Tag সংগীত

ফিবোনাচ্চি : ব্ৰহ্মাণ্ডৰ গোপন মন্ত্র

গাৰ্গী ভূঞা   আদিতে আছিল শূন্য, শূন্যৰ বুকুতে জন্ম হ’ল এক, একৰ পাছত আকৌ এক…   সৃষ্টিয়ে নিজৰে পুনৰাবৃত্তিত নিজকে পুনৰ গঢ়িছে অদৃশ্য মঠৰ মহাৰহস্যত।   প্ৰতিটো সংখ্যাৰ একেই নিশ্বাস, বান্ধ খাই থাকে অজান জপমালাৰ দানাত,   একেডাল মালতে বান্ধ…

গানে কি আনে

চন্দ্ৰাৱলী বৰঠাকুৰ   গানে কি আনে ফুলত প্ৰাণ, প্ৰকৃতিত সাহ সেউজীয়াত আশাৰ বীজ সৃষ্টিশীল নৱ বাসনা।   গানে কি আনে পৰাজয়ত জয়,বেদনাত প্ৰেৰণা অসুখীক নিৰোগ অঘৰীক স্থায়ী নিৰাপত্তাৰ ঠিকনা।।   গানে কি আনে হিলদল ভাঙি আনে অজস্ৰ শ্ৰোতা জীৱনত বাৰে…

ইউহেমাৰিষ্ট

 নীলোৎপল বৰুৱা   প‌ঁইতাচোৰাক পৃথিৱীৰ পৰম প্ৰাণী হিচাপে ভবা পাৰ্থ দত্ত‌ই ভুল ঠাইত থকা বেলিটোৰ বিপৰীত ফালে থুৱাই দিলে আৰু বিৰবিৰালে- নীলা কলিতাই জীৱনৰ এট্ৰ’চিটি পাইছে৷ অলবৎ এট্ৰ’চিটি৷ সহিব নোৱাৰিলে৷ স্বগতোক্তিৰ পাছত পাৰ্থ দত্ত‌ই এটা মিশ্ৰিত অনুভূতি জিভাত ল’লে৷ ঠিক…

বিনিৰ্মাণ

 অংকিতা বৰুৱা   পুহমহীয়া এটা সেমেকা পুৱা৷ ঠেঁটুৱৈ ধৰা জাৰত ডাঠ শ্বল এখন মূৰে-গায়ে লৈ মই বাইদেউৰ মুখলৈ চাই বহি আছোঁ৷ তেখেতে ইমান ঠাণ্ডাতো এটা হাউচক’টৰ বাদে আন একো উমাল কাপোৰ পিন্ধা নাই৷ ফেৰফেৰীয়া বতাহজাকে মোৰ হাড়লৈকে কঁপাইছে৷ অথচ বাইদেউক…

মাক-কথা

 (Unfolded Stories of a Mother) ৰত্নোত্তমা দাস বিক্ৰম (যোৱা সংখ্যাৰ পাছৰপৰা) অৱশেষত চেবাস্তিয়েন আৰু থিঅ’ আহিল৷ সুদীর্ঘ সাত বছৰৰ মূৰত মই আৰু মোৰ ফৰাচী বন্ধুটিক আকৌ লগ পালোঁ৷ উল্লেখ কৰিছোঁ যে সেয়া আছিল এপ্রিল মাহ৷ এপ্রিল মাহত দিল্লীত গৰম ভালকৈয়ে…

পাগল ছোৱালীজনীৰ প্ৰেমগীত

মূল :  চিলভিয়া প্লাথ (ইং. Mad Girl’s  Love Song, Sylvia Plath) অনুবাদ : ড° ৰঞ্জিত দত্ত চকুদুটি মুদি দিলোঁ মৃত হৈ পৰিল পৃথিৱীৰ  সকলো, মেলি দিলোঁ চকুৰ-পতাদুখন প্ৰাণ পাই উঠিল সকলো। মই ভাবিছোঁ জগাই তুলিলোঁ তোমাক মোৰ মগজুৰ ভিতৰতে। ৰঙা-নীলাৰ…

বিধাতা

 মূল (বাংলা) : বনফুল ভাবানুবাদ : পূৰৱী তালুকদাৰ বাঘৰ বৰ উপদ্ৰৱ৷ মানুহবোৰ অস্থিৰ হৈ পৰিল৷ গৰু, পোৱালি, শেষ পৰ্যন্ত মানুহো বাঘৰ কবলত পৰি মৰিবলৈ ধৰিলে৷ সকলোৱে তেতিয়া লাঠি, যাঠি, বন্দুক বাহিৰ কৰি বাঘটো মাৰি পেলালে৷ এটা বাঘ গ’ল, কিন্তু আকৌ…

মহিষমৰ্দিনী আই কাত্যায়নী

নিৰু দত্ত   পালেহি আহিনমাহ            অময়া শৰতকাল ষষ্ঠীত দিওঁ বেদীত স্থান, অচলা ভক্তিৰে পূজি         সপ্তমী অষ্টমী তিথি দশমীত  কৰোঁ বিসৰ্জন। যুগে যুগে ধৰণীতে          তোমাক পূজোঁ ভকতে ৰাম কৃষ্ণ তোমাৰ সেৱক, আমি সৰল মনিচ            নহওঁ নকল নবীছ আই তুমি বিপদ-বাৰক। শৰতত বসন্তত                ধৰালৈ নামিবা দেই বৰণীয়া   ফুলেৰে পূজিম, নীলাকৈ অপৰাজিতা           পদুম ধুঁতুৰা…

ফিন্‌টেক ইঞ্জিনিয়াৰ (FinTech Engineer)

 ড° বুলজিৎ বুঢ়াগোহাঁই   ফিন্‌টেক (ফাইনেন্‌চিয়েল টেকন’লজী) অৰ্থাৎ আৰ্থিক প্ৰযুক্তি হৈছে ভাৰতৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা খণ্ডসমূহৰ এটা, য’ত অৰ্থনীতিৰ সৈতে অত্যাধুনিক প্ৰযুক্তিৰ সংমিশ্ৰণেৰে ব্যক্তি আৰু ব্যৱসায়ীয়ে কেনেকৈ ধন উপাৰ্জন কৰে, বিত্তব্যৱস্থা পৰিচালনা কৰে আৰু বিনিয়োগ কৰে তাৰ ৰূপান্তৰ ঘটোৱা…