেক্ট্ৰ’নিক্স আৰু ইলেক্ট্ৰ’মেকানিকেল শক্তি ব্যৱহাৰ কৰি দৰ্শকৰ আগত উপস্থাপন কৰে৷ সাধাৰণ জনতাৰ বাবে পৰিচিত প্ৰাথমিক ইলেকট্র’নিক মাধ্যমৰ উৎসবোৰ হ’ল- ভিডিঅ’ ৰেকৰ্ডিং, অডিঅ’ ৰেকৰ্ডিং, মাল্টিমিডিয়া উপস্থাপন, শ্লাইড উপস্থাপন,…

সহ-অভিনয় আৰু অসম

 অবন্তিকা পৰাশৰ (ব্ৰজনাথ শৰ্মাৰ সৈতে কলিকতালৈ  নাটকৰ ৰেক’ৰ্ডিং কৰিবলৈ যোৱা দলটো) অসমৰ প্ৰথম অসমীয়া অভিনেত্ৰী কোন বুলিলে, অৱধাৰিতভাৱে এটাই নাম আমাৰ সকলোৰে মুখলৈ আহে – গোলাঘাটৰ আইদেউ সন্দিকৈ৷ সম্বন্ধীয় ককায়েকৰ  সৈতে ‘পানীত ওপঙা ঘৰ’ চাবলৈ গৈ প্ৰথম অসমীয়া বোলছবি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ৰ নাম…

বুদ্ধই যুদ্ধ কৰিব জানে

অৰ্চনা ঠাকুৰীয়া পানীৰ জ্বৰ হৈছে কঁপি কঁপি উঠে মেলেৰিয়া হেনো দুখত মাছৰ চকুও ঘোলা আনৰ জীৱনক অৰ্থ দি নিজক ব্যৰ্থ কৰা বীৰ মাছ যি আমাৰ মহাজনৰ প্ৰথম অৱতাৰ ‘মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰিবেদ প্ৰলয় জলত…’ পানীপেৰা যন্ত্ৰটোৱে পানীৰ জ্বৰ…