এনাটমী অৱ এ ফল
নিজৰা ৰাজকুমাৰী ৪৫ বছৰীয়া জাষ্টিন ত্ৰিয়ে এগৰাকী ফৰাচী মহিলা চিনেমা পৰিচালক, চিত্ৰনাট্যকাৰ তথা সম্পাদক। জাষ্টিন পৰিচালিত এ’জ অৱ পেনিক (২০১৩), ইন বে’ড উইথ ভিক্টোৰিয়া (২০১৬), ছিবিল (Sibyl, ২০১৯) আদি চিনেমাসমূহে ইতিমধ্যে বিশ্বৰ দৰ্শকক আকৰ্ষিত কৰিছে, বিভিন্ন উল্লেখনীয় চলচ্চিত্ৰ মহোৎসৱত মনোনয়ন তথা বঁটাও লাভ কৰিছে। বহু চলচ্চিত্ৰপ্ৰেমীৰ…