Tag সংগীত

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৪

(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)   নিজৰা ৰাজকুমাৰী যোৱা সংখ্যাৰ লেখাটো শেষ কৰিছিলোঁ শ্বেৰ চৌধুৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত তথ্যচিত্ৰ ‘ছাউণ্ড অৱ দ্য ডায়িং কালাৰছ’ৰ কথাৰে৷ শ্ৰেষ্ঠ প্ৰম’শ্বনেল তথ্যচিত্ৰৰ বঁটা পোৱা এইখন তথ্যচিত্ৰৰ পৰিচালনা, চিত্ৰনাট্য ৰচনা আৰু সঙ্গীতৰ কামৰ লগতে শ্বেৰ…

পানী হিলৈ

  (আঠ)  মাটি একেডৰাই। এটা মৰিশালী পকাৰে সজোৱা  আনটো  হেঙাৰ দি বেৰি থোৱা আছে। হিমানীয়ে সপোনতো ভবা নাছিল বাপেক-পুতেকৰ মৰিশালী একেঠাইতে দেখি যাব বুলি। কল্পনাই কৰা নাছিল মদেই পুতেকক মাৰিব বুলি। চাওঁতে চাওঁতে পোনা মৰা তিনিমাহেই হ‘ল। এই তিনিমাহত হিমানী…

মুক্তি

 স্বপ্না দত্ত ভৰালী     “ইচ্! কেনেকৈ?”  “কি হৈছিল?”  “বৰ ভাল মানুহ আছিল দেহি!”  ৰাতিপুৱাই সৰু চহৰখনত খবৰটো ফাটি-ফুটি গ’ল৷ কৃপাল বৰা ঢুকাল৷ মানুহবোৰে ইচ্-ইচ্, আচ্-আচ্ কৰিলে৷ বিভিন্ন সামাজিক কামত জড়িত থকা মানুহ৷ সৰল আৰু নিৰহংকাৰী৷ আজি কিছুদিনৰ পৰা সৰু-সুৰা…

অদাহ্য

 আকাশ দীপ্ত ঠাকুৰ          জুইকুৰা হোলাটোৰ সিপাৰে বেছিকৈ জ্বলিছিল৷ এইপাৰে উমি উমি জ্বলিবলৈ আৰম্ভ কৰা জুইকুৰা হোলাটোৰ সিপাৰলৈ বিয়পি পৰোঁতে বৰ কম সময় লৈছিল৷ দুয়োপাৰৰ দুখন গাঁও ধোঁৱাময় হৈ পৰিছিল৷        জুই জ্বলিলেতো ধোঁৱা ওলাবই– সেয়া সাধাৰণ কথা৷ ক’ৰবাত…

বাহুবলী ভীম

নৱনীতা ভট্টাচাৰ্য্য (৩) বকাসুৰ বধ    আবেলি হৈ অহাৰ লগে লগে বনীয়ে মাকৰ ওচৰলৈ আহি ভীমৰ বিষয়ে অন্য এটা সাধু ক’বলৈ অনুৰোধ কৰিলে৷ বনীৰ অনুৰোধ ৰক্ষা কৰি মাকে কলে- আজি মই তোমাক বক ৰাক্ষস নিধনৰ কাহিনীটো কওঁ শুনা- ঘটোৎকচৰ জন্মৰ…

ভাইৰা

মেঘালী দত্ত ঠাকুৰীয়া                  “মোহন ইস্কুল’ক নায! বিপিন মাষ্টৰে কৈছি ৰ’হ, তোৰ পঢ়াত মন নাই বুলে৷ কেৱল  বেঞ্চত  বহি ঢোলৰ চাপাৰ মাৰি  থাকা!  তোক লৈ মই কি কৰিম হা…কো.. চুন৷ পিতেৰেৰ অসুখ! ইমান টাউনৰ ডাক্তাৰক দেখলু, ভাল হ’ৱাৰ নামে নলে দেখুন…৷ বেমাৰেও…

দহন

 মৃদুল কুমাৰ বৰ্মন     জ্বলি আছোঁ অথচ ছাই হ’ব পৰা নাই   পুৰণি শতিকাটোৱে সোঁৱৰাই দিয়া কথাটোকে পাগুলি পাগুলি ফু দিছোঁ মোৰ মৰি অহা বাঁহীটোত   সুৰবোৰ ধোঁৱা হৈ উৰিছে   মানুহ চগা নহৈ পাৰেনে সময় যেতিয়া জুই হয়…

ৰাতিৰ কথা

 হিল্লোলজ্যোতি সিংহ   ৰাতিটোৱে গজালি মেলে গধূলি তুলসীতলৰ চাকিটো জ্বলি উঠাৰ সময়ত মগৰীবৰ আজানৰ সুৰটোও ভাহি আহে চোতালত ঢাৰি পাতি পোনাকণে নেওতা মতাৰ তালে তালে এখিলা দুখিলা তাৰ পাত গজে জিলিৰ মাতৰ লগে লগে লহপহীয়াকৈ বাঢ়ে কুমলীয়া দেহা   দুপৰ…

এৰ’স্পেচ ইঞ্জিনিয়াৰিং (Aerospace Engineering)

 ড° বুলজিৎ বুঢ়াগোহাঁই   এৰ’স্পেচ ইঞ্জিনিয়াৰিং হৈছে এটা আকৰ্ষণীয় আৰু গতিশীল ক্ষেত্ৰ, য’ত বিমান, মহাকাশযান, উপগ্ৰহ, ক্ষেপণাস্ত্ৰ আৰু সংশ্লিষ্ট ব্যৱস্থাসমূহৰ ডিজাইন, উন্নয়ন, পৰীক্ষা আৰু ৰক্ষণাবেক্ষণৰ কাম অন্তৰ্ভুক্ত হৈ থাকে৷ এই শাখাই যান্ত্ৰিক, ইলেক্ট্ৰ’নিক্স, কম্পিউটাৰ আৰু সামগ্ৰীৰ অভিযান্ত্ৰিকৰ আধুনিক প্ৰযুক্তিসমূহ একত্ৰিত…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৩

 (পাৰ্বতিপ্ৰসাদ-বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী অলপতে ‘ভাইমনদা’ নামৰ মুনীন বৰুৱাৰ জীৱনভিত্তিক চিনেমাখন চলি গ’ল৷ অসমীয়া চিনেমাৰসিকৰ মাজত ‘ভাইমনদা’ই যথেষ্ট চৰ্চা লাভ কৰিলে, দৰ্শকে গ্ৰহণো কৰিলে৷ পিছে বহুতৰ বাবে ‘ভাইমনদা’ কেৱল চিনেমাহলৰ পৰা ওলায়েই শেষ হৈ যোৱা এখন সাধাৰণ চিনেমা…