পৰিশ্ৰমী পেছা
পঙ্কজ প্ৰতীম বৰদলৈ বসন্ত ঋতুৰ আগমন ঘটিছে৷ এপ্ৰিল মাহ৷ অসমীয়াৰ আদৰৰ বহাগ মাহ৷ বহাগ মাহৰ সুকীয়া যি এক মাদকতা আছে, সি বছৰৰ আন কোনো সময়তে অনুভৱ নহয়। ২০২৪ চনৰ বহাগ মাহত অসমীৰ ৰাইজে আন এক মাদকতা সোৱাদ লাভ কৰিব৷ সেয়া…
পঙ্কজ প্ৰতীম বৰদলৈ বসন্ত ঋতুৰ আগমন ঘটিছে৷ এপ্ৰিল মাহ৷ অসমীয়াৰ আদৰৰ বহাগ মাহ৷ বহাগ মাহৰ সুকীয়া যি এক মাদকতা আছে, সি বছৰৰ আন কোনো সময়তে অনুভৱ নহয়। ২০২৪ চনৰ বহাগ মাহত অসমীৰ ৰাইজে আন এক মাদকতা সোৱাদ লাভ কৰিব৷ সেয়া…
অমৃত গোস্বামী কালি জুপুকা মাৰি থাকিয়েই মই দিনটো কটালোঁ; গা-মন দুয়োটাই মোৰ কালি ভাল নাছিল৷ সন্ধিয়া সময়ত মনটো অকণমান সতেজ হওক বুলিয়েই মোৰ প্ৰিয় গান কেইটামানকে শুনিবলৈ লৈছিলোঁ৷ এনেদৰে কেইবাটাও গান শুনাৰ পাছত, এটা গান মোৰ বিশেষভাৱে ভাল লাগিল৷…
ড° বুলজিৎ বুঢ়াগোহাঁই লিবাৰেল আৰ্টছ হৈছে বহু বিষয়ক শিক্ষা ব্যৱস্থা য’ত কলা, বিজ্ঞান, বাণিজ্য আৰু প্ৰযুক্তিকে ধৰি বিভিন্ন শাখাৰ বিষয়ৰ এক বিবিধ মিশ্ৰণ অন্তৰ্ভুক্ত কৰা হৈছে। লিবাৰেল আৰ্টছ পাঠ্যক্ৰমে এনে এক শিকাৰ অভিজ্ঞতা প্ৰদান কৰে যি শিক্ষাৰ্থীসকলক পৰিৱৰ্তন, বৈচিত্ৰ্য…
ববিতা কলিতা পাহাৰীয়া গাঁওখনলৈ শীত নামিছে৷ কুঁৱলিত কঁপি থকা গাঁওখনৰ ধূসৰ ছবিখনলৈ মূৰ তুলি চাইছে চাৰিকুৰি বসন্ত গৰকি অহা বাইৰাণ চাংমাই৷ “আজিও ৰ’দ নোলাব! নোলাবইতো৷ চালজং দেৱতা যে ৰুষ্ট হৈ আছে৷” আকাশখনলৈ চাই কৈ উঠে বুঢ়া মানুহজনে৷ পিছে ৰ’দ…
পল্লৱী মহন্ত ইমানৰ পাছতো কি ভালপোৱা থাকি যায়! আপোন বুলি বুকুত ৰৈ যায়! যন্ত্ৰণাৰ নৈখন বৈ থাকে ৷ অহৰহ… শেষ ক’ত? শেষ? বৰষুণৰ গল্প… ৰাতিপুৱাৰে পৰা নেৰানেপেৰাকৈ দি থকা বৰষুণজাকে গছবোৰ ধুই নিছে৷ বৰষুণত সমস্ত যন্ত্ৰণা ধুই…
স্মৃতিৰেখা দেৱী ‘হু’ৰ কাণৰ খোপত বহি আইনাখনৰ ভিতৰৰপৰাই বাটলুৱে অচিনাকী জগতখন হেঁপাহ পলুৱাই চাবলৈ ধৰিলে৷ সি যিমানবোৰ গছ-গছনি দেখিলে আটাইবোৰ ৰঙচুৱা– কেৱল ডাল কিছুমানহে আছে, পাত-ফুল একো নাই৷ কিছুমানতো একেবাৰে ক’লা, এঙাৰৰ নিচিনা৷ মাটিবোৰো ৰঙচুৱা, ঠায়ে ঠায়ে একেবাৰে ক’লা৷…
লোকনাথ গোস্বামী (দ্বিতীয় অধ্যায়) (১) কণ্ঠ নে কলম ? কোনটোত অগ্ৰাধিকাৰ দিওঁ ? মনৰ ভিতৰত দ্বন্দ্ব চলি থাকোঁতেই আকৌ গানৰ ক্ষেত্ৰখনত নতুন জাগৰণ আৰম্ভ হ’ল৷ আমাৰ গাঁওখন সাংস্কতিক ক্ষেত্ৰত তাহানিৰ পৰাই আগৰণুৱা আছিল৷ গাঁৱৰ মাজতে বৰনামঘৰটো৷ বৰনামঘৰৰ গাতে লাগি আছে মুকলি…
অংকুৰণ আৰ্ফ প্রকৃতিৰ চিৰন্তন নিয়ম মানি পুনৰ আহিছে বহাগ৷ জীৱনৰ আটাইবোৰ বাচকবনীয়া অভীস্পা এই যেন বহাগ নামৰ শব্দটোতে সোমাই থাকে৷ যেনেদৰে ৰামধেনু বুলি ক’লেই এসোপা ভিন্নৰঙৰ বৰ্ণময় সমাহাৰ মনলৈ আহে, ঠিক তেনেদৰে এই বহাগ শব্দটোৰ মাজতেই বৰ আলফুলে…
মানস প্ৰতিম দত্ত গছপুলি ৰোৱা মানুহ বননি-বন্যপ্ৰাণৰ মাতৰ হেঁপাহ হোৱা মানুহ কথা কোৱা মানুহ ভাষণ দিয়া মানুহ কথা কোৱা মানুহবোৰ কথা ক’বলৈ যায় আৰু বন্যপ্ৰাণৰ জীৱনৰ সুৰ হোৱা মানুহবোৰ! বন্যপ্ৰাণৰ সুগন্ধি মাত হোৱা মানুহবোৰ গুচি যায়…
বন্দনা কৌশিক বৰদলৈ ৰাস্তাক এটা চৰিত্ৰ বুলি ধৰিলে নিপীড়িত জনতাৰ শাৰীতেই আপুনি তেওঁক ৰাখিব লাগিব যাৰ সংলাপ শূন্য ৰাস্তাক এখন নাটক বুলি ধৰি ল’লে আপুনি পাহৰি পেলাব লাগিব গান্ধীৰ তিনিটা বান্দৰৰ প্ৰসঙ্গ ৰাস্তাটোক এজন দৰ্শক বুলি ধৰিলে আপুনি…