Tag সমাজ

মধ্যযুগৰ সমুদ্ৰ বিজয়ী ভাৰতীয়

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   যোৱা ৫০০০ বছৰ ধৰি ভাৰতবৰ্ষ হৈ আহিছে মানৱ প্ৰব্ৰজনৰ থলী। এই প্ৰব্ৰজনকাৰীসকলে ভাৰতবৰ্ষকে নিজৰ ঘৰ বুলি লৈ মিলি গৈছিল। শক কুষাণৰ দৰে এসময়ৰ আক্ৰমণকাৰী পাছৰ যুগত হৈ পৰিছিল ভাৰতৰ স্বাধীনতাৰ ৰক্ষক।৷ কিন্ত ১৫ শতিকাৰ প্ৰব্ৰজনৰ…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (১৯) পুৱাই চিঞৰ-বাখৰ লাগিল। ষ্টেপানে তেতিয়াও শোৱাপাটী এৰাই নাই। ঘৰৰ মূধচত মলেঁয়াই চিঞৰ-বাখৰ কৰাত ততাতৈয়াকৈ বিছনাৰ পৰা নামি একেকোবে চোতাল পালেহি ষ্টেপান। ঘৰৰ মূধচলৈ চালে তেওঁ। নিজৰ বাহৰ পৰা ওলাই মলেঁয়াই ঠোঁটখন জোকাৰি জোকাৰি চিঞৰি আছে। তাইৰ…

শব্দ : ৰূপান্তৰৰ প্ৰৱণতা আৰু অন্য কিছু প্ৰসঙ্গ

  ‘ব’হাগ হ’ য়া বৈশাখ, কোনো নৈখে বাত, লেকিন বিহু বিহু লাগিছে হামনে কে’ ভী গাত…’ প্ৰেৰডী সম্ৰাট মুনীন দত্তৰ উপৰোক্ত গীতটি বিগত কিছুদিন মনত বাজি আছে৷ ইয়াৰ আন আন বহু কাৰণ থাকিলেও মূল কাৰণটো হৈছে বিভিন্ন স্থানত দেখা বহাগ শব্দটোৰ…

লেন্সৰ মাজেৰে “কাঁচিচিনিঠু”

 কংকণ বৰা   আধুনিক কিম্বা উত্তৰ-আধুনিক বলয়ত পণ্যৰ আধিপত্য তথা ই কিদৰে সামাজিক জীৱনৰ ঔপনিৱেশিকৰণ সম্পূৰ্ণ কৰে তাক ক’বলৈ গৈ Guy Debord-য়ে “society of the spectacle” অভিধাটো ব্যৱহাৰ কৰিছিল৷ দর্শকক লাগে জীৱনৰ বৈচিত্ৰ্য (Diversion)৷ জীৱনৰ চাক্ষুষ অভিজ্ঞতাৰ পৰিতৃপ্তি সাধিবলৈকে এক…

ৰাম কথা

অজন্ত কুমাৰ বৰা   তুমি ৰাম বোলাঁ নে হৰি বোলাঁ গড বোলাঁ নে আল্লা বোলাঁ   তুমি চাকি জ্বলোৱাঁ নে মম জ্বলোৱাঁ যজ্ঞ কৰাঁ নে হজ কৰাঁ   সেয়া তোমাৰ কথা   আমি বাধা নিদিওঁ প্ৰতিবাদো নকৰোঁ   পিছে  তেজ…

সূত্ৰ

ৰাজীৱ বৰা   সন্তুষ্টি এতিয়া বৰষুণৰ পানী? সুখৰ সংজ্ঞা সলাব পৰাকৈ আমি জ্ঞানী৷   চোৱাঁ, কিমান সহজ প্ৰেম-অপ্ৰেম ভালপোৱা সহবাস৷ ঢাকনি নাই, বান্ধনি নাই, প্ৰকৃতিৰ দান যৌন উন্মাদনা সহজ পাপ ঘৃণা জিঘাংসা…   ভাল পাবলৈ সহজ বতাৰ্ই ৰখা টান৷ সংসাৰ…

স্বৰলিপিবিহীন কান্দোন

 গীতিমণি গোস্বামী(বৰঠাকুৰ)   চুপতি মাৰিবলৈ ভাল নিৰ্মলৰ লগত … কথাবিলাক ইয়াত বুৰবুৰণি ওলায়৷ য’ত বুৰবুৰণি থাকে, তাত নিৰৱতাবোৰো কথা৷ যদিওবা মাজে মাজে নিস্তব্ধতা আহে তথাপি তাত পতা কথাবোৰেই ভিতৰখন খান্দে৷ বহু সময়লৈকে কথাবোৰ জিনজিনাই থাকে৷ কাঁহৰ বাতি এটা পকাত পৰি…

প্রথাগত ধর্ম আৰু মানৱতাবাদৰ যুঁজ

  বাসুদেব দাস                         ‘তুমি ধর্ম-টর্ম বিশ্বাস নকৰাঁ, ইয়াৰ বাবে মোৰ কোনো দুঃখ নাই।এটা সময়ত আছিল।মিছা কথা নকওঁ— কিন্তু এটা মানুহে সেইবোৰ নামানিও কিমান সৎ হ’ব পাৰে এতিয়া বুজিব পাৰিছোঁ।’        —গণশত্রুঃ সত্যজিৎ ৰায়।             বহুদিন আগতে দূৰদর্শনত প্রচাৰিত সত্যজিৎ…

কলা কি?

  মূল : লিও টলষ্টয়ৰ ‘What is Art?’  অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস মই আৰম্ভ কৰিম নন্দনতত্বৰ পিতৃ ব’মগাৰ্টেন (১৭১৪-১৭৬২)-অৰ কথাৰে । ব’মগাৰ্টেনৰ মতে যৌক্তিক জ্ঞানৰ লক্ষ্যবস্তু হৈছে সত্য, নন্দনতাত্ত্বিক (অৰ্থাৎ ইন্দ্ৰিয়গত) জ্ঞানৰ লক্ষ্যবস্তু হৈছে সৌন্দৰ্য । সৌন্দৰ্য হ’ল ইন্দ্ৰিয়বোধৰ দ্বাৰা…

অচিন জগতত বাটলু

 স্মৃতিৰেখা দেৱী ছটছটীৰ নেতৃত্বত জুৰণিপাৰৰ গভীৰ হাবিলৈ যোৱা দলটো দুদিন-দুৰাতি একেৰাহে বাটলুৰ সন্ধানত অভিযান চলাই উভতি আহি মহাৰাজৰ কাষ পাইছেহি৷দলটো ঘূৰি অহাৰ বতৰা পায়েই সকলো সেউজপুৰবাসী যি য’ত যেনেকৈ আছিল তেনেকৈয়ে লৰা-ঢপৰাকৈ আহি মহাৰাজৰ ওচৰ চাপিলহি৷ আটাইৰে মনত একেটাই প্ৰশ্ন–…