সহজ সত্য
যশোৱন্ত নিপুন নৈশ বাছখনত উঠি ওপৰত বেগটো ৰাখি নিজৰ ছীটটোত বহাৰ আগতে বাছখনৰ আগে-পিছে চালোঁ ৷ কেনে ধৰণৰ সহযাত্ৰীৰ লগত জীৱনৰ কেইটামান ঘণ্টা পাৰ কৰিব লাগিব সেইটো জানিবলৈ মোৰ সদায় মন যায় ৷ আধামান ছীট তেতিয়াও খালি ৷ অলপ পাছত…
যশোৱন্ত নিপুন নৈশ বাছখনত উঠি ওপৰত বেগটো ৰাখি নিজৰ ছীটটোত বহাৰ আগতে বাছখনৰ আগে-পিছে চালোঁ ৷ কেনে ধৰণৰ সহযাত্ৰীৰ লগত জীৱনৰ কেইটামান ঘণ্টা পাৰ কৰিব লাগিব সেইটো জানিবলৈ মোৰ সদায় মন যায় ৷ আধামান ছীট তেতিয়াও খালি ৷ অলপ পাছত…
ধ্ৰুৱাৰ্ক চৌধুৰী সুনীল আকাশৰ বুকুত উৰি উৰি প্ৰাণোচ্ছ্বল মতলীয়া ডাৱৰবোৰে পাহাৰৰ সৈতে আলিংগনৰ খেলা কৰে আকাশত পোহাৰ মেলে ৰামধেনু ৰঙৰ মেলাৰ ডাৱৰবোৰেই পাহাৰৰ বুকুত বৰষুণ হৈ সৰি পাহাৰক সেউজীয়া কৰি তোলে আৰু পাহাৰৰ বক্ষ উদাৰি নৈ-জান-জুৰি জলপ্ৰপাত হৈ বৈ গৈ…
প্ৰণৱ মেধী অভিনয়ৰ স্বাভাৱিকতা, অস্বাভাৱিকতা– এজন ৰুচিশীল অভিনেতাৰ কষ্টসাধ্য জ্ঞান নহয়। এয়া নিতান্তই জীৱনৰ পৰা অহা স্বতঃস্ফূৰ্ত অনুভৱ (sensation), ধাৰণা (Perception)। জীৱনক গভীৰভাৱে অনুধাৱন কৰিলেহে জীৱনৰ স্বাভাৱিক সত্যক অভিনয় কলাত প্ৰতিফলিত কৰিবলৈ এজন সৃষ্টিশীল অভিনেতা সক্ষম হয়। জীৱনৰ প্ৰতি উন্মুখ…
কিশোৰ দাস কোঁৱৰ মাটিৰ মানুহ মাটিতেই এদিন মিলি যাব, এই কথাষাৰেই প্ৰমাণ কৰে যে মাটি আৰু মানুহৰ এক অংগাংগী সম্পৰ্ক আছে৷ সৃষ্টিৰ আদিম সভ্যতাৰে পৰা মানুহ আৰু মাটিৰ সম্পৰ্ক অতি নিবিড়৷ প্ৰাচীন অসমৰ মৃৎ শিল্পৰ পৰম্পৰা কিমান প্ৰাচীন অথবা…
ধৰিত্ৰী বৰুৱা বুকুত সামৰি ৰাখিবলৈ কিছুমান বিষ লাগে সময়বোৰ সোঁৱৰিবলৈ কিছু আধৰুৱা কথা লাগে। পাগুলি পাগুলি কথাৰ উত্তৰ উলিয়াবলৈ মানুহ লাগে। সকলো লাগে বুলি জনাৰ পাছতো থমকি ৰয় মানুহ, শিল হয় জীৱন…মৃত হয় মন। মৃত শৰীৰ…
ঋষভ নাথ দেউতা ডাঙৰ হোৱা গাঁওখনত এতিয়াও বহু মুখ দেখা পাওঁ এঙাৰে বগা কৰা ছেঁই ফাটি ওলোৱা দাঁতে আন্ধাৰতো আলোক মাতে তাতে বেলিয়ে গম নোপোৱাকৈ টোপনি টানি ছিঙে খেতিয়কে আৰু পচতীয়া-ঠানি কঁটালি এটা মূৰেৰে দাঁত শালি থাকে আকৌ…
অমৃত গোস্বামী পিতৃ নগেন্দ্ৰনাথ আচাৰ্য্য আৰু মাতৃ জয়ন্তীপ্ৰিয়া দেৱীৰ সুযোগ্য সন্তান দেৱেন্দ্ৰনাথ আচাৰ্য্যৰ জন্ম হৈছিল ১৯৩৭ চনত, যোৰহাটৰ ওচৰৰ গৰখীয়া দ’ল নামৰ ঠাইত। দেৱেন্দ্ৰনাথ আচাৰ্য্য সৰুৰেপৰাই এজন অতি মেধাগুণ সম্পন্ন ছাত্ৰ আছিল। তেখেতে এম.ই পৰীক্ষাত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ…
প্ৰশান্ত মিশ্ৰ ৰাতিপুৱা শুই উঠি বাথৰূমত গা ধুবলৈ সোমাই গীজাৰৰ চুইচ্ছ দিওঁতে আমাৰ মনলৈ নাহে, আনকি তাৰ পাছতো, কোনে, বিজ্ঞানৰ কি নীতি বা তত্ত্বৰ আধাৰত যন্ত্ৰটি আৱিষ্কাৰ কৰিছিল! একেই কথা কাপোৰ ধোৱা মেচিন অথবা বৈদ্যুতিক ইস্ত্ৰি ব্যৱহাৰ কৰোঁতেও।…
স্বপ্নালী কলিতা “এতিয়া ৰামো নাই, সেই অযোধ্যাও নাই” ৰাম নথকাৰ বাবে অযোধ্যা নাইকিয়া হোৱাৰ কথাটো কিবা গোলমলীয়া ৰামে অযোধ্যাত যুৱৰাজৰ ভাও কৰা সময়খিনিত তাই হিচাপ কৰি আছিল নঙলাৰ পৰা কেইভৰি ৰন্ধনশালালৈ ভিতৰখন, মনৰ গাঁঠিবোৰ কোনোদিন খোল নাখাবলৈ আঁটি আঁটি বান্ধিছিল…
নীলোৎপল বৰুৱা অসমীয়া নাটকৰ ক্ষেত্ৰখনত ভাস্কৰ বৰুৱা এটা উদীয়মান চিনাকী নাম। নিৰন্তৰ ক্ষিপ্ৰতাৰে যোৱা দশকটোত নাটকৰ কাম কৰি কাহিনী কথনৰ নিজা কৌশল তৈয়াৰ কৰা ভাস্কৰ বৰুৱা ইতিমধ্যে নিজা শৈলীৰে প্ৰোজ্জ্বল হৈ উঠিছে। মঞ্চায়নৰ স্থানিক আৰু মাত্ৰিক পৰিৱেশক লৈ সম্পৰীক্ষা চলাই…