Tag সমাজ

প্ৰাচীনতাৰ দিনলিপি আৰু এটি অকথিত সাধুৰ পুনঃকথন

 কিশোৰ দাস কোঁৱৰ    অসমীয়া সাহিত্যৰ প্ৰেক্ষাপটত মৌখিক লোককথাসমূহৰ এক সুকীয়া স্থান আছে। সময়ে সময়ে এই লোক-কথাসমূহে আমাৰ সমাজৰ একো একোখন দলিল হিচাপে কাম কৰি আহিছে। লোক-কথাসমূহৰ এক অবিচ্ছেদ্য অংগ হ’ল সাধুকথা। এই সাধুকথাসমূহৰ বিভিন্ন কাহিনী, চৰিত্ৰ যেতিয়াই সাহিত্যৰ মাজলৈ…

নব্বৈৰ দশকৰ অসমীয়া চিনেমা হলধৰ : এটি মূল্যায়ন

 প্ৰণৱ মেধী ১৯৭৬ চনত পদুম বৰুৱাৰ গঙা চিলনীৰ পাখি আৰু ১৯৭৭ত ড০ ভবেন্দ্ৰ নাথ শ‌ইকীয়াৰ সন্ধ্যাৰাগে অসমীয়া চিনেমাৰ বাস্তৱবাদী ধাৰাৰ সূচনা কৰে। জাহ্নু বৰুৱাৰ চিনেমাই পৰৱৰ্তী সময়ছোৱাত বাস্তৱবাদী বিষয়বস্তুৰে অসমীয়া চিনেমাৰ গৌৰৱ অম্লান কৰি ৰাখে। প্ৰতিজন সাৰ্থক পৰিচালকৰে শৈলী সুকীয়া, একক,…

ৰজাৰ মূৰত শিং গজিল

অৰ্চনা পূজাৰী ১) জনম জনম সাধুৰ সংসৰ্গ সেই সাধুবোৰৰে ঠেং দীঘল পেটত অদ্ভুত কথাৰ মেৰপেচ   ২) ৰজাৰ চুলি দীঘল হৈ গৈ আছে নাপিতে কাটে কিদৰে চলাবলৈ লৈ কেঁচি ৰৈ যায় নাপিত জ্বৰ ঘমা দিয়ে কি কাল কি ঘটনা !…

মহৌষধ স্বৰূপ

 অমৃত গোস্বামী   হালধীয়া ট্ৰেক্টৰেৰে হাবি-জঙ্ঘল ভাঙি, অসমৰ মাজেৰে খনিজ তেল পৰিবাহী ঐতিহাসিক পাইপ লাইনডাল বহুৱাৰ কাম শেষ কৰাৰ পাছৰ কথা এইবোৰ৷  দাৱনীবোৰে পথাৰৰ ধান দাই শেষ কৰাৰ পাছত,  আমাৰো বছেৰেকীয়া পৰীক্ষা শেষ হোৱাৰ লগে-লগে, মেজিঘৰ সাজিবৰ বাবে ধানৰ‌ নৰাবোৰ…

আকাশ কুসুম

 অংকিতা বৰুৱা   টিকটিকীয়া ৰঙা বাছখন আহি নিৰ্দিষ্ট বাছষ্টপটোত ৰৈ গ’ল৷ বাছখনৰ দুৱাৰদলিত ভৰি থৈ দুবাৰমান ইফালে সিফালে চাই অম্লান বাছখনৰ ভিতৰলৈ সোমাই গ’ল৷ প্ৰথম আসনতে বহি থকা ছাৰ থমাছ ম’ৰৰ মৃতদেহটোৰ উন্মুক্ত হৈ থকা প্ৰোজ্জ্বল দুচকুৱে তাক অভিবাদন জনালে৷…

ফিছা

 পল্লৱী মহন্ত   আগকথা : কাহিনীৰ আকাল নাই। ঘৰে পৰে কাহিনী। চকুৰ আগত চৰিত্ৰবোৰে ইগিল-দিগিল কৰিয়েই থাকে। পলকতে সঁচাবোৰ মিছা হৈ চকুত ধৰা দিয়ে। সামান্য ইফাল সিফাল কৰি গল্প এটা লিখি পেলাব পাৰি। কিন্তু লিখা নহয়। চকুৰ সমুখৰ কাহিনীবোৰৰ মাজৰে এটা…

মহাবৃত্ত

মৃদুল শৰ্মা (মহাবৃত্ত এখন উপন্যাসহে, মহাকাব্য মহাভাৰতৰ পুনৰ্পঠনৰ যত্ন নহয়৷ মহাভাৰতৰ কেইটামান উল্লেখযোগ্য চৰিত্ৰৰ জৰিয়তে ইয়াত কিছুমান মৌলিক প্ৰশ্নৰ অৱতাৰণাহে কৰিব খোজা হৈছে যিবোৰ প্ৰশ্নৰ থল মহাভাৰতে নিজৰ মাজতে ৰাখি থৈছে৷ নৈতিকতা, ধৰ্ম, ৰাজনৈতিক দূৰদৰ্শিতা আৰু ক্ষমতা,  জন্মসূত্ৰে সামাজিক বৰ্ণবিচাৰৰ ক্ষেত্ৰত…

ভাগ্যৰ অজুহাত

 ড০ প্রাঞ্জল বেজবৰা   আমি বিভিন্ন সময়ত আমাৰ ব্যৰ্থতা ঢাকিবলৈ অজুহাতৰ আশ্ৰয় লওঁ৷ না না অজুহাত দেখুৱাই আমি আমাৰ বিফলতাৰ যুক্তিযুক্ততা প্ৰমাণ কৰিবলৈ যাওঁ৷ অজুহাত সফলতাৰ অন্তৰায়৷ বিজ্ঞলোকে কয় যে ৯৯ শতাংশ বিফল ব্যক্তিৰে অজুহাত দেখুউৱাৰ অভ্যাস৷ যিসকল ব্যক্তিয়ে জীৱনত…

মালতী মেম

 নীলোৎপল বৰুৱা   কাহিনী চয়ন নিতান্ত‌ই পৰিচালকৰ দৰ্শননিৰ্ভৰ বিষয়৷ নাটকীকৰণৰ ভৱিতব্য বেমেজালি আৰু বাধাৰ (Drammatization hazard) প্ৰতি লক্ষ্য ৰাখি পৰিচালকজনে নিজৰ ক্ষমতা আৰু পূৰ্বানুমানেৰে নিৰ্দিষ্ট ৰুচিসন্মত কাহিনী নিৰ্বাচন কৰে৷ ই নিশ্চিতভাৱে মেধা, দক্ষতা আৰু ৰুচিনিৰ্ভৰ৷ পৰিচালকজনৰ সেয়া একান্ত নিজা ক্ষমতা৷…

প্ৰেৰণা আৰু প্ৰেৰণা

 পঙ্কজ প্ৰতিম বৰদলৈ   এই লেখাৰ বিষয়বস্তু চিন্তা কৰি থকাৰ সময়তে এখন নতুন চিনেমাৰ বিষয়ে জানিবলৈ পালোঁ! চিন্তা কৰি থকা বিষয়টোৰ লগত চিনেমাখনৰ এক পৰোক্ষ সম্পৰ্ক থকাৰ কথাটোৱে মোৰ চিন্তা আৰু বিষয়বস্তুৰ প্ৰাসংগিকতা প্ৰতীয়মান কৰিলে আৰু মই বিষয়টোৰ বিষয়ে লিখাৰ বাবে…