এক অদৃশ্য সত্য
পল্লৱী কৌশিক শৰ্মা হত্যা নে আত্মহত্যা ? মুহূৰ্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোৱে স্থানীয় নিউজ চে্ছনেলটোৰ নিউজ ৰূমৰ পুৱাৰ ব্যস্ততাখিনিও দুগুণে বঢ়াই তুলিলে৷ এডিটৰ-ইন-চিফ অভ্ৰনীল বুজৰবৰুৱাৰ নিৰ্দেশমৰ্মে নিউজ ৰিপ’ৰ্টাৰ বিতোপন আৰু কাবেৰীসহ কেমেৰা পাৰ্ছন বৰষা আৰু নীহাৰ ৰিপ’ৰ্টিঙৰ বাবে…