জাহ্নৱী কাকতিৰ “তেজত ফুলা বেলি” : কবিতাৰ কেনভাছত সমাজ-সত্যৰ প্ৰতিফলন
ৰুদ্ৰ সিংহ মটক “Genuine poetry can communicate before it is understood.” (T.S.Eliot) মাজৰাতি কোনে কাক চিঞৰে ? (ক‘ৰবাত জুই একুৰা জ্বলে , মাতবোৰ ধোঁৱা হৈ নামে ৷ এই জুই মঙহত লাগি থাকে) দীঘলীয়া ৰাষ্টাৰে জুইকুৰা কাৰ ইছাৰাত নাচি নাচি আহি…