ধৰ্ম
যশোৱন্ত নিপুণ ধৰ্মক মই প্ৰথম লগ পাইছিলোঁ পাঁচ বছৰমান আগতে৷ মই হাতত গাখীৰৰ পেকেট এটা লৈ ভাৰাৰ ফ্লেটলৈ খটখটী বগাম আৰু৷ সি সুধিছিল, “ছাৰ আপোনাক গাখীৰ লাগে নেকি? ময়ে দি যাব পাৰোঁ।” বিল্ডিংটোলৈ অহা মোৰ এসপ্তাহমানহে হৈছিল৷ মই তালৈ…
যশোৱন্ত নিপুণ ধৰ্মক মই প্ৰথম লগ পাইছিলোঁ পাঁচ বছৰমান আগতে৷ মই হাতত গাখীৰৰ পেকেট এটা লৈ ভাৰাৰ ফ্লেটলৈ খটখটী বগাম আৰু৷ সি সুধিছিল, “ছাৰ আপোনাক গাখীৰ লাগে নেকি? ময়ে দি যাব পাৰোঁ।” বিল্ডিংটোলৈ অহা মোৰ এসপ্তাহমানহে হৈছিল৷ মই তালৈ…
লোকনাথ গোস্বামী (৩) সত্ৰ, গাঁও, গাঁৱৰ সহজ-সৰল মানুহখিনি, চৌপাশৰ প্ৰাকৃতিক বৈভৱ, পুৱা-গধূলি সত্ৰত শিচ-ভকতৰ সমাৱেশ, শৰণ-ভজন, আমাৰ ঘৰখনৰ প্ৰতি সেইসকলৰ অকৃত্ৰিম শ্ৰদ্ধা-ভক্তি, গাঁৱৰ খেতি-বাতি কৰা মানুহখিনিৰ আমাৰ ঘৰখনৰ প্ৰতি থকা সৎভাৱ-সহযোগিতা আদিৰ মাজেদি এটা সময়লৈ ঘৰখন ভালেই চলি আছিল৷ অভাৱ…
নিজৰা ৰাজকুমাৰী …One less… One less mouth to feed-এনিয়ে পৰিয়ালৰ দুৰ্দশাৰ দিনত গাঁৱৰ স্কুলখনৰ শিক্ষকজনৰ লগত পলাই যোৱাৰ আগে আগে চিঠিত লিখি থৈ গৈছিল। এখন মুখ কমি যোৱা মানেই পৰিয়ালৰ আন এজনে সামান্য…
অৰ্চনা ঠাকুৰীয়া আকাশখন গোমা দেখিলেই মই পাগল হওঁ হৃদয়- শব্দৰ তৰংগবোৰে কৰুণ বীণ বজায় ক্ষোভ আৰু হতাশাৰ অগনিয়ে দেই পুৰি মাৰে আৰু খং -শিঙা বজাই বাৰীকোঁৱৰে মোলৈ তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে- ঘৃণাত … ক্ৰমশঃ বিশ্বকৰ্মাই বন্ধা দালানটো হিৰ্…
বিপ্লৱ চুতীয়া কেতিয়াও কাকো প্ৰশ্ন কৰিব নোৱৰা পূৰ্ণচ্ছেদৰ আঁৰৰ অৱনত শব্দবোৰ কেইটামান আখৰৰ বাদে আৰুনো কি এতিয়া, বুলৱাৰ-লিটনৰ অগোচৰে মঞ্চস্থ হয় মানৱ বিৰোধী ষড়যন্ত্ৰ তৰোৱালৰ আগত শিৰ নত চলতি শতিকাৰ কলম সুযোগ-সন্ধানীৰ হালধীয়া হাতত কলমে কীৰ্তন কৰে…
উৰ্মি জুলী শইকীয়া আজিকালি মই দুখৰ কথাবোৰ পানীকেই কওঁ কোনোবা ওচৰত থাকিও নাথাকে শুনিবলৈ কোনো নাথাকিলেও মোৰ ক’বলগীয়া থাকে সেইবোৰ মই পানীকেই কওঁ কোনোৱে পাহাৰৰ দৰে বিষাদ লুকুৱাই থয় পানীত কোনোৱে চৰাইৰ দৰে কৰুণ সুৰ শৈশৱো লুকাই…
মূল : এণ্টন চেখভৰ ‘A CHAMELEON’ অনুবাদ : পংকজ কুমাৰ নেওগ বজাৰখনৰ মাজেৰে ইন্সপেক্টৰ ওচুমেলভে পাক এটা মাৰিছিল। গাত তেওঁৰ এটা নতুন অভাৰকোট আৰু কাষলতিৰ তলত এটা সৰু টোপোলা। পিছে পিছে ৰঙাচুলীয়া চিপাহী এজনো গৈছিল; তেওঁৰ হাতত আছিল বজাৰৰ পৰা বাজেয়াপ্ত কৰা ফল-মূলৰ…
পঙ্কজ প্ৰতিম বৰদলৈ বৰ্তমান সময়ত বিদ্যায়তনিক ক্ষেত্ৰত সততেই চৰ্চিত হৈ থকা এটা ধাৰণা হৈছে- ডিক’ল’নাইজেশ্বন৷ অসমীয়াত ইয়াৰ প্ৰতিশব্দ হিচাপে বিঔপনিৱেশিকতাবাদ বা বিউপনিৱেশবাদ শব্দটো ব্যৱহাৰ কৰিব পাৰি যদিও মই এই লেখাত ইংৰাজীৰ ডিক’ল’নাইজেশ্বন শব্দটোৱেই ব্যৱহাৰ কৰিম৷ ই স্পষ্ট আৰু সহজবোধ্য…
প্রাঞ্জল বেজবৰা ১৯৪৫ চনৰ ডিচেম্বৰ মাহৰ ৩০ তাৰিখে ‘নিউয়ৰ্ক টাইমছ’ কাকতৰ সম্পাদকীয় পৃষ্ঠাত উইলিয়াম অগডনৰ ‘দ্য আৰ্ট অব হেপীনেছ’ শীৰ্ষক এটি লেখা প্রকাশ পাইছিল৷ সেই লেখাটোৰ মূল কথাখিনি অসমীয়ালৈ অনুবাদ কৰি অন্যযুগৰ পাঠকলৈ আগবঢ়ালোঁ৷ মানুহৰ সুখ-সুবিধা সৃষ্টিৰ বাবে যুগ…
মূল : হাৰুকি মুৰাকামি ইংৰাজী অনুবাদ : JAY RUBIN(ON SEEING THE 100% PERFECT GIRL ONE BEAUTIFUL APRIL MORNING) অনুবাদ : বিদ্যুৎ বিকাশ শর্মা এপ্ৰিল মাহৰ এটা উজ্জ্বল ৰাতিপুৱা৷ টকিঅ’ চহৰৰ হাৰাজুকু নামৰ এক অভিজাত অঞ্চলৰ সুৰুকীয়া ৰাস্তা এটাত…