মৃত পাতবোৰ
নিজৰা ৰাজকুমাৰী : তুমি দৰমহা পোৱা নাই! মানে তুমি ভোকত আছা! : ওঁ। অলপ। : হেভ চাম পেষ্ট্ৰি। ৰেষ্টুৰেণ্টত, দেখাত এহাল মানুহৰ মাজত হোৱা নিচেই সাধাৰণ কথোপকথন এয়া। অথচ দুয়ো…
নিজৰা ৰাজকুমাৰী : তুমি দৰমহা পোৱা নাই! মানে তুমি ভোকত আছা! : ওঁ। অলপ। : হেভ চাম পেষ্ট্ৰি। ৰেষ্টুৰেণ্টত, দেখাত এহাল মানুহৰ মাজত হোৱা নিচেই সাধাৰণ কথোপকথন এয়া। অথচ দুয়ো…
লোকনাথ গোস্বামী (৩য় অধ্যায়) (১) মোৰ ওপজা গাঁওখন দ বেছেৰীয়া যদিও, দ গাঁও নামেহে মানুহৰ মাজত বেচিকৈ পৰিচিত আছিল৷ আমাৰ চৌপাশৰ বৃহৎ অঞ্চল বেছেৰীয়াক ’পুখুৰীয়া’ আৰু বামবেছেৰীয়াক ’বামগাঁও’ বুলিহে জানিছিলো৷ বেছেৰীয়া নাম ক’ৰ পৰা কেনেকৈ আহিল আজিও…
চিত্তৰঞ্জন ওজা মানুহজনৰ বহু দিনৰ অপেক্ষাৰ অন্ত পেলাই এজেণ্ট কে কেৰ অশেষ কষ্টৰ মূৰত জাহাজ এখন গোটাব পৰা গ’ল৷ তামিলনাডুৰ এখন অখ্যাত গাঁৱৰ পৰা আৰম্ভ কৰা এই যাত্ৰা চাৰি দিনলৈ চলিব৷ তাৰ পাছত এটা নিজান দ্বীপত ভৰি থব পাৰিব৷…
লুইতজ্যোতি শৰ্মা ২০১৪ চন৷ মাহমুদ৷ খেতিয়ক য়াফাৰ কাডিৰৰ পুত্ৰ মাহমুদৰ কথা কোনোৱে শুনা নাই৷ মাহমুদৰ সপোন, দিঠক আৰু ভৱিষ্যতৰ কথাও কোনোৱে আজিলৈকে ভবা নাই৷ ইজৰাইল সীমাৰ পৰা এক মাইল দূৰত্বত গাজাৰ এক ধ্বংসপ্ৰায় অঞ্চলত নিজৰ সপোনৰ ভগ্নাৱশেষৰ মাজত বিষণ্ণতাৰ…
অংগনা ভট্টাচাৰ্য্য হেৰেমৰ সুদৃশ্য কক্ষটোৰ আলোকসজ্জাবোৰ আজি মোৰ বজ্ৰপাতৰ ভয়াৰ্ত পোহৰৰ খেল যেন লাগিছে৷ উতলি অহা শৰীৰৰ তেজক শান্ত কৰিব নোৱাৰি মই উদ্ভ্ৰান্ত হৈ পৰিছোঁ৷ বিশাল কক্ষটোৰ ইফালৰ পৰা সিফাললৈ খৰখেদাকৈ খোজকাঢ়িও মই নিজকে সম্বৰণ কৰিব পৰা নাই৷ কি…
অজিত ছিংনাৰ (ছয়) তেমেকাহঁঁতৰ গাঁওখনৰ পৰা উত্তৰ ফালে কলং নদীখন পশ্চিমৰ পৰা পূবলৈ বৈ গৈছে৷ এই শীতকালত কলঙৰ পানী ভালেখিনি কম, মাজত এবুকুমানহে পানী থাকে, ঠায়ে ঠায়ে খোজ কাঢ়ি পাৰ হ’ব পাৰি৷ কলঙৰ পাৰতে গৰখীয়াবোৰে ভোগালী বিহুৰ মেজি সাজিছে৷…
মৃদুল শৰ্মা ১৬ বিদূৰ৷ হস্তিনাপুৰৰ মহাৰাণী গান্ধাৰীৰ দাসী পৰিশ্ৰমী৷ বৰ্ণত শূদ্ৰ৷ আৰু জন্মসূত্ৰে শূদ্ৰ হোৱা বাবেই তেওঁৰ প্ৰকৃত নামটো কালক্ৰমত নিশ্চিহ্ন হৈ পৰিছিল৷ তেওঁৰ পৰিচয় হৈছিল শূদ্ৰী৷ মই বিদূৰ সেই দাসী শূদ্ৰীৰে পুত্ৰ৷ কুৰুবংশৰ ইতিহাসৰ কোনোবা এক অনাকাংক্ষিত ক্ষণত কাৰোবাৰ…
বিহুটিক সম্মুখত লৈ নতুন বছৰ এটা আকৌ আহিল৷ বছৰেকত নতুন বছৰ দুবিধ, আমাৰ বাবে দুবাৰকৈ আহে৷ এবাৰ এবিধ পুৰণি বছৰ যায়গৈ৷ তেতিয়া আমি খাই-বৈ স্ফূৰ্তি কৰি পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰি ‘হেপ্পী নিউ য়েৰ’ বুলি চিঞৰোঁ, উল্লাসত ফাটি পৰোঁ–…
ড॰ চন্দনজ্যোতি চুতীয়া (এক) ৰাছিয়ান ভাষাত krasota (সৌন্দৰ্য) শব্দটোৰে আমি কেৱল সেইবোৰ বস্তুক বুজাওঁ যিবোৰে আমাৰ দৰ্শনেন্দ্ৰিয়কহে মাথোন আনন্দ দিয়ে। আৰু যদিও শেহতীয়াকৈ মানুহে ‘এটা জঘন্য কৰ্ম’ অথবা ‘সুন্দৰ সংগীত’ৰ বিষয়ে ক’বলৈ লৈছে, এয়া ভাল…
নীলোৎপল বৰুৱা মহানগৰীৰ হট্টগোল আৰু কংক্ৰিটৰ অৰণ্যৰ পৰা নাতিদূৰৈত আদিংগিৰি টিলা৷ টিলাটো প্ৰাকৃতিক আশীৰ্বাদপুষ্ট৷ আনন্দময়৷ টিলাটোৰপৰা সন্ধ্যা মালিগাঁৱৰ ব্যস্ত ৰাজপথ আৰু দোকান পোহাৰবোৰ এখন চাইক’ডেলিক লেণ্ডস্কেপৰ দৰে দেখা যায়৷ হেৰাই যাব পৰাকৈ যথেষ্ট৷ আদিংগিৰিক আদিতে দুৰ্গা সৰোবৰ হিচাপে জনা…