টক্-শ্ব’
ভাস্কৰ ভূঞা আবেলি চ্ছেনেলৰ সংখ্যা টিপিলোঁ৷ ৯৪৫২৷ ক্ষন্তেক পাছতে ‘বেহৰবাৰী আউটপোষ্ট’ আৰম্ভ হ’ব৷ ছিৰিয়েলখনে ইতিমধ্যেই ৰাইজৰ বুকুত সাঁচ বহুৱাইছে৷ ব্যক্তি মাত্ৰেই নিজৰ ব্যঙ্গ জীৱনটো অভিনয়ৰ মাজেৰে চাই ভাল পায়৷ আনে কৰা চৰিত্ৰত চিকুটি চাব পাৰি নিজক৷ নিজৰ ভুলবোৰ আঁৰ লৈ…