Tag ভাষা

নীলমণি ফুকন আৰু ছীমাছ হিনী

ড° চুলতান আলী আহমেদ নীলমণি ফুকনৰ কবিতা আলোচনা কৰোঁতে স্বাভাৱিকভাৱে বিদেশী কবিতাৰ প্ৰসংগ আহি পৰে– যেনে, লৰকাৰ কথা আহিছে, ভাস্কো পপা আহিছে, জাপানী কবিতা আহিছে, চীনা কবিতা আহিছে– আনকি তেওঁৰ আৰম্ভণিৰ কবিতা– যেনেঃ ‘স্বপ্ন বাসৱদত্তা’ আদিত বাংলা কবি জীৱনানন্দ দাশৰ…

পাহৰিব নোৱাৰিলো যি : বিষণ্ণ এক সেউজীয়াৰ স্তব্ধতা

  ড° মৃণাল কুমাৰ গগৈ কবিয়ে  সূৰ্যোদয়ত  কৈছে – ‘‘কত  কথা  পাহৰি  গ’লো,  কত  কথা  পাহৰি  থাকোঁ,  কেতিয়াবা  মনত  পেলাবলৈকো  কত  কথা  পাহৰি  যাওঁ,  আকৌ  কোনোবা  এটা  সময়ত  মনলৈ  আহিলেও,  ফটফটীয়া  বা  ছঁয়াময়াকৈ,  যেনেকৈয়ে  নাহক,  অহোপুৰুষাৰ্থ  কৰিও  ভাষাৰে,  আনকি  ঠাৰে-চিঁয়াৰেও …

কাব্যিক সমাহিতিৰ অদ্বিতীয় অধ্যায়

 অনুভৱ তুলসী বিশিষ্ট চিত্ৰশিল্পী সমীৰণ বৰুৱাৰ কেমেৰাত নীলমণি ফুকন বিশেষজনৰ কথা যেনেকৈ মন যায় ক’ব পাৰি, য’তে মন যায় ত’তে আৰম্ভ কৰিব পাৰি৷ ভাল লগা কিতাপ এখন মই তেনেকৈয়ে পঢ়োঁ, য’তে মেল খায় ত’ৰপৰাই পঢ়িবলৈ লওঁ, শেষৰপৰাও পঢ়োঁ, মাজতে মেলি লওঁ, আগ ফালৰপৰাও আৰম্ভ কৰোঁ৷…

নীলমণি : কাব্য জিজ্ঞাসাৰ আলোক আমাৰ হৃদয় কুক্ষিত

প্ৰশান্ত মিশ্ৰ         পৰিমিত শিল্পবোধ, গ্ৰাম্য জীৱনৰ সতে আশৈশৱ নিকট সম্পৰ্ক, নাগৰিক জীৱন যাপন, প্ৰখৰ ইতিহাস চেতনা আৰু শিক্ষকতা বৃত্তি- এই আটাইবোৰ উপাদানেই হ’ল নীলমণি ফুকনৰ কবিতাৰ বহুমাত্ৰিক স্তৰবোৰৰ পৃষ্ঠভূমি। সেয়েহে তেওঁৰ কবিতাত আমি দেখা পাওঁ বেহেলা বজোৱা…

নীলমণি ফুকন : এক সামগ্ৰিক দৃষ্টিপাত

 হৰ্ষবৰ্দ্ধন          বৰ্তমান একাংশই আমাৰ আইৰ মুখৰ ভাষাটোৰ ভৱিষ্যতক লৈ সন্দেহ প্ৰকাশ কৰা দেখা গৈছে। অৱশ্যে বাস্তৱিকতে চিন্তাৰ থল নথকাও নহয়। কিন্তু শেহতীয়াকৈ ২০২১ চনত নীলমণি ফুকনে ভাৰতীয় সাহিত্য জগতৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ লাভ কৰা ঘটনাটোৱে যেন ভাষাটোৰ টুটি…

বুকুৰ বুদ্ধ

প্ৰয়াগ শইকীয়া কৈশোৰৰ কথা, আমি নবম মানত, শ্ৰেণীকোঠাত আমাৰ নমস্য শিক্ষাগুৰু ৰোহিত বেজবৰুৱাছাৰে এজন এজনকৈ ছাত্ৰবন্ধুসকলক থিয় কৰাই এটা প্ৰশ্ন সুধিছে, কবিতা কি ? ছাৰৰ প্ৰশ্নৰ উত্তৰ কোনেও দিয়া নাই। সকলোৱে কবিতা লিখিবলৈ আৰম্ভ কৰা এই অভাজনলৈ চাই আছে । …এই…

অনুবাদতত্ত্ব

 ড॰ তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষ ড॰ তপোধীৰ ভট্টাচাৰ্য   (সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷  দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢ়োৱা ড॰ ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ…

দেৱাল শিল্প আৰু প্ৰতিবাদী সত্তা

 পঙ্কজ প্ৰতিম বৰদলৈ গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ এখন ফ্লাইঅভাৰৰ দেৱালত কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ চিত্ৰ সম্বলিত এক দেৱাল শিল্পৰ অংকণৰ বাবে এটা শিল্প অনুষ্ঠানৰ কেইজনমান শিল্পীক আৰক্ষীয়ে আৰক্ষী চকীলৈ লৈ যোৱাৰ লগতে, তেওঁলোকক এই শিল্পকৰ্মক দেৱালৰ পৰা আঁতৰ কৰিবৰ বাবেও…

হিন্দী গল্পত তৃতীয় লিংগৰ প্ৰসংগ

 লক্ষ্যজিৎ হাজৰিকা          বিভিন্ন সাহিত্যৰূপত তৃতীয় লিংগৰ প্ৰসংগই বিভিন্ন ধৰণেৰে স্থান লাভ কৰি আহিছে৷ আধুনিক সাহিত্যৰ এক বিশেষ ৰূপ চুটিগল্পও ইয়াৰ ব্যতিক্ৰম নহয়৷ তৃতীয় লিংগৰ লোকসকলৰ হাঁহি-কান্দোন, সুখ-দুখ, তেওঁলোকৰ সামাজিক স্থানৰ বিৱৰণ গল্পৰ মাজত দেখিবলৈ পোৱা যায়৷…

এঘণ্টাৰ গল্প

মূল : কেইট  চ’পিন, The story of an hour  অনুবাদ : নিংকু নিশা নেওগ           মিচেছ মেলাৰ্ডে বহুদিন ধৰি হৃদযন্ত্ৰৰ অসুখত ভুগি থকাৰ কথা সকলোৱেই জানে। সেয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ খবৰটো তেওঁক জনাওঁতে সকলোৱে বিশেষ সাৱধানতা অৱলম্বন কৰিছে।   …