মহাবৃত্ত
মৃদুল শৰ্মা ৪ সত্যৱতী ৷ কি যে জঘন্য আছিল সেই আয়োজন! কেৱল এজনী উদ্ভিন্নযৌৱনা যুৱতীৰ শাৰীৰিক সংসৰ্গ লাভৰ কাৰণেই মহৰ্ষি পৰাশৰৰ দৰে জ্যেষ্ঠ আৰু সৰ্বজনশ্ৰদ্ধেয় ব্যক্তি এজনে মোৰ পিতৃৰ সৈতে যে তেনে এক গোপন মন্ত্ৰণা আৰু ঘৃণনীয় আয়োজন কৰিছিল সেয়া…
মৃদুল শৰ্মা ৪ সত্যৱতী ৷ কি যে জঘন্য আছিল সেই আয়োজন! কেৱল এজনী উদ্ভিন্নযৌৱনা যুৱতীৰ শাৰীৰিক সংসৰ্গ লাভৰ কাৰণেই মহৰ্ষি পৰাশৰৰ দৰে জ্যেষ্ঠ আৰু সৰ্বজনশ্ৰদ্ধেয় ব্যক্তি এজনে মোৰ পিতৃৰ সৈতে যে তেনে এক গোপন মন্ত্ৰণা আৰু ঘৃণনীয় আয়োজন কৰিছিল সেয়া…
ড॰ প্ৰিয়দেৱ গোস্বামী বৰ্তমান যুগটো হ’ল তথ্য-প্ৰযুক্তিৰ৷ ই হ’ল মানৱ সভ্যতাৰ চতুৰ্থ বিপ্লৱ৷ এই বিপ্লৱৰ আৰঁত বহু ব্যক্তিৰ অৰিহণা আছে৷ তাৰে ভিতৰত এজন অন্যতম ব্যক্তি হ’ল জৰ্জ বুল৷ সময়-ৰেখাৰ হিচাপত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল ১৪ বিলিয়ন বছৰৰ পূৰ্বে৷…
নীলোৎপল বৰুৱা পৱিত্ৰ ৰাভাৰ প্ৰতিখন নাটকেই বিশালাকাৰ, আয়তনযুক্ত আৰু মহাকাব্যিক। কাহিনী বৃত্তান্ত নাটকীকৰণ কৰোঁতে তেখেতে একোটা বিৰাটাকায় ফ্ৰেম তৈয়াৰ কৰি লয়। প্ৰতিটো নাটকীয় উপাদান অথবা উপৰিসৌধটোক প্ৰক্ষেপ কৰোঁতে কৃপণালি নকৰে নতুবা বিব্ৰত নহয়। সাধাৰণতে পৰিচালকে ভয় কৰা লাৰ্জ স্কে’লৰ…
অংগনা চৌধুৰী প্ৰথমবাৰ যেতিয়া কলেজীয়া দিনত আগ্ৰালৈ আহিছিলোঁ, তেতিয়া পুৱতি নিশাতে দিল্লীৰ পৰা আহি তাজমহল, আগ্ৰা ফ’ৰ্ট আদি চাই ওভতাৰ পথত বৃন্দাবন, মথুৰা দৰ্শন কৰি গৈছিলোঁ৷ নতুন ঠাই দেখিবলৈ পাই আনন্দিত হৈছিলোঁ ঠিকেই, কিন্তু অসম্ভৱ লৰালৰি হৈছিল৷ সেইবাবে এইবাৰ…
ড০ ৰক্তিম ৰঞ্জন শইকীয়া কোনো এটা অঞ্চলৰ আৰ্থিক গতিবিধি নিৰ্ভৰ কৰে অঞ্চলটোৰ ভৌগোলিক অৱস্থিতি আৰু যাতায়াত সংযোগৰ সা-সুবিধাৰ ওপৰত। মধ্যযুগৰ অসমৰ আহোম ৰাজ্যৰ ৰহা আছিল এনে এটা অঞ্চল ৷ ভৌগোলিক অৱস্থিতিৰ কাৰণেই ৰহা অঞ্চলটোৱে অতীজৰে পৰা ৰণকৌশলগত অৰ্থনৈতিক গুৰুত্ব লাভ কৰি…
পংকজ প্ৰতিম বৰদলৈ মোৰ কর্মক্ষেত্রখন কলা সংগ্রহালয়, ঐতিহ্য সংৰক্ষণৰ লগত জড়িত। সেই সুবাদতে মই বিভিন্ন সময়ত লণ্ডনস্থিত ব্ৰিটিছ সংগ্রহালয়কে ধৰি আন বহু সংগ্রহালয় চোৱাৰ সুবিধা পাইছোঁ। পূৰ্বৰ বছৰকেইটাৰ কেইবাটাও যাত্রাতকৈ এই বছৰৰ ফেব্ৰুৱাৰি মাহত মই লণ্ডনলৈ কৰা যাত্ৰাৰ এক…
মূল : হুমায়ূন আহমেদ অনুবাদ : ড° জোনালী পাটোৱাৰী বৰা থাৰ্ড পিৰিয়ডত প্ৰণৱবাবুৰ ক্লাছ নাই। তেওঁ আলোচনী এখন বিচাৰি কমনৰূমলৈ সোমাই আহিল। স্কুলখনত আলোচনী বুলিবলৈ এই এখনেই। নিজৰ পঢ়া শেষ নোহোৱালৈকে সেইখন হেডমাষ্টৰ মহাশয়ে নিজৰ কোঠালিতে ৰাখি থয়। আজি পিছে…
নৱনীতা ভট্টাচাৰ্য্য আইতা বুলি ক’লেই মনলৈ অহা প্ৰথম শব্দটো হ’ল সাধুকথা ৷ জিলিৰ আইতাকো ইয়াৰ ব্যতিক্ৰম নহয় ৷ তেওঁ প্রতিটো পৰিস্থিতিৰ লগতে খাপ খুৱাই সাধুকথা কৈ ল’ৰা-ছোৱালীৰ মন ভুলাব জানে ৷ তেওঁৰ সাধুবোৰ অকল ৰসালেই নহয়, নীতিশিক্ষাৰো ভঁৰাল। আটাইতকৈ…
উজ্জ্বল স্মৰণ দত্ত চিলনীয়ে থপিওৱাদি খবৰদাতাক খবৰে টানে । খবৰৰ বাবেই খবৰ বাঢ়ে খবৰবোৰ খবৰ থকালৈহে খবৰ ৷ চানাচুৰ খবৰত বেমাৰ বাঢ়ে পুৰণি চহৰখনৰ ৷ সাত ইঞ্চি দৰত বিক্ৰী হয় খবৰদাতাৰ খবৰ ৰাখে কোনে তাৰ খবৰ পেটৰ পোৱে নাৰাখে খবৰ…
বন্দনা কৌশিক বৰদলৈ আমি কথাবোৰ দেখি থাকোঁ সিহঁতক সজাওঁ আৰু নাম দিওঁ কাহিনী এক কাহিনী দুই একোটা সৰল ধাৰণাৰে আমি উপেক্ষা কৰোঁ কাহিনীৰ ভিতৰৰ কাহিনীক চৰিত্ৰৰ ভিতৰৰ চৰিত্ৰক আচলতে, আমি খুব সহজভাৱেই কথাবোৰ মানি ল’ব খোজোঁ ধৰি…