Tag সংগীত

১ আঘোণ ২০২৫

 বিকাশ গোহাঁই   পথাৰবোৰ ভৰপক ৷ দোঁ খাই সোণগুটি যেন মোৰ বুকুত পৰিছে কোনো উৎসাহ নাই এইবেলি প্ৰিয় মানুহবোৰ নোহোৱা হৈ গৈছে গানৰ মধুৰ লহৰবোৰ নোহোৱা হৈ গৈছে বাঁহীৰ সুৱদি সুৰবোৰ নোহোৱা হৈ গৈছে লুইতখন বাম হৈ আহিছে৷ বালিচৰ! বালিচৰ!! আগুৱাই যাব পাৰিম…

দিশহাৰা

মৃদুল শৰ্মা (উছৰ্গা ঃ গৰিমা শইকীয়া গাৰ্গ) নাহৰৰ তোৰণ ওপৰত ৰ’দৰ নৈ তাৰো ওপৰত স্বৰনক্ষত্ৰ পাতৰ ফাঁকে ফাঁকে সৰকি পৰিছে পোহৰৰ ছিটিকণি মায়া মায়াবিনী দিন নে ৰাতি এয়া হাঁহি নে কান্দোন সঙ্গীত নে উচুপনি আৰে! আৰে! শুকুলা ডাৱৰবোৰক শিয়া মেলি আৱৰি…

ৰাজনীতি, কুটনীতি, প্ৰচাৰ আৰু বজাৰ

  ভৌগোলিকভাৱে বিশ্বৰ ডাঙৰ দেশসমূহৰ ভিতৰত ভাৰতো এখন৷ শেহতীয়াকৈ জনসংখ্যাৰ দিশততো ভাৰত সৰ্ববৃহৎ দেশলৈ উত্তীৰ্ণ হৈছে৷ প্ৰাগৈতিসাহিক কালৰেপৰাই এই দেশৰ যি চহকী ঐতিহ্য আছিল সেইখিনি মষিমূৰ কৰিবলৈ বিশেষকৈ মধ্যযুগত বহু প্ৰচেষ্টা চলিছিল যদিও সেইবোৰ প্ৰচেষ্টাৰ মাজতো এই অঞ্চলটোৱে নিজা চৰিত্ৰ…

ৰেইনাৰ মাৰিয়া ৰিল্কেৰ কালজয়ী গ্ৰন্থ Letters to a Young Poet-অৰ মুকলি অসমীয়া অনুবাদ

 মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে অনুবাদ: নিকু দুৱৰা ( সম্পাদকীয় টোকা : ৰেইনাৰ মাৰিয়া ৰিল্কেই জাৰ্মান ভাষাত লিখা প্ৰখ্যাত গ্ৰন্থ  Briefe an einen jungen Dichter (1929)-অৰ এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী অনুবাদ  Letters to a Young Poet (1934)-অৰ ৰমানন্দন বৰাই কৰা অনুবাদ নবীন কবিলৈ চিঠি অন্যযুগৰ…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৭

 (পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী আকৌ জুবিন গাৰ্গ৷ এইসময়ত ‘অন্যযুগ’ৰ ধাৰাবাহিক লেখাটোত যিসমূহ চিনেমাৰ কথা লিখিব লগা হৈছে সেইসমূহত জুবিন গাৰ্গ জড়িত হৈ আছে৷ সমগ্ৰ অসমত জুবিন স্মৰণ চলি থাকোঁতে আমিও যেন এই লেখাৰে বাৰে-বাৰে জুবিনৰহে মূখামুখি হৈছোঁ৷…

কলন গণিতৰ ধাৰণা আৰু ভাৰতৰ অৱদান

  ডঃ প্ৰিয় দেৱ গোস্বামী     মানৱ সভ্যতাৰ বিকাশত গণিতৰ ভূমিকা অতি উল্লেখযোগ্য। মানুহে কথা কবলৈ শিকাৰ পাছতেই সম্ভৱ গণিতৰ বিকাশ হৈছিল।গণিত জ্ঞানৰ প্ৰাচীনতম শাখা। প্ৰাক ঐতিহাসিক যুগৰ কিছু প্ৰমাণৰ আধাৰত ক’ব পাৰি যে লিখিত ভাষাৰ আৰম্ভণিও গণিতৰ আৰম্ভণিৰ পাছৰহে।…

পানী হিলৈ

  গোৱিন কুমাৰ খাউণ্ড (৯) দধি লেখাৰু আৰু শৰৎ শৰ্মা বহি আছে সৰগীত। এইখিনি সময়ত গ্ৰাহক প্ৰায়েই নাহে। কেতিয়াবা দূৰ-দূৰণিৰ যোৰ পতা ডেকা-গাভৰু কেইটামান ভুৰুংকৈ আহে যদিও সঘনাই নাহে। সেয়ে সৰগীত কাম কৰা ল‘ৰাকেইটাই সন্ধিয়াৰ বাবে ভিন্ন জুতিৰে খাদ্য ৰান্ধি…

জুবিন

 মূলঃ সুবোধ সৰকাৰ অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি আছিলা গান, হ’লা ব্ৰহ্মপুত্ৰ নদী তুমি আছিলা মোৰ জুবিন, আজি তুমি সকলোৰে অসম৷ ৰাষ্ট্ৰীয় সংগীতৰ দৰে থিয় হৈ আছা৷ জুবিন, তোমাক কোনোৱে মাৰিব নোৱাৰিলে৷ তুমি অমৰত্ব নামৰ চোতাল এখনত বহি গাইছা…

বিশ্ববিদ্যালয়ৰ সংকট

 পঙ্কজ প্ৰতিম বৰদলৈ বৰ্তমান সময়ত উচ্চশিক্ষাৰ ক্ষেত্ৰখনত চলি থকা বিভিন্ন ঘটনাৰাজিয়ে উচ্চশিক্ষাৰ উদ্দেশ্যৰ সংকটক ঘনীভূত কৰিছে৷ শিক্ষাৰ উদ্দেশ্য আৰু ব্যৱস্থাপনাৰ সংমিশ্ৰণৰে চলি থাকিব লগা বিশ্ববিদ্যালয়সমূহ, যিবিলাক মূলতঃ চিন্তা-চেতনা আৰু আদৰ্শৰ প্ৰশিক্ষণাগাৰ আৰু ভৱিষ্যতৰ মানৱ সম্পদৰ জন্মভূমি হিচাপে চিহ্নিত, সেয়া কেতিয়াবা নিজই…

সময়ৰ কিয় মৃত্যু নহ’ল ?

 (প্ৰিয় শিল্পী জুবিন দা-লৈ) পাপু মজুমদাৰ   সময়ৰ কিয় মৃত্যু নহ’ল ?  সময় নিৰ্মম নিষ্ঠুৰ সময়ে কিয় কাঢ়ি নিলে তোমাক ?  আজি বিশ্ব স্তম্ভিত,  সংগীত বাকৰুদ্ধ আমি কিয় চিঞৰিছো তুমি নাই,  তুমি নাই বুলি….  এয়া যে আমাৰ বাবে অকল্পনীয়,  অবিশ্বাস্য….. …